Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উফ! বৰ গৰম

publisher by publisher
September 3, 2020
in News
Reading Time: 1 min read
0
উফ! বৰ গৰম
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

পুতিনৰ স’তে আমেৰিকাৰ দূত–কুশনাৰৰ বৈঠক!

ইউক্রেনত পুনৰ ৰাছিয়াৰ আক্ৰমণ!

ৰুছ তেল ক্ৰয়ত কঠোৰ আমেৰিকা! ৫০০ শতাংশ শুল্কৰ বিলত অনুমোদন ট্ৰাম্পৰ

সততে বিমানবন্দৰত হোৱা বিভিন্ন ঘটনাই আমাক আছৰিতো কৰে বা কেতিয়াবা আমোদো দিয়ে ৷ শেহতীয়াকৈ ইউক্ৰেইনত সংঘটিত হ’ল এটি আমোদজনক লগতে ভয়ংকৰ ঘটনা ৷ ইউক্ৰেইনৰ পৰা তুৰ্কীৰ বিমানবন্দৰত এগৰাকী মহিলাৰ হঠাতে বিমানৰ ভিতৰতে অনুভৱ হয় প্ৰচণ্ড গৰম ৷

ADVERTISEMENT

বিমানৰ পৰিচাৰিকাক এই বিষয়ে জনাও কোনো সহাৰি নোপোৱাত মহিলা গৰাকীয়ে ল’লে এক বিশেষ পদক্ষেপ ৷ মহিলাগৰাকীয়ে হঠাতে বিমানখনৰ জৰুৰীকালীন খিৰিকিখন খুলি বাহিৰলৈ ওলাই যায় ।

https://dainikagradoot.in/wp-content/uploads/2020/09/WhatsApp-Video-2020-09-03-at-7.49.37-PM.mp4

Video Source: Boryspilchany

ইয়াৰ পিছত মহিলা গৰাকীয়ে বতাহ ল’বলৈ বিমানৰ পাংখাত বিচৰণ কৰিবলৈ ধৰে ৷ এই ঘটনাৰ সন্দৰ্ভত বিমান বন্দৰৰ কৰ্তৃপক্ষই জানি ততালিকে ব্লেকলিষ্টেড কৰে মহিলাগৰাকীক ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিমানৰ অন্য এগৰাকী যাত্ৰীৰ মতে “ইউক্ৰেইন বিমান বন্দৰত বিমান ৰখোৱাৰ পিছতেই বিমানখনৰ পৰা সকলো যাত্ৰী ওলাই যায় ৷ মহিলাগৰাকীও পিছে পিছে ওলাই গৈছিল যদিও অকস্মাৎ তেওঁ বিমানৰ জৰুৰীকালীন খিৰিকিখনেৰে বিমানৰ পাংখাত উঠেগৈ । সেই সময়তে বিমানৰ বাহিৰত দুটি শিশু আচৰিত হৈ কৈছিল “সেয়া আমাৰ মা”৷

মহিলাগৰাকীৰ এনে কাণ্ডৰ কাৰণে তথা বিমানৰ নিয়ম উলংঘা কৰাৰ কাৰণে বিমানবন্দৰ কৰ্তৃপক্ষই ব্লেকলিষ্টেড কৰে । লগতে কৰ্তৃপক্ষই ইতিমধ্যে মহিলাগৰাকীক জৰিমনা বিহিবলৈও বিভাগীয় কৰ্তৃপক্ষক দাবী কৰিছে ।

উল্লেখযোগ্য যে মহিলাগৰাকীয়ে নিজৰ এই কাৰ্যক লৈ স্পষ্টীকৰণ দিব পৰা নাই । তেওঁ কেৱল বিমানৰ ভিতৰত অধিক গৰম লগাৰ কাৰণে এনেধৰণৰ পদক্ষেপ ল’লে বুলি মন্তব্য কৰিছে। অৱশ্যে মহিলাগৰাকীয়ে কোনো নিচা জাতীয় দ্ৰব্য সেৱন কৰি থকা নাছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ukraine
publisher

publisher

Related Posts

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d