Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এইবাৰ যোৰহাটত ৰোড চাইড পূজা বন্ধ : বন্ধ মহালয়াৰ শোভাযাত্ৰা

publisher by publisher
September 14, 2020
in Assam, News
Reading Time: 1 min read
0
এইবাৰ যোৰহাটত ৰোড চাইড পূজা বন্ধ : বন্ধ মহালয়াৰ শোভাযাত্ৰা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

পূজা আৰু প্ৰতিমা, এই সম্বন্ধ যুগ-যুগান্তৰৰ। প্ৰতিমা অবিহনে পূজা অসম্ভৱ । ইষ্ট দেৱ-দেৱীৰ মূৰ্তি সাইলাখ ৰূপত নিৰ্মাণ কৰোৱাই নীতি-নিয়মেৰে প্ৰতিষ্ঠা কৰি ভক্ত গণে নিজৰ নিজৰ অভিলাষ পূৰণৰ বাবে কৰা অৰ্চনাই হ’ল পূজা। সমাগত এই পূজাৰ বতৰ । বিশ্বকৰ্মা পূজা অহা ১৭ চেপ্টেম্বৰত, একেদিনাই মহালয়াও। মহালয়া মানেই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ মৰ্ত্যলৈ আগমন। সেই দিনাৰ পৰাই এক প্ৰকাৰ আৰম্ভ হয় পূজাৰ বতৰ। সেই হিচাপত পূজালৈ বেছি দিন নাই ।

ADVERTISEMENT

অহা ২২ অক্টোবৰত ষষ্ঠী। ষষ্ঠীত বেদীত স্থাপন কৰা দেৱী প্ৰতিমা দশমীত বিসৰ্জন দিয়াৰ নিয়ম। এই চাৰি দিনীয়া শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পূজাৰ বাবে ছমাহ থাকোতেই আৰম্ভ হয় প্ৰতিমা নিৰ্মাণৰ। কেৱল প্ৰতিমা নিৰ্মাণেই নহয়, পূজা সমিতিসমূহৰ মাজত আৰম্ভ পূজা উদযাপনক লৈ অঘোষিত প্ৰতিযোগিতা। কোনে কিমান ডাঙৰ মূৰ্তি স্থাপন কৰিব কিম্বা কোনে কিমান টকা খৰচ কৰি চকু ছাট মৰা পেণ্ডেল নিৰ্মাণ কৰিব।

বহিঃ ৰাজ্যৰ কাৰিকৰী লোকৰে ইতিমধ্যে বন্দবস্তো হৈ যায় ছমাহৰ আগেয়ে। কিন্তু এইবাৰ ! সেইবোৰ একো নাই, আছে মাথোঁ চাৰিও ফালে শংকা আৰু এক ভীতি বিহ্বল পৰিবেশ। এনে পৰিবেশত স্বাভাৱিকতে ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে প্ৰতিমা নিৰ্মাণৰ লগত জড়িত লোকসকল ।

এই সন্দৰ্ভত যোৰহাটৰ মূৰ্তি নিৰ্মাণৰ লগত জড়িত এজন ব্যক্তিৰ বক্তব্য মন কৰিব লগীয়া। নগৰৰ জে বি ৰোডত অৱস্থিত ১৯৪৭ তে স্থাপিত মূৰ্তি নিৰ্মাণ কৰা দোকান খনৰ স্বত্বাধিকাৰী দেবাশীষ পালৰ ভাষ্য, এই বৃত্তি আৰু ব্যৱসায়ত আমাৰ তিনি পুৰুষ জড়িত হৈ আছোঁ । কিন্তু ইমান মন্দাৱস্থা কেতিয়াও অহা নাই । ১৯৪৭ ত আমাৰ ককা ললিত মোহন পালে এই দোকান আৰম্ভ কৰিছিল । তাৰ পাছত মোৰ বৰদেউতা গৌৰাংগ পাল আৰু সুধীৰ পালে দায়িত্ব ললে। বৰ্তমান দাদা শংকৰ পাল আৰু মই পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি এই বৃত্তি চলাই আছোঁ ।

