Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’নাৰ শৃংগমুখী দ্ৰুতগতি:অসমত ভয়াৱহ ৰূপ

publisher by publisher
September 12, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
দেশৰ ৭৫ শতাংশ কৰ’না আক্ৰান্ত ৰোগীৰ বয়স ২১ ৰ পৰা ৬০ বছৰ

5466NO-HEALTH-CORONAVIRUS_O_

1
SHARES
8
VIEWS
ShareShareShareShare

যোৱা সাতদিনত অসমত ১৭ হেজাৰতকৈয়ো অধিক লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছে। এই দিনকেইটাৰ প্ৰতিটো দিনতে গড়ে সাত শতাংশতকৈ অধিক লোক আক্ৰান্ত হয়। আনহাতে এই ৰোগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আক্ৰান্ত হৈ মৃত্যু হয় শতাধিক লোকৰ। অথচ ৰাজ্যত মাত্ৰ দুসপ্তাহ আগলৈ এই পৰিবেশ নাছিল ।দৈনিক আক্ৰান্তৰ হাৰ সীমাবদ্ধ আছিল পাঁচ শতাংশৰ ভিতৰত ৷ মৃত্যুৰ সংখ্যাও তুলনামূলকভাৱে কম আছিল ।

ADVERTISEMENT

তাৰ বিপৰীতে যোৱা দুদিনত ডেৰ ঘন্টাৰ ব্যৱধানত এজনকৈ লোকৰ মৃত্যুৰ হৈছে। দৈনিক অভাৱনীয়ভাৱে বৃদ্ধি অব্যাহত থকাৰ ফলত অসমত মাত্ৰ এসপ্তাহৰ ভিতৰতে মুঠ আক্ৰান্তৰ সংখ্যাই ডেৰ লাখৰ সীমা অতিক্ৰম কৰাটো নিশ্চিত বুলি স্বাস্থ্য বিভাগৰ পৰ্যালোচনা বৈঠকত উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিৰ ফলত ৰাজ্যত সৃষ্টি হৈছে সংকটজনক ৰোগীৰ চিকিৎসা। আই চি ইউ ভেন্টিলেটৰৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস হৈছে ৷

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

চাহিদা অনুসৰি অক্সিজেনৰ যোগানত সীমাবদ্ধতা আহিছে ।তাৰ বিপৰীতে সংকটজনক ৰোগীৰ সংখ্যা বাঢ়িছে ৷তেনে ৰোগেৰ ভিতৰত কেৱল বয়সস্থ অথবা অন্য ৰোগত লোকেই নাই,কম বয়সীয়া আৰু শৰীৰত অন্য ৰোগ নথকা যুৱক যুৱতীও আছে। বৰ্তমানৰ এই উদ্বেগজনক পৰিস্থিতি বাহাল থাকিলে অহা অক্টোবৰত আই চি ইউৰো নাটনিয়ে অভাৱনীয় সংকটৰ সৃষ্টি কৰিব বুলি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ।

অসমে এনে এক ভয়াৱহ সংকটৰ সন্মুখীন হ’ব লাগিব বুলি স্বাস্থ্য বিভাগেই কল্পনা কৰা নাছিল। কিন্তু ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত সম্প্ৰতি এনে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে যে নিজৰ ৰোগীজনক ভৰ্তি কৰি জীৱন দিবলৈ বহু অভিভাৱকে এতিয়া আই চি ইউৰ বিছনা খালী হ’ব। গুৱাহাটীৰ কে’বাখনো ব্যক্তিগত চিকিৎসালয়ত এনে কাৰণত ৰোগীৰ আগতীয়া বুকিং পৰ্যন্ত কৰিবলৈ একাংশ অভিভাৱকে চিকিৎসক অথবা হাস্পতাল কৰ্তৃপক্ষক হেঁচা দিছে ৷

