Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হোজাইত কবৰ খান্দি নৱবিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

publisher by publisher
September 11, 2020
in Assam, News
Reading Time: 1 min read
0
সমগ্ৰ দেশত তলাবন্ধ, সুৰাপান কৰিবলৈ নাপায় সুৰাপায়ীৰ আত্মহত্যা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

হোজাই জিলাৰ মোৰাঝাৰত এগৰাকী নৱবিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুৰ পাছত আৰক্ষীয়ে কবৰ খান্দি মৃতদেহ উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । পিতৃগৃহৰ অভিযোগৰ ভিত্তিত কবৰস্থানৰ পৰা আৰক্ষীয়ে উঠালে নৱবিবাহিতা মহিলাৰ মৃতদেহটো ৷

ADVERTISEMENT

মৃতদেহটো মোৰাঝাৰ থানাৰ অন্তৰ্গত কৰৈয়নি গাঁৱৰ ছাদ্দাম হুছেইনৰ পত্নী শ্বামিমা ইছলাম ওৰফে চামীৰ বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ ২৬ বছৰীয়া যুৱতীগৰাকীৰ এবছৰ পূৰ্বে বিবাহ সম্পন্ন হৈছিল গাঁওখনৰ ছাদ্দাম হুছেইনৰ লগত ৷ বিয়াৰ পিছৰেপৰা মহিলা গৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ কৰিছে পিতৃ পৰিয়ালে।

বৃহস্পতিবাৰে স্বামীগৃহত মহিলাগৰাকীৰ ৰহস্যজনক মৃত্যু হোৱাত স্বামীগৃহৰ লোকে আৰক্ষীক খবৰ নিদিয়াকৈ অজ্ঞাতে জানাজা সম্পন্ন কৰি কবৰস্থ কৰিছিল মোৰাঝাৰ আৰু কপাহবাৰী অঞ্চলৰ এখন কবৰস্থানত ৷

ইয়াৰ পিছতে মহিলাগৰাকীক স্বামীগৃহৰ লোকে হত্যা কৰা বুলি মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰে আৰক্ষীক ৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মোৰাজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আজি মৃতদেহটো কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

মৃতদেহটোৰ শৰীৰৰ কে’বাঠাইত আঘাতৰ চিন প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে ৷ এয়া হত্যা নে আন কিবা, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব । সম্প্ৰতি মহিলাগৰাকীৰ মৃতদেহ কবৰৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা ঘটনাই হোজাই জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHojai
publisher

publisher

Related Posts

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d