Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাই পৰিৱৰ্তন কৰিছে অভ্যাসৰ

publisher by publisher
August 9, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাই পৰিৱৰ্তন কৰিছে অভ্যাসৰ
6
SHARES
64
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

প্রতিদ্বন্দ্বী ব্ৰেণ্ডৰ সামগ্রীক হেয় পতঞ্জলিৰ বিজ্ঞাপনত বাধা প্রতিপন্ন কৰা আৰোপ দিল্লী উচ্চ ন্যায়ালয়ৰ

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

কৰ’নাৰ পূৰ্বে থকা ভাৰতৰ ছবিখনৰ এতিয়া যথেষ্ট পৰিৱৰ্তন হৈছে ।অৰ্থনীতিত পৰিছে ব্যাপক নেতিবাচক প্ৰভাৱ । নাগৰিক হৈ পৰিছে গৃহবন্দী ।নাগৰিক সকলৰ অভ্যাসৰো পৰিৱৰ্তন হ’বলৈ লৈছে । সকলোৱে নামি পৰিছে বিকল্পৰ সন্ধানত । স্মাৰ্টফোনত চাইছে চিনেমা, অনলাইন যোগে ঘৰলৈ আনি লৈছে ৰেস্তোৰাঁৰ খাদ্য । অনলাইনযোগে বজাৰো কৰিছে, কাৰ্যালয়ৰ কামো কৰিছে ঘৰৰে পৰা । কৰ’নাক পৰাজিত কৰিবলৈ ই-মিউনিটি বৃদ্ধিৰ প্ৰয়োজনীয়তা বুজি উঠিছে সকলোৱে ।

ADVERTISEMENT

ফলত বজাৰত ইমিউনিটি বুষ্টাৰৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।সমীক্ষক সংস্থাই নিয়েলছনৰ দ্বাৰা সম্পন্ন বজাৰ সমীক্ষা অনুসৰি জুনত চাৱনপ্ৰাছৰ বিক্ৰী ২৮৩ শতাংশ বৃদ্ধি পাইছে । ডাবৰ কোম্পানীৰ নিজস্ব দাবী অনুসৰি যোৱা এপ্ৰিলৰ পৰা চাৱনপ্ৰাছৰ বিক্ৰী ৭০০শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। ‘ব্ৰিক ৱাৰ্ক’ৰ সমীক্ষা অনুসৰি জুনৰ পৰা পতাঞ্জলিৰ সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পাবলৈ লৈছে । বৰ্তমান সহজতে নষ্ট নোহোৱা খাদ্য-সামগ্ৰী যেনে-নুডলছ, বিস্কুট, স্নেকচ আদিৰো চাহিদা বৃদ্ধি পাবলৈ লৈছে । নেছলে ইণ্ডিয়াৰ মেগীৰ বিক্ৰী যোৱা মাৰ্চৰ পৰা ১০.৭শতাংশ বৃদ্ধি পাইছে ।

যোৱা এপ্ৰিল-মে’ত অভিলেখ সৃষ্টিৰে বজাৰ দখল কৰিছে ‘পাৰ্লে জি’ বিস্কুটে।এই ক্ষেত্ৰত সবাতোকৈ লাভবান হৈছে ব্ৰিটানিয়া । গ্লোৱেল ফাইনেন্সিয়েল ছাৰ্ভিচৰ সমীক্ষাও ইয়াৰ পৰা ভিন্ন নহয় । কৰ’নাই সম্প্ৰতি সকলোৰে মাজত সামাজিক দূৰত্বৰ নীতিকো পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে । সকলোৱে অগ্ৰাধিকাৰ দিছে ভাৰ্চুৱেল ব্যৱস্থাক । এই সুযোগক গ্ৰহণ কৰি বিভিন্ন এপবিলাকে ভিডিঅ’ কনফাৰেন্সৰো ব্যৱস্থা জনপ্ৰিয় কৰিবলৈ উঠিপৰি লাগিছে ।

তদুপৰি নেটফ্লিক্স, আমাজন প্ৰাইম আদি মনোৰঞ্জনধৰ্মী প’ৰ্টেলৰ চাহিদাও বৃদ্ধি পাইছে । নতুনকৈ ৪৫ শতাংশই এই এপ ডাউনলোড কৰিছে । বহু গ্ৰাহক ভেকুৱাম ক্লিনাৰ, চুলি কটা সামগ্ৰী, গ্ৰুমিং কিট আদিও অনলাইন যোগে ক্ৰয় কৰিছে । আনহাতে, বজাৰত ‘গ’ল্ড লোণ’ দিয়া বিত্তীয় কোম্পানী সমূহ সম্প্ৰতি সক্ৰিয় হৈছে । কৰ’নাই এই কোম্পানীবিলাকৰ বাবেও সুযোগ মুকলি কৰি দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19Patanjali
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d