এই ভয়াৱহ সংকটৰ বাবে দায়ী কোন ।অসমৰ এই পৰিস্থিতিয়ে কেতিয়ালৈ পাব শীৰ্ষবিন্দু? এনেবোৰ প্ৰশ্নৰ চৰ্চা সম্প্ৰতি চলিছে ।এই সম্পৰ্কত ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক ডা° ৰথীন ভূঞাই কয় যে শীৰ্ষ বিন্দু এতিয়াও পোৱা নাই। কেতিয়ালৈ শীৰ্ষবিন্দু পাব সেয়াও এতিয়ালৈ শীৰ্ষবিন্দু পাব সেয়াও এতিয়ালৈ ক’ব নোৱাৰিব। কাৰণ আক্ৰান্তৰ সংখ্যাৰ গ্ৰাসৰ উৰ্ধ্বমুখী গতি অব্যাহত আছে। অসম চিকিৎসা সেৱাৰ সন্থাৰ সাধাৰণ সম্পাদক ডা° কনক চন্দ তালুকদাৰেও একে মত ব্যক্ত কৰে। এনে ক্ষেত্ৰত আগন্তুক দিনৰ পৰিস্থিতিক লৈ সকলোৱে ব্যক্ত কৰে গভীৰ উদ্বিগ্নতা।

আক্ৰান্ত আৰু সংকটজনক ৰোগীৰ সংখ্যা বৃদ্ধিৰ সংখ্যা বৃদ্ধিৰ সন্দৰ্ভত সঞ্চালক ডা° ভূঞাই কয়” বিশ্বৰ সকলো প্ৰান্তৰ দৰে ভাৰত বা অসমতো তলাবন্ধ যথেষ্ট শিথিল কৰা হৈছে৷কিন্তু এই শিথিলকৰণত একাংশ লোকে ধৰি লৈছে যে তলাবন্ধৰ লগতে কৰ’নাও শেষ হৈ গৈছে ।

গতিকে বহু মানুহে মাস্ক পৰিধান সামাজিক দূৰত্ব ৰক্ষা কৰি চলিবলৈ এৰি দিছে। ইয়াৰ ফলত সামাজিক সংক্ৰমণৰ সংখ্যা বাঢ়িছে ৷আৰু তেনে ৰোগীৰ মৃত্যুৰ সংখ্যাও অধিক হৈছে ।আনহাতে,ক’ভিড চিকিৎসাত প্ৰত্যক্ষভাৱে জড়িত থকা তথা অসম চিকিৎসা সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডা° তালুকদাৰে কয় যে প্ৰতিষেধক কেতিয়া আহিব তাৰ নিশ্চয়তা নাই। গতিকে ৰাইজ সৰ্তক নহ’লে আগন্তুক দিনৰ পৰিস্থিতি অতি বেছি ভয়াৱহ হ’ব ৷

বহুলোকে কৰ’না স্বাস্থ্যবিধি পালন কৰিবলৈ এৰি দিয়াটো অতি উদ্বেগজনক বুলি মন্তব্য কৰি ডা° তালুকদাৰে সমাজক সজাগ কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিয়া লোকসকলে এই পৰ্যন্ত সন্তোষজনক ভূমিকা ল’ব পৰা নাই বুলি কয় ।”ডা° তালুকদাৰে উল্লেখ কৰে যে নমুনা পৰীক্ষাত নিগেটিভ অহা একাংশয়ো ৰোগ বিয়পাইছে ।কাৰণ নিগেটিভ অহাৰ পাছত বহুতে নিজকে ক’ভিডৰ পৰা ৰক্ষা পোৱা বুলি ধৰি লয়। চিকিৎসকজনে উদ্বেগেৰে কয় যে ক্ৰমে চিকিৎসকৰ অভাৱ বাঢ়িছে,চিকিৎসা বিছনা দ্ৰুতগতিত হ্ৰাস পাইছে ৷এই পৰিস্থিতিৰ বিপৰীতে মানুহৰ মাজত সচেতনতা কমিছে ৷

প্ৰসংগক্ৰমে স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰে যে সংকটজনক তথা আই চি ইউত চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত বিভাগে নতুন আই চি ইউত স্থাপনত আগবাঢ়িছে ৷চলিত মাহৰ ভিতৰত কমেও ২০ টা আই চি ইউ স্থাপন কৰা হ’ব ৷ তাৰ সমান্তৰালকৈ কৰ্মচাৰীৰ সংখ্যাও বাঢ়িব ৷সেই বুলি কৰ’নাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধিয়ে তেনে অভাৱ দূৰ কৰিব পাৰিব বুলি নিশ্চিত হ’ব নোৱাৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Corona Viruscovid19
publisher

publisher

Related Posts

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d