Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছেঃ ভাস্কৰজ্যোতি মহন্ত

publisher by publisher
September 1, 2020
in Assam, News
Reading Time: 1 min read
0
অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছেঃ ভাস্কৰজ্যোতি মহন্ত
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

অসম আৰক্ষীয়ে প্ৰতিটো কাৰ্য সম্পাদন কৰিছে । অৱশ্যে কেতিয়াবা বিভিন্ন কাৰণত কিছু পলম হ’ব পাৰে । কিন্তু অসম আৰক্ষীৰ সক্ৰিয়তা নুই কৰিব নোৱাৰি আজি অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

ADVERTISEMENT

শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী অধিক সক্ৰিয়তাৰ কথা সদৰী কৰি ভাস্কৰজ্যোতি মহন্তই কয় যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ৷ ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীয়ে চলিত বৰ্ষৰ ২৬ জুনৰ পৰা আজিলৈকে ৬০১ টা কেছ দাখিল কৰাৰ উপৰিও ১০০০ তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ।

আনহাতে হেৰ’ইনৰ ৯-১০ খন বাহন জব্দ হোৱা লগতে কফ চিৰাফ জব্দ হয় প্ৰায় ৫০ হাজাৰ ৷ ইপিনে ম্যানমাৰত প্ৰডাকচন হোৱা টেবলেটো জব্দ হয় এই সময়ত । ২৬ জুনৰ পৰা ৩০ আগষ্টলৈকে ড্ৰাগচৰ লগত জড়িত লোকসকলৰ গ্ৰেপ্তাৰৰ সংখ্যা বাঢ়িছে ৷ ইয়াৰ দ্বাৰা অসম আৰক্ষীৰ সক্ৰিয়তাৰ কথা প্ৰমাণিত হয় ৷ অৰ্থাৎ পূৰ্বতকৈ ২৬ জুনৰ পৰা ৩০ আগষ্টৰ ভিতৰত ড্ৰাগছৰ বিৰুদ্ধে সক্ৰিয়তা ৪৬.১৩শতাংশ বৃদ্ধি পাইছে ।

অসম আৰক্ষীয়ে সকলো অপৰাধীক কৰায়ত্ত কৰিব পৰা নাই যদিও সম্প্ৰতি ড্ৰাগছৰ লগত জড়িত নেটৱৰ্ক ধ্বংস হৈ পৰিছে । অসম আৰক্ষীৰ অত্যাধিক সক্ৰিয়তাৰ কাৰণে SI, SP লৈকে সকলোকে বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থ কৰা হৈছে ৷ ইফালে CIDৰ অধীনত অসম আৰক্ষীৰ বিশেষ দল গঠন কৰা হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সহায় কৰিছে ৷ লগতে মহানগৰ আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে ভাস্কৰজ্যোতি মহন্তই ।

আনহাতে ৰাজ্যত গণ প্ৰহাৰৰ সন্মুখীন হৈ সনাতন ডেকা, দেৱাশীষ গগৈ আৰু ঋতুপৰ্ণ পেগুৰ সন্দৰ্ভত চাৰ্জছীট দাখিল কৰা হৈছে ৷ সকলো অভিযুক্তৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’ব বুলি জনায় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

বিগত সময়ত BTADৰ পৰা একেৰাহে উদ্ধাৰ হোৱা মাৰণাস্ত্ৰৰ সন্দৰ্ভত অনাগত সময়তো অভিযান অব্যাহত থাকিব ৷ কৰ’নাৰ সময়ত প্ৰায় ১৪০ টা মাৰণাস্ত্ৰৰ লগতে আন বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে অসম পুলিচে । নাগালেণ্ড সীমান্তত অধিক সাৱধানতা অৱলম্বন কৰিব অসম আৰক্ষীয়ে ৷ ইয়াৰ কাৰণে ভাৰতীয় সেনা আৰু অসম পুলিচৰ যুটীয়া অভিযান আৰম্ভ কৰিব ৷

উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ড্ৰাগছৰ লগত জড়িত লোকসকলক সাৱধান হ’বলৈ কয় । লগতে অনাগত সময়ত অসমবাসীয়ে অসম আৰক্ষীৰ ফালৰ পৰা দিয়া এটি গোপন নম্বৰৰ পৰা যিকোনো সময়তে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ তথ্য দিব পাৰিব বুলি সদৰী কৰে । সংবাদমেলৰ জৰিয়তে সকলো অসমবাসীৰ সহযোগিতা বিচাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBHASKAR JYOTI MAHANTADGP Assam
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d