Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ বাবেই চৰম সংকটত কচুৱা গেৰেজাইপামৰ তাঁত শিল্প

publisher by publisher
September 11, 2020
in Assam, News
Reading Time: 1 min read
0
কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ বাবেই চৰম সংকটত কচুৱা গেৰেজাইপামৰ তাঁত শিল্প
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

অতিমাৰী কৰ’নাই সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তাঁত শিল্পৰ লগত জড়িত শিপিনী সকল গভীৰ সংকটত পৰিছে । তাঁত শিল্প উদ্যোগটোকে জীৱন আৰু জীৱিকাৰ একমাত্ৰ সম্বল হিচাপে লৈ বছৰৰ পিছত বছৰ ধৰি এই শিল্পটোৰ স’তে নিবিড় ভাৱে জড়িত হৈ থকা এই শিপিনী সকলৰ জীৱন এতিয়া বিপন্ন কৰি তুলিছে কৰ’নাই ।

ADVERTISEMENT

চলিত বৰ্ষৰ ২৪ মাৰ্চৰ পৰা চলি থকা তলাবন্ধ-আনলক ব্যৱস্থাই এই শিল্পৰ লগত জড়িত সকলৰ সন্মুখত সৃষ্টি কৰিছে কঠোৰ প্ৰত্যাহ্বানৰ । একেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চৰম দুঃশ্চিন্তা আৰু দুৰ্ভাৱনাৰ মাজেৰে এক অনিশ্চিত ভৱিষ্যতৰ ক্ষণ গণিছে নগাওঁ জিলাৰ বিভিন্ন অঞ্চলৰ বস্ত্ৰশিল্প উদ্যোগৰ লগত জড়িত শিপিনী সকলে ।

ইয়াৰ ব্যতিক্ৰম হোৱা নাই জিলা খনৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কচুৱা অঞ্চলৰ তাঁত শিল্পৰ সৈতে জড়িত সকলো । জিলাখনৰ বৃহত্তৰ কচুৱা অঞ্চলৰ তাঁত শিল্পৰ লগত জড়িত শিপিনী সকলৰ এতিয়া নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে । তলাবন্ধ-আনলক ব্যৱস্থা চলি থকাৰ বাবেই বৃহত্তৰ কচুৱাৰ তাঁতশিল্পত উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ ব্যৱসায়ী সকল আগবাঢ়ি অহা নাই । কেঁচা সামগ্ৰীৰ অভাৱতো এই অঞ্চলৰ তাঁতশালৰ গৰাকী সকল সমস্যাৰ সন্মুখীন হৈছে ।

উল্লেখ্য যে, কচুৱা অঞ্চলৰ প্ৰায় ১০ খন গাঁৱত এই তাঁতশিল্পত বিভিন্ন ধৰণৰ বস্ত্ৰশিল্প উৎপাদন কৰা হয়। তাঁতশালৰ গৰাকীৰ ঘৰত থকা তাঁতশালত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অহা পুৰুষ-মহিলা শিপিনীয়ে তাঁত বোৱাৰ লগতে একাংশ লোকে গৰাকীৰ পৰা তাঁতশাল আৰু কেঁচা সামগ্ৰী নি নিজৰ ঘৰতে তাঁত বৈ জীৱিকা নিৰ্বাহ কৰি আহিছে।

দ্বিতীয় শুৱালকুচি সদৃশ জিলাখনৰ কচুৱাৰ গেৰেজাই পামৰ তাঁতশিল্প উদ্যোগটো এতিয়া অস্তিত্বৰ সংকটত পৰিছে । এই তাঁতশিল্পৰ জৰিয়তে জীৱনৰ বাট বুলিছিল গেৰেজাই পাম অঞ্চলৰ ৰাঙলু বস্তি, চানখোলা, সোণাৰুগুৰি, কান্দাপাৰা, কচুৱা, জাৰণি বস্তি, নাথ বস্তি, সাতলুঙা, উপৰ কাহোণ্ডা, ৰজা আলি, তিনি আলি, আলি টাঙণি, হালধি আটি, জুৰিৰ পাৰ, কালিবাৰী পট্টি, ২ নং কচুৱা, শ্মশান পল্লী আদিৰ কে’বাহেজাৰো শিপিনী আৰু শ্ৰমিকে ।

