Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সময় থাকোতেই আমি পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে কৰ’নাৰ সন্ত্ৰাস অনাগত কিছু বছৰৰ কাৰণে থাকিবঃ এন্থনী ফ’চী

publisher by publisher
August 16, 2020
in COVID-19, News
Reading Time: 1 min read
0
সময় থাকোতেই আমি পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে কৰ’নাৰ সন্ত্ৰাস অনাগত কিছু বছৰৰ কাৰণে থাকিবঃ এন্থনী ফ’চী
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি: আমেৰিকা–ইৰান সংঘাতত তীব্ৰ সামৰিক অভিযান

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

কৰ’না ভাইৰাছৰ ভেকচিনক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ শীৰ্ষ ৰোগ বিশেষজ্ঞসকলৰ অন্যতম এন্থনী ফ’চীয়ে কয় যে কৰ’না ভাইৰাছৰ ভেকচিন ১০০ শতাংশ যে ৰোগ নিৰাময়ৰ কাৰণে উপযুক্ত হ’ব সেয়া সন্দেহ আছে ৷ কিন্তু সামান্য পৰিমাণৰ ভেকচিন এটা বছৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে যথেষ্ট হ’ব।

ADVERTISEMENT

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰসংগ উত্থাপন কৰি এন্থনী ফ’চীয়ে কয় যে যদি অনাগত বৰ্ষৰ আৰম্ভণিতে যদি কৰ’নাৰ ভেকচিন উপলব্ধ হয় তেন্তে অনাগত বৰ্ষৰ শেষলৈ কৰ’না ভাইৰাছক নিয়ন্ত্ৰিত কৰিব পৰা যাব। যদি ২০২১ লৈ কৰ’নাৰ ভেকচিন উপলব্ধ হয়, তেন্তে বৰ্ষটোৰ শেষত কৰ’নাৰ পৰা সামান্য হ’লেও পৰিত্ৰাণ পাব পাৰিব । গতিকে ইতিহাস সৃষ্টি কৰা এই ভাইৰাছক নিঃশেষ কৰিবৰ কাৰণে কিমান দিন লাগিব সেয়া নিশ্চিত হ’ব লাগিব ৷

লগতে এন্থনী ফ’চীয়ে “কৰ’না ভাইৰাছৰ এই সন্ত্ৰাস ২০২৪ লৈকে নাথাকে ৷ মই ভাবো ২০২১ ৰ শেষত কৰ’নাৰ সন্ত্ৰাস নোহোৱা হ’ব। আনহাতে যদি সময়ত থাকোতেই আমি পৰিস্থিতি নিয়ন্ত্ৰণ নকৰো তেন্তে কৰ’নাৰ ভাইৰাছৰ এই সন্ত্ৰাস অনাগত কিছু বছৰৰ কাৰণে থাকিব ৷ উল্লেখযোগ্য যে সম্প্ৰতি কৰ’নাৰ ভেকচিন সন্দৰ্ভত ৰাছিয়াই ভেকচিন তৈয়াৰ কৰি বিশ্বত বিতৰণ কৰাৰ সন্দৰ্ভত প্ৰস্তুতি চলোৱা কথা দাবী কৰিছে ৷ কিন্তু ৰাছিয়াৰ ভেকচিনক সহজ ভাৱে লোৱা নাই বিশ্ব স্বাস্থ্য সংস্থাই।

আনহাতে ৰাছিয়াই দাবী কৰা অনুসৰি ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল ১০০ শতাংশ সফল হৈছে । পুটিনৰ কন্যাৰ দেহতো দিয়া হৈছে কৰ’নাৰ ভেকচিন ৷ যিসকল লোকে এই ভেকচিন লৈছে তেওঁলোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে ৷ ইপিনে হুৰ আশংকা যে যিসকলৰ এন্টীব’ডিজ তৈয়াৰ হৈ আছে সেইসকলৰ কাৰণে এই ভেকচিন বিপদজনক হ’ব পাৰে। ৰাছিয়াৰ ৰোগ সংক্ৰমক বিশেষজ্ঞ আলেকজেণ্ডাৰ চেপুৰন’বে এই ভেকচিনৰ যাৱতীয় তথ্য ৰাজহুৱা নকৰাৰ কাৰণে সন্দেহ কৰিছে।

বিশেষজ্ঞৰ মতে যিকোনো ভেকচিন প্ৰয়োগ কৰিলে ভাইৰাছ বৃদ্ধি পোৱাৰ আশংকা অধিক ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰাছিয়াই ভেকচিন তৈয়াৰ কৰিবলৈ নীতি নিৰ্দেশনা মানি চলা নাই। গতিকে ভেকচিনৰ সফলতাত আশা কৰাটো কঠিন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anthony FauciCovid-19 VaccineUS
publisher

publisher

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d