Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বছৰৰ শেষত ভাৰতৰ বজাৰত অক্সফৰ্ডৰ প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা

publisher by publisher
August 20, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
অব্যাহত আছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ভেকচিন তৈয়াৰ প্ৰক্ৰিয়া
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

বিগত ১৫ দিনৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও ভাৰতত বিশ্বৰ সকলো ৰাষ্ট্ৰৰ ভিতৰত এদিনত সৰ্বাধিক লোক কৰ’নাত আক্ৰান্ত হয় ৷ যোৱা ২৪ ঘন্টাত দেশত ৬৫ হেজৰৰো অধিক লোকৰ শৰীৰত কৰ’নাৰ সংক্ৰমণ ধৰা পৰে ৷ ইয়াৰ ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৮,২৩,১৯১ জনলৈ বৃদ্ধি হয় । আনহাতে মৃতকৰ সংখ্যা বৃদ্ধি পায় ৫৩,৮৪৯ জন ।

ADVERTISEMENT

ইপিনে প্ৰয়োজনীয় অনুমোদন লাভ কৰিলে ভাৰতৰ বজাৰলৈ প্ৰথম আমদানি হ’ব পাৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ে আৱিষ্কাৰ কৰা প্ৰতিষেধক ।সেয়া আহিব পাৰে এই বছৰৰ শেষত তথা আগন্তুক বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী বা ফ্ৰেব্ৰুৱাৰীত । ইয়াৰ পূৰ্বে তিনিটা স্তৰৰ ট্ৰায়েল সফলতাৰে অতিক্ৰম কৰি কোনো ধৰণৰ প্ৰতিষেধক ভাৰতৰ বজাৰত উপলব্ধ ন’হব বুলি আশা কৰিছে বিশেষজ্ঞসকলে ৷

অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ক’ভিড-১৯ প্ৰতিষেধকৰ ভাৰতত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় ড্ৰাগ কন্ট্ৰ’লাৰৰ পৰা জৰুৰী অনুমোদন লাভ কৰিছে পুনেৰ সংস্থা ছিৰাম ইনষ্টিটিউটে ৷ দুটা পৰ্যায়ত সফল হ’লে ভাৰতত প্ৰতিষেধক প্ৰস্তুৰ বাবে কেন্দ্ৰীয় অনুমোদনৰ প্ৰয়োজন ।একে ধাৰণা কৰিছে আমেৰিকাৰ শীৰ্ষস্তৰৰ মহামাৰী বিশেষজ্ঞ এন্টনী ফ’ছীয়ে ।

তেওঁ কয় যে মানৱ শৰীৰত পৰীক্ষাৰ তিনিটা পৰ্ব ফেজ ৱান, টু আৰু থ্ৰী সফলতাৰে অতিক্ৰম কৰি প্ৰতিষেধক বজাৰলৈ আহিবলৈ অন্তত ৷ চাৰিৰ পৰা ছমাহ সময় আহিব । এই ক্ষেত্ৰত বছৰৰ একেবাৰে শেষলৈ অথবা আগন্তুক বৰ্ষৰ আৰম্ভণিৰ ফালে পৰীক্ষাৰ সকলোবোৰ পৰ্যায়ৰ সফলতা অৰ্জন কৰি কোনো প্ৰতিষেধক বজাৰলৈ অহাৰ সম্ভাৱনা নাই ।

ফ’ছীয়ে কয় যে যিমানসংখ্যক প্ৰয়োজন তাৰ অৰ্ধেক প্ৰতিষেধক যদি আগন্তুক বছৰত প্ৰস্তুত কৰা সম্ভৱ হয় তেন্তে বিশ্বজুৰি কৰ’না সংক্ৰমণ বহু পৰিমাণে ৰোধ হ’ব । বিশেষজ্ঞসকলৰ মতে অক্সফৰ্ডৰ সহযোগী সংস্থা এষ্ট্ৰা জেনেকাৰ স’তে সদ্য চুক্তি সম্পন্ন কৰে অষ্ট্ৰেলিয়াৰ চৰকাৰে ৷ দেশৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ঘোষণা কৰিছে যে এই প্ৰতিষেধক অষ্ট্ৰেলিয়াত প্ৰস্তুত কৰা হ’ব আৰু দেশখনৰ নাগৰিকসকলক বিনামূলীয়াকৈ দিয়া হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19indiaOxford University
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d