Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এটি উৰুখা পঁজাত জীৱন কটোৱা কলিয়াবৰৰ চিকনি বৰহোলাৰ এটি পৰিয়ালৰ দুৰ্বিসহ জীৱন গাথাঁ

publisher by publisher
September 16, 2020
in Assam, News
Reading Time: 1 min read
0
এটি উৰুখা পঁজাত জীৱন কটোৱা কলিয়াবৰৰ চিকনি বৰহোলাৰ এটি পৰিয়ালৰ দুৰ্বিসহ জীৱন গাথাঁ
7
SHARES
69
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

এখন তৰাদেখা ছালৰ তলতে কনমাণি দুই পুত্ৰক বুকুত সাৱটি দিনৰাতি পাৰ কৰিছে এজন দিব্যাংগ লোকে ৷ নাম তেওঁৰ ৰাজেশ প্ৰজা, ঘৰ কলিয়াবৰৰ চিকনি-বৰহোলা অঞ্চলত ৷ এটা উৱলি যোৱা জুপুৰীতে থাকে এই ৰাজেশ প্ৰজাৰ তিনিজনীয়া পৰিয়াল । মাতৃহাৰা দুটি কণমাণি পুত্ৰক বুকুত সাৱটি বহুকেইটা বছৰ বসবাস কৰিছে পিতৃ ৰাজেশ প্ৰজাই ।

ADVERTISEMENT

উল্লেখ্য যে, বিশেষ ভাৱে সক্ষম লোকজনৰ ভৰি এখন লেঙেৰা হোৱা বাবেই উপাৰ্জনৰ পথ উলিয়াব নোৱাৰে দুৰ্ভগীয়া ৰাজেশ প্ৰজাই । বৰ্ণাতীত এক জীৱন কাহিনী এইগৰাকী লোকৰ ৷ চৰকাৰৰ দৃষ্টি নপৰা এই পৰিয়ালটোৱে আজি পৰ্যন্ত নাপালে এটা চৰকাৰী বাসগৃহ। বতাহ-বৰষুণ দিলেই উজাগৰী নিশা পাৰ কৰিবলগীয়া হয় পৰিয়ালটোৱে । ভঙা টিনপাতৰ মাজৰে সৰকি অহা বৰষুণৰ পানীৰে তেওঁলোকৰ ঠুনুকা সপোনবোৰ চুৰমাৰ কৰি পেলায় ।

ঘৰৰ ভিতৰৰ পৰাই নিশাৰ আকাশৰ তৰা গণিব পৰাকৈ জৰাজীৰ্ণ ঘৰটোৰ চাৰিবেৰৰ অৱস্থা অতি শোচনীয় । পাকঘৰ¸ শোৱনি কোঠা বুলি ঘৰটোত নাই কোনো বিশেষ কোঠা, আছে কেৱল চৌপাশে উৱলি যোৱা দুখীয়াৰ ভঙা পঁজাৰ মৰ্মবেদনা । শোৱাপাটীৰ দৃশ্য দেখিলে প্ৰতিজন হৃদয়বানৰে চকুপানী বৈ আহিব ।

যি সময়ত চৰকাৰে এটাও মাটিৰ ঘৰ নাথাকে বুলি ঘোষণা কৰিছে তেনে সময়তে এইখন অসমৰে কলিয়াবৰ চিকনি বৰহোলাৰ ৰাজেশ প্ৰজাই বৰষুণৰ পৰা বাচিবলৈ টিৰপালৰে সৰ্বশৰীৰ ঢাকি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। দুবেলা-দুসাঁজ কোনোমতে খুজি-মাগি যোগাৰ কৰি পোহপাল দিবলগীয়া হৈছে দুই সন্তানক। চৰকাৰী ৰেচন কাৰ্ড আছে যদিও সেয়া আজিৰ তাৰিখত পৰ্যাপ্ত নহয় ।

ওচৰৰে সুহৃদয়বান দুই একে খাবলৈ দিয়া সামগ্ৰীৰে কোনোমতে চলাই নিছে পৰিয়ালটি । সন্তানক এযোৰ ভাল কাপোৰ পিন্ধাব নোৱাৰা দুখত পিতৃ ৰাজেশে হিয়া-ঢাকুৰি কান্দে আৰু কেতিয়াবা উচুপি উঠে । চৰকাৰে তেওঁলোকৰ পৰিয়ালটিক উদ্ধাৰ কৰিব বুলি ৰাজেশে বহু আশাৰে বাট চাইছিল । কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিয়ে আজি পৰ্যন্ত সহায় কৰিবলৈ আগবাঢ়িল নাহিল ৰাজেশৰ পৰিয়ালটিক । এই অভিযোগ খোদ দুৰ্ভগীয়া ৰাজেশ প্ৰজাৰ ।

সন্তানক ভাল মানুহ কৰি গঢ়ি তুলিবলৈ সপোন দেখা ৰাজেশে পৰিস্থিতিৰ বাবে থমকি ৰ’ব লগা হৈছে । কণমানি সন্তান দুটি স্কুলত শিক্ষা লবলৈ পঠিয়াইছে যদিও সেইয়া কিমান দিনলৈ অব্যাহত থাকিব তাক লৈ চিন্তিত হৈ পৰিছে পিতৃ ৰাজেশ ৷ কাৰণ পৰিয়ালটিৰ আৰ্থিক অৱস্থা শূণ্য বুলি ক’লেও ভুল কৰা নহ’ব।

চৰকাৰ তথা জনপ্ৰতিনিধিক পুনৰবাৰ সহায়-ভিক্ষা কৰি পৰিয়ালটিক উদ্ধাৰ কৰিবলৈ কৰযোৰে আহ্বান জনাইছে ৰাজেশ প্ৰজাই । চৰকাৰে যদি সু- দৃষ্টি নিক্ষেপ নকৰে, তেন্তে সন্তানসহ পিতৃয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ’ব বুলি দুখেৰে প্ৰকাশ কৰিছে লোকজনে ।

বিকশিত অসমৰ শ্ল’গান দিয়া দুখীয়াৰ চৰকাৰ বুলি সততে কৈ অহা চৰকাৰখনে এই দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰখনৰ কোনো এখন আঁচনিয়ে সামৰি ল’বনে, এই লৈ প্ৰশ্ন কৰিছে হৃদয়বান লোকজনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKaliabor
publisher

publisher

Related Posts

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d