Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ক’ভিড-১৯ সম্পৰ্কীয় দেশৰ শেহতীয়া খবৰ

publisher by publisher
September 9, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
ৰাজ্যত কৰ’নাত মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

পাঞ্জাৱঃ কৰ’না ভাইৰাছৰ সংক্ৰমিত লোকসকলক সময়মতে চিনাক্তকৰণেৰে মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ পাঞ্জাৱ চৰকাৰে জিলাৰ স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে এক তালিকা প্ৰস্তুত কৰি সকলো ব্যক্তিগত হাস্পতাল/ক্লিনিক/গৱেষণাগাৰত ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে ৷

ADVERTISEMENT

মহাৰাষ্ট্ৰঃ তিনি মাহৰ ভিতৰত প্ৰথমবাৰলৈ মহাৰাষ্ট্ৰত ন’ভেল কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ হাৰ দেশৰ সামগ্ৰিক হাৰতকৈ অধিক হৈছে ৷ ৰাষ্ট্ৰীয় হাৰ ২.১৪%ৰ বিপৰীতে মহাৰাষ্ট্ৰত এই হাৰ ২.২১%লৈ বৃদ্ধি পাইছে ৷ পূৰ্বতে প্ৰতিদিনে ১০-১২হাজাৰৰ বিপৰীতে এতিয়া এদিনতে ২০,০০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ বৰ্তমান  মহাৰাষ্ট্ৰত বৰ্তমান ২,৪৩,৮০৯গৰাকী ৰোগী আক্ৰান্ত হৈ আছে ৷

গুজৰাটঃ মঙলবাৰে নিশা বদোদৰা পৌৰ নিগমৰ অধীনস্থ এছএছজি হাস্পতাল অগ্নিকাণ্ডৰ সূত্ৰপাত হয়, য’ত ২৭২গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছিল ৷ ক’ভিড আইছ’লেচন বিল্ডিঙৰ প্ৰথম মহলাৰ আইচিইউ ৱাৰ্ডত শ্বৰ্ট চাৰ্কিৰ বাবে জুইৰ সুত্ৰপাত হয় ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷

ৰাজস্থানঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে চিকিৎসকৰ পৰামৰ্শমতে এমাহৰ বাবে সকলো বৈঠক বাতিল কৰিছে ৷ এই সময়ছোৱাত তেওঁ কেৱল ভিডিঅ’ কনফাৰেন্সযোগে প্ৰশাসনৰ কাম-কাজ তদাৰক কৰিব ৷ মুখ্যমন্ত্ৰী আৱাসৰ ৪০গৰাকী কৰ্মচাৰী ক’ভিড পজিটিভ হোৱাৰ পাছতে এই ঘোষণা কৰে ৷

মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশ চৰকাৰে সমগ্ৰ ৰাজ্যখনৰ ক’ভিড-১৯ পৰীক্ষা বিনামূলীয়া বুলি ঘোষণা কৰিছে ৷ শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

চত্তীশগড়ঃ ২,৫৪৫গৰাকী লোক নতুনকৈ আক্ৰান্তৰে চত্তীশগড়ত ক’ভিড-১৯ ৰোগীৰ সংখ্যা ৫০,১১৪গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান ৰাজ্যখনত ২৬,৯১৫গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ইয়াৰে প্ৰায় ৪০%ই গ্ৰামাঞ্চলৰ ৷

অৰুণাচলপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২২১গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এজনৰ মৃত্যু হৈছে ৷ অৰুণাচলত বৰ্তমান ১,৬৭০গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যখনত আৰোগ্য ৰ হাৰ ৬৯.৪২% আৰু এতিয়ালৈকে ৯জন লোকৰ মৃত্যু হৈছে ৷

অসমঃ কালিৰ দিনটোত অসমত ২,৫৭৯গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,১৬৬গৰাকীক ডিচাৰ্জ দিয়া হৈছে ৷ ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ ভিতৰত ২৯,২০৩গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু মুঠ ১,০১২৩৯গৰাকী আৰোগ্য হৈছে ৷

মণিপুৰ: মণিপুৰত কালি ৯৬জন ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৬জন আৰোগ্য হৈছে ৷ মুঠ ১,৬৭৯গৰাকী লোক চিকিৎসাধীন হৈ থকা মনিপুৰৰ আৰোগ্যৰ হাৰ ৭৬% ৷

