Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰিত ‌এবছু সভাপতি দ্বিপেন বড়োৰ সংবাদমেল

publisher by publisher
August 26, 2020
in Assam, News
Reading Time: 1 min read
0
ওদালগুৰিত ‌এবছু সভাপতি দ্বিপেন বড়োৰ সংবাদমেল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

চুক্তি স্বাক্ষৰকাৰীয়ে চুক্তি মূল্যহীন আখ্যা দিয়া দলত যোগদান কৰাটো প্ৰশ্নৰ বিষয়

ADVERTISEMENT

বিগত সোমবাৰে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰিত উপস্থিত হৈ বিটিআৰ চুক্তিক মূল্যহীন আখ্যা দিছিল । লগতে চুক্তিখন ৰূপায়ণ হ’লে বড়ো জাতিটো ধ্বংস হৈ যাব বুলিও মন্তব্য প্ৰকাশ কৰিছিল মহিলাৰীয়ে । হাগ্ৰামাৰ এই মন্তব্যৰ বিৰোধিতা কৰি আজি এক সংবাদমেলৰ সম্বোধন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে ।

সংবাদমেলত বড়োৱে কয় যে এবছু হৈছে বড়ো জাতিৰ এক সামাজিক-ছাত্ৰ সংগঠন । এবছুৰ এটা দীঘলীয়া ইতিহাস আছে । কিন্তু হাগ্ৰামাই এবছু মানে ইউপিপিএল বুলি কৈ জাতীয় সংগঠনটোৰ ওপৰত এক ৰাজনীতিৰ ৰহণ সানিব বিচাৰিছে । ইয়াক আমি ধিক্কাৰ প্ৰদান কৰি আগন্তুক দিনত যাতে এনে মন্তব্য নকৰে তাক আমি সকীয়াই দিছো ।

ইউপিপিএল হৈছে কে’বাটাও দল-সংগঠনৰ সমষ্টি । যাৰ লক্ষ্য হৈছে ৰাজনৈতিকভাৱে সুস্থিৰ বাতাবৰণ সৃষ্টি কৰা । আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে যদিও এবছুৱে দলটোক সমৰ্থনহে জনাইছে । এবছুৱে নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই । এবছুৰ মূল লক্ষ্য হৈছে বিটিআৰ চুক্তি স্বাক্ষৰৰ লগতে অঞ্চলটো শৈক্ষিক দিশত আগবঢ়াই নিয়া ।

বিটিআৰ চুক্তিখন ৰূপায়ন হ’লেহে বিটিচি অঞ্চলত স্থায়ীভাৱে শান্তি ঘূৰি আহিব‌। যিহেতু ইউপিপিএলে বিটিআৰ চুক্তি ৰূপায়নক মূল লক্ষ্য হিচাপে লৈ আগবাঢ়িছে, গতিকে আমি তেওঁলোকক সমৰ্থন আগবঢ়াইছো । কিন্তু হাগ্ৰামাই হতাশাত ভুগিয়েই ইউপিপিএল মানে এবছু বুলি মন্তব্য প্ৰকাশ কৰিছে ।

বিটিচি অঞ্চলত বিপিএফ দলটোৱে নিজৰ শাসন ব্যৱস্থা বৃদ্ধি কৰিব নোৱাৰি তথা বিষয়টোৰ সন্দৰ্ভত আদালতৰ ন্যায়ৰ ক্ষেত্ৰত মুখ থেকেচা খাই হাগ্ৰামাই বৰ্তমান হতাশাত ভুগি অনাহতক বকিবলৈ ধৰিছে । অনাগত নিৰ্বাচনত হাগ্ৰামা বাহিনীৰ কোনো ধৰণৰ উন্নয়ণৰ ইচ্ছ্যু নোহোৱা হেতুকে তেওঁলোকে এনেদৰে প্ৰলাপ বকি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে । ইফালে বিটিআৰ চুক্তিখনক হাগ্ৰামাই মূল্যহীন আখ্যা দিয়া সন্দৰ্ভত এবছু নেতাগৰাকীয়ে মত ব্যক্ত কৰি কয় যে চুক্তিখন স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যক্ষদৰ্শী হিচাপে উপস্থিত আছিল ।

চুক্তি স্বাক্ষৰ হোৱাৰ পাছত চুক্তিখন অতি উচ্চমানৰ তথা চুক্তিখন ৰূপায়ন হ’লে পূৰ্ণাংগ অধিকাৰ পোৱাৰ কথা হাগ্ৰামাই দিল্লীতে স্বীকাৰ কৰিছিল যদিও আজি চুক্তিখনক লৈ বিপৰীত স্থিতি গ্ৰহণ কৰিলে হাগ্ৰামাই । বিগত দিনবোৰত হাগ্ৰামাৰ ব্যৰ্থতাৰ বাবেই বিটিচিত বড়ো-অবড়ো বিভাজন হৈছে । সংবাদমেলখনত বড়োৱে মিজোৰামৰ পাছত দ্বিতীয় শান্তিৰ ঠাই বিটিআৰখন হ’বলৈ গৈ আছে বুলিও উল্লেখ কৰে ।

চুক্তিখনৰ দ্বাৰা বিটিআৰ অঞ্চলত কে’বাখনো উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নিৰ্মাণ হ’ব‌ । কিন্তু চুক্তিখনৰ সন্দৰ্ভত হাগ্ৰামাই সাম্প্ৰদায়িক মন্তব্য কৰি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক অপমান কৰিছে । বিপিএফ দলটো দুৰ্নীতিত লিপ্ত হৈ থকাৰ বাবে ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে । যাৰ বাবে অপপ্ৰচাৰ চলাই নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে। গতিকে হাগ্ৰামাৰ এনে মন্তব্যসমূহৰ আজিৰ তাৰিখত কোনো যুক্তিযুক্ততা নাই । বিগত দিনবোৰত হাগ্ৰামাই কেৱল অপশাসন চলাই আহিছে ।

ইফালে অঞ্জলি দৈমাৰী আৰু আন আন চুক্তি স্বাক্ষৰকাৰীসকলে চুক্তিখন মূল্যহীন বুলি কোৱা দল বিপিএফত যোগদান কৰা বিষয়টো ৰাইজে কি ধৰণে লয়, সেয়া আগন্তুক দিনত দেখা যাব। কিন্তু তেনে লোকসকলে বিপিএফত যোগদান কৰাৰ পাছত তেওঁলোকে বিটিআৰ চুক্তিখন গণ্য কৰিছেনে নাই সেয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে । আজি ওদালগুৰি জিলা এবছু কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ কে’বাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTC ElectionUdalguri
publisher

publisher

Related Posts

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে
India

ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d