Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

    Fan of Zubin:জুবিন গাৰ্গকভালপোৱাৰ অনন্য নিৰ্দশন দাঙি ধৰিলে শিৱসাগৰ এজন যুৱ

    Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

    Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

    CM Reaction:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ‘প্ৰসংগত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

    Justice For Zubeen:যিসকলে কৈছে জুবিন গাৰ্গৰ হত্যা হোৱা নাই তেওঁলোক অসমত থাকিব নোৱাৰিব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

অন্তিম বৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবই লাগিব, ইয়াৰ অবিহনে শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

publisher by publisher
August 28, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
৭০ হেজাৰ ঘোষিত বিদেশী অদৃশ্য হ’ল : ৰাজ্য চৰকাৰৰ শপতনামা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

বিশ্ববিদ্যালয় অনুদান আয়োগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত দিয়া আবেদন অনুসৰি মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অন্তিমবৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ আজি নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে । নির্দেশ অনুসৰি কলেজসমূহে ছেপ্তেম্বৰৰ ৩০ তাৰিখৰ ভিতৰত অন্তিম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব । পৰীক্ষাৰ অবিহনে শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিব নোৱাৰিব ।

ADVERTISEMENT

যদিহে কৰ’না মহামাৰীৰ কাৰণে ৩০ ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে বিশ্ববিদ্যালয় অনুদান আয়োগক আবেদন জনাই নতুন তাৰিখত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব । ৰাজ্য চৰকাৰেও পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ডিগ্ৰী  প্ৰদান কৰিব নোৱাৰিব । প্ৰত্যেক শিক্ষাৰ্থীয়েই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । ৰাজ্য চৰকাৰে পৰীক্ষাসমূহ পিছুৱাব পাৰিব কিন্তু বাতিল কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

উল্লেখ্য যে, এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ আদিত্য থাকৰেৰ য়ুৱা সেনাকে ধৰি বহু কেইটা সংগঠনে ক’ভিড-১৯ৰ আতংকৰ বাবে পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জনাইছিল । শুক্ৰবাৰে ভিডিঅ’ কনফাৰেন্স যোগে ন্যায়াধীশ অশোক ভূষণ, সুভাষ ৰেড্ডী আৰু এমআৰ শ্বাহে ৰায় প্ৰদান কৰে যে, যদি ৰাজ্যসমূহে ২০ ছেপ্টেম্বৰ পর্যন্ত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে তেওঁলোকে ইউজিচিৰ সৈতে যোগাযোগ কৰিব পাৰে।

অন্যহাতে, শুকুৰবাৰে শুনানিত ইউজিচিৰ সপক্ষে ওকালতি কৰি ‘Solicitor General’ তুষাৰ মেহতাই কয় যে, এই সিদ্ধান্ত শিক্ষাৰ্থীৰ ভালৰ বাবে লোৱা হৈছিল, কাৰণ বিশ্ববিদ্যালয় সমূহে স্নাতকোত্তৰ শ্ৰেণীৰ কাৰণে নামভৰ্তি আৰম্ভ কৰিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19ExaminationindiaUGC
publisher

publisher

Related Posts

মৰাণৰ কচুমাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন
Assam

September 19, 2026
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ
Assam

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

September 19, 2026
Fan of Zubin:জুবিন গাৰ্গকভালপোৱাৰ অনন্য নিৰ্দশন দাঙি ধৰিলে শিৱসাগৰ এজন যুৱ
Assam

Fan of Zubin:জুবিন গাৰ্গকভালপোৱাৰ অনন্য নিৰ্দশন দাঙি ধৰিলে শিৱসাগৰ এজন যুৱ

September 19, 2026
Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন
Assam

Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

September 19, 2026
Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ
Assam

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

September 19, 2026
CM Reaction:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ‘প্ৰসংগত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া
Assam

CM Reaction:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ‘প্ৰসংগত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

September 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d