Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

samimsultana by samimsultana
August 9, 2020
in News
Reading Time: 1 min read
0
চি বি আইৰ তদন্তক লৈ শংকিত হৈছে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত ইডিয়ে অভিনেতাজনৰ একাউণ্টৰ পৰা টকা ট্ৰান্সফাৰ হোৱাৰ সন্দৰ্ভত তদন্ত কৰি আছে । শনিবাৰে ৰিয়া চক্ৰৱৰ্তীৰ ভ্ৰাতৃ শৌভিক চক্ৰৱৰ্তী দ্বিতীয় দিনৰ কাৰণে ইডিৰ অফিচত উপস্থিত হয় । শৌভিক চক্ৰৱৰ্তীক ইডিয়ে ১৮ ঘন্টা সোধ পোচ কৰিছে । ইডিয়ে আজি এসময়ত সুশান্তৰ ৰুমমেট হিচাপে থকা সিদ্ধাৰ্থ পিঠানীক সোধ পোচ কৰিব।

ADVERTISEMENT

ইফালে এই ঘটনাৰ সন্দৰ্ভত শুক্ৰবাৰে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক ইডিয়ে প্ৰায় ৯ ঘন্টা সোধ পোচ কৰে । ৰিয়াৰ লগতে ইডিয়ে ভাতৃ শৌভিক চক্ৰৱৰ্তী, সুশান্তৰ মেনেজাৰ শ্ৰুতি মোদী, চি এ ৰিতেশ শ্বাহকো সোধপোছ কৰে ৷ কাৰণ সুশান্তৰ পিতৃয়ে ৰিয়াৰ লগতে পৰিয়ালৰ লোকে ১৫ কোটি টকা অভিনেতাজনৰ একাউণ্টৰ পৰা নিজৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰাৰ অভিযোগ দিছিল ।

আনহাতে এইসকলোবোৰ তথ্যৰ তদন্ত প্ৰিভেন্সন অফ ম’নী লেণ্ডিঙ আইনৰ অধীনত তদন্ত কৰা হ’ব ৷ সুশান্তৰ ছ’চিয়েল মিডিয়া হেণ্ডেল কৰা বন্ধু সিদ্ধাৰ্থ পিঠানী বিগত এবছৰৰ পৰা সুশান্তৰ লগত আছে । সুশান্তে আত্মহত্যা কৰাৰ পিছত প্ৰথম মৃতদেহ সিদ্ধাৰ্থই দেখিছিল ।

আনহাতে মুম্বাই পুলিছে দাখিল কৰা এক্সিডেণ্টেল ডেথটো তিনিবাৰ স্বাক্ষৰ কৰিছিল সিদ্ধাৰ্থ পিথানিয়ে ৷ শুক্ৰবাৰে ইডি উপস্থিত হয় ৰিয়া চক্ৰৱৰ্তীৰ ফ্লেটত । এক বিশেষ সূত্ৰৰ মতে জিএচটিৰ স’তে এই ফ্লেটৰ মূল্য ৮৪ লাখ টকা । এই ফ্লেটটোৰ কাৰণে ৬০ লাখ টকাৰ লোন লোৱা হৈছিল ৷ ইফালে ইডিয়ে কিছুমান নথিপত্ৰও লোৱাৰ লগতে ৰিয়াৰ ওচৰ চুবুৰীয়াৰ স’তেও কথা বতৰা হয় ।

আনহাতে ৰিয়াই সুশান্তৰ পিতৃয়ে ১৫ কোটি টকা ট্ৰেন্সফাৰৰ কৰা সন্দৰ্ভত দিয়া অভিযোগক নসাৎ কৰি কয় “এইয়া মনে সজোৱা কাহিনী ৷ মই সাতখন ছবি কৰিছো আৰু পইচা উপাৰ্জন কৰিছো ।” উল্লেখযোগ্য যে চিবিআইয়ে সম্প্ৰতি পাটনা পুলিচৰ পৰা সকলোবোৰ তথ্য একত্ৰিত কৰিছে । যাতে তদন্তত কোনো সুৰুঙা থাকি নাযায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODRhea ChakrabortySushant Singh Rajput
samimsultana

samimsultana

Related Posts

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d