মিজোৰামঃ ৰাজ্যখনত কালি নতুনকৈ ৬৯জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷ মুঠ আক্ৰান্ত ১,১৯২গৰাকী ৰোগী ভিতৰত এতিয়ালৈ ৪৪৭জন চিকিৎসাধীন আৰু ৭৪৫জন আৰোগ্য হৈছে ৷

নাগালেণ্ডঃ ডিমাপুৰৰ উপায়ুক্তই সামগ্ৰী পৰিবহণ আৰু যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত সুৰক্ষাজনিত নিৰ্দেশনা জাৰি কৰিছে ৷ সামগ্ৰী পৰিবাহী বাহনৰ চালক আৰু হেণ্ডিমেনৰ স্ক্ৰিনিং বাধ্যতামূলক কৰা হৈছে ৷ ৰাজ্যখনত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৪,২৪৫লৈ বৃদ্ধি পাইছে ৷ ইয়াৰে ভিতৰত ১,৮২৩গৰাকী সেনাবাহনীৰ লোকো আছে ৷

কেৰালাঃ ৰাজ্যিক স্বাস্থ্য বিভাগে মালাপ্পুৰমস কেছাৰগড, থিৰুৱন্তপুৰম আৰু এৰ্নাকুলাম জিলাত ক’ভিড-১৯ৰ পৰীক্ষাৰ হাৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৷ বিভাগৰ তথ্যমতে কান্নুৰ থিৰুৱন্তপুৰম আৰু ক’ঝিকোড়েত ক’ভিড-১৯ত মৃত্যুৰ হাৰ সৰ্বাধিক ৷ কালিৰ দিনটোত কেৰালাত পুনৰ ৩,০২৬গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷ ৰাজ্যখনত বৰ্তমান ২৩,২১৭গৰাকী লোক চিকিসাধীন হৈ আছে ৷ চৰকাৰী তথ্যমতে কেৰালাত বৰ্তমানলৈকে ক’ভিড ৩৭২গৰাকী লোকৰ মৃত্যু হৈছে ৷

তামিলনাডুঃ ৰাইজৰ বিপুল দাবীত বৃহস্পতিবাৰৰ পৰা চেন্নাই মেট্ৰ’ এক্সপ্ৰেছ চলাচলৰ সময় নিশা ৯ বজালৈকে বৃদ্ধি কৰা হৈছে ৷ মেট্ৰ’ৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ কাম জুন মাহতে সম্পূৰ্ণ কৰা কথা আছিল যদিও ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি সদৰী কৰিছে ৷ কালি তামিলনাডুত ৫,৬৮৪জন নতুনকৈ আক্ৰান্ত, ৬,৫৯৯জন ডিচাৰ্জ আৰু ৮৭জন ৰোগীৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷ বৰ্তমান ৰাজ্যখনত ৫০,২১৩গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যখন এতিয়ালৈকে ৮,০১২গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷

কৰ্ণাটকঃ উপ-মুখ্যমন্ত্ৰী ড০ চি.এন. অশ্বথ নাৰায়ণে আজি ক’ভিড-১৯ নিৰ্মূল কৰিবপৰা ২২টা সামগ্ৰী মুকলি কৰে ৷ ইফালে বিধানসভাৰ অধ্যক্ষই কয় যে ২১ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া বিধানসভা অধিৱেশনত উপস্থিত থাকিবলগীয়া সকলোৱে বাধ্যতামূলক ক’ভিড টেষ্ট কৰাব লাগিব ৷

অন্ধ্ৰপ্ৰদেশঃ ক’ভিড-১৯ চিকিৎসা খৰতকীয়া কৰাৰ বাবে ৰাজ্যখনত প্লাজমা দান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷ ৰাজ্যখনত প্ৰতিগৰাকী প্লাজমা দাতাক ৫,০০০টকাকৈ প্ৰদান কৰা হ’ব ৷ বৰ্তমান ৰাজ্যখনত প্ৰায় ৩৭,০০০ গৰাকী প্লাজমা দিবপৰা লোক আছে ৷

তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২,৪৭৯ নতুনকৈ আক্ৰান্ত, ২,৪৮৫ আৰোগ্য আৰু ১০জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে ৷ বৰ্তমান ৰাজ্যখনত ৩১,৬৫৪গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যখনত ক’ভিডত এতিয়ালৈকে ৯১৬গৰাকী ৰোগীৰ মৃত্য হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSCovid-19india
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d