ইয়াৰ শিপিনী সকলে গামোচা, আৰনাই, চাদৰ মেখেলা, কেঁচাপাটৰ ৰিহা, শাৰী, জনজাতীয় সাজ-পাৰ আদি উৎপাদন কৰে। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ শিপিনী সকলে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি অতি কষ্টৰে দৈনিক ২৫০-৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। তাঁতশালত কাপোৰ বৈ দৈনিক মজুৰি বাবদ পোৱা পইছা কেইটাৰে কোনোমতে পৰিয়াল পোহ-পাল দি আহিছে কুটিৰ শিল্প উদ্যোগটোৰ লগত জড়িত লোকসকলে।

এই তাঁতশিল্পৰ লগত অঞ্চলটোৰ প্ৰায় ৪০ শতাংশ মহিলা জড়িত হৈ আছে। ৰঙালী বিহুৰ সময়ত ইয়াৰ শিপিনী সকলে বস্ত্ৰ সামগ্ৰী উৎপাদন কৰি অধিক উপাৰ্জন কৰে। এইবাৰ তলাবন্ধৰ বাবে এয়া সম্ভৱ হৈ নুঠিল । ইয়াৰ মাজতে শিপিনী সকলক মাধমাৰ দি ভূতৰ ওপৰত দানহ পৰাদি বহিঃ ৰাজ্যৰ গামোচা সৰবৰাহ হৈ থকাত এতিয়া ইয়াৰ শিপিনী সকলে গামোছা ববলৈ প্ৰায় এৰি দিছে। তলাবন্ধ কিছু শিথিল হোৱাত ইয়াৰ শিপিনী সকল কামত পুনৰ জড়িত হৈ পৰিছে যদিও বজাৰৰ অভাৱত শিপিনী সকল সমস্যাৰ সন্মুখীন হৈছে।

নাথ বস্তিৰ মায়া ৰাণী দেৱীয়ে বিগত কেইবা বছৰ ধৰি তাঁত বৈ উৎপাদিত বস্ত্ৰ সামগ্ৰী বিক্ৰী কৰি হোৱা উপার্জনেৰে পৰিয়ালন পোহ-পাল দি আহিছে। চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত এই গৰাকী মহিলা এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ কথা অৱগত কৰি তেওঁ কয়, “এইবাৰ আমি এই ব্যৱসায়ত ভীষণ ক্ষতিৰ সন্মুখীন হৈছো । উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰিব পৰা নাই।”

গাঁও খনৰে অন্য এজন ব্যক্তি পৰিমল দেৱনাথে কয়, “বিগত প্ৰায় ২৫ বছৰ ধৰি মই এই শিল্পৰ লগত জড়িত হৈ আছো । পৰিয়ালৰ লোকৰ লগতে অন্য সহায়কাৰী নিয়োগ কৰি এই ব্যৱসায় চলাই আহিছিলোঁ যদিও এইবাৰ কৰ’নাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আমাৰ এই ব্যৱসায়ৰ বহু ক্ষতি হৈছে। উৎপাদিত সামগ্ৰী বজাৰলৈ নিব পৰা নাই। চৰকাৰেও আমাক সাহায্য প্ৰদান কৰা নাই।”

একেই মন্তব্য কৰিছে ৰূপম দেৱনাথ, সুধংশু দেৱনাথ, জহিৰ আলি, ফিৰোজা বেগম, স্বপ্না পাল, ছায়া ৰাণী মণ্ডল আদিয়ে। তলাবন্ধৰ পূৰ্বে গেৰেজাই পাম অঞ্চলৰ তাঁতশালৰ শব্দই অঞ্চলটো ৰজনজনাই আছিল। এতিয়া সেই পৰিৱেশ প্ৰায় নোহোৱাৰ দৰে হৈছে । এতিয়া চৰম অৰ্থ সংকটৰ সন্মুখীন হৈছে অঞ্চলটোৰ চাৰি সহস্ৰাধিক শিপিনী আৰু তাঁতশালৰ মালিক-কৰ্মচাৰী ।

তলাবন্ধৰ সময়ত এই সকলক চৰকাৰী ভাৱে আৰু আন অনুষ্ঠানে কিছু পৰিমাণৰ খাদ্য সামগ্ৰীৰ যোগান ধৰিছে যদিও এই শিল্প কৰ্ম জীয়াই ৰাখিবৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । কিছুদিন পূৰ্বে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ এটা দল অঞ্চলটোৰ তাঁতশিল্পত সৃষ্টি হোৱা সমস্যাৰ বুজ ল’বলৈ গৈ অঞ্চলবাসীক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হ’ল। সেয়ে স্থানীয় লোকে অঞ্চলটোৰ এই তাঁতশিল্প জীয়াই ৰাখিবৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaon
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d