কিন্তু এইবাৰ আমাৰ অৱস্থা অতি শোচনীয়। আন বছৰ সমূহৰ তুলনাত বিশ শতাংশও চলা নাই। পূজালৈ মাজত মাত্ৰ পাঁচ সপ্তাহ বাকী থকা অৱস্থাত আমালৈ মাত্র তিনি ভাগ মূৰ্তিৰ অৰ্ডাৰহে আহিছে। এয়া অত্যন্তই হতাশজনক বুলি মন্তব্য কৰি মৃন্ময় শিল্পী জনে কয় যে সেয়ে এতিয়ালৈকে দুৰ্গা প্ৰতিমা নিৰ্মাণত হাত দিয়াই নাই। বৰ্তমান সৰু সৰু বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণত ব্যস্ত থকা বুলি জানিবলৈ দি তেওঁ কয় আন বছৰসমূহত কেইদিনত অৰ্ডাৰ দিয়া মানুহৰ কোবত আমাৰ কাম ক্ষতি হৈ যায় ।

ইপিনে মানুহো ১০-১২ জন অতিৰিক্ত মানুহ কামত লগাব লগা হয় । এইবাৰ মাত্র আমি তিনিজনে কাম কৰি থাকিব লগা হৈছে । ডাঙৰ প্ৰতিমা নিৰ্মাণ কৰিলে আমাৰ লাভ হয়, কিন্তু এইবাৰ প্ৰশাসনে পাঁচ ফুটতকৈ ওখ মূৰ্তি নিৰ্মাণত বাধা প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে তলাবন্ধৰ বাবে মূৰ্তি নিৰ্মাণৰ বাবে দৰকাৰ হোৱা সামগ্ৰী ক’লা মাটি, ৰঙা মাটি, খেৰ, বাঁহ, চুটলি, গজাল, কাপোৰ আদিৰো অত্যধিক মূল্য বৃদ্ধি ঘটিল যাৰ বাবে এতিয়া কাম কৰাই সমস্যা হৈ পৰিছে ।

এক গাড়ী (৪০৭) ক’লা মাটিৰ পূৰ্বতে আছিল পাঁচ হেজাৰ এতিয়া তাৰ মূল্য হ’লগৈ ন হেজাৰ টকা। সেইদৰে এগাড়ী (ডি আই) খেৰৰ দাম আছিল চাৰি হেজাৰ টকা এতিয়া হ’লগৈ ছহেজাৰ টকা। এনে মূৰ্ত্তি চাহিদা নাই কেঁচামালৰ অত্যাধিক মূল্যবৃদ্ধি । এনে অৱস্থাত যোৰহাট নগৰত থকা প্ৰায় দহখন মৃন্ময় প্ৰতিমাৰ দোকান আৰু এই বৃত্তিৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষ জড়িত শতাধিক লোকৰ মাজত চৰম হতাশাই গা কৰি উঠিছে ।

ইপিনে যোৰহাট কেন্দ্ৰীয় পূজা সমিতিৰ সভাপতি দেৱজিত বৰদলৈয়ে কয়, এইবাৰ ক’ভিডৰ পৰিস্থিতিৰ বাবে পূজা অনুষ্ঠিত কৰাত চৰকাৰে বাধা-নিষেধ আৰোপ কৰিছে । পূৰ্বতে পথৰ কাষৰ পূজা অনুষ্ঠিত কৰাত নিষেধ আৰোপ কৰা হৈছে। ফলত এইবাৰ পূজাৰ সংখ্যা বহুখিনি হ্ৰাস পাব ।

এই সন্দৰ্ভত জিলা উপায়ুক্তৰ লগত কেন্দ্ৰীয় পূজা কমিটিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত পূজা অনুষ্ঠিত কৰা সন্দৰ্ভত বিতং আলোচনা কৰা হয় আৰু কোনো কাৰণতে পূজাৰ দ্বাৰা ক’ভিড প্রট’কল ভংগ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মাত্র মাঙ্গলিক কামখিনি কৰাতহে প্ৰশাসনে অনুমতি দিছে। পূজাথলীত ত্ৰিশজনতকৈ অধিক লোকৰ সমাগম হব নোৱাৰিব বুলি স্পষ্টকৈ জনাই দিয়া হৈছে।

সকলো ধৰণৰ বাহুল্য আৰু মেলাৰ বৰ্জন কৰিব লাগিব পূজাৰ উদ্যোক্তাসকলে। প্ৰশাসনৰ এই নিৰ্দেশনা কেন্দ্ৰীয় পূজা সমিতিৰ অন্তর্গত প্ৰায় ৯০ খন পূজা সমিতিক জনাই দিয়া হৈছে বুলিও সভাপতি দেৱজিত বৰদলৈয়ে দৈনিক অগ্ৰদূতক জনায় । আনহাতে যোৰহাটত বহুল জনপ্ৰিয়তা অৰ্জন কৰা মহালয়াৰ শোভাযাত্ৰাও এইবাৰ বন্ধ কৰিছে জিলা প্ৰশাসনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamJORHAT
publisher

publisher

Related Posts

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d