Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গোলাঘাট ক’ভিড চিকিৎসালয়ৰ পৰা অৰ্ন্তধান ক’ভিড আক্ৰান্ত ৰোগী

publisher by publisher
September 19, 2020
in Assam, COVID-19
Reading Time: 1 min read
0
গোলাঘাট ক’ভিড চিকিৎসালয়ৰ পৰা অৰ্ন্তধান ক’ভিড আক্ৰান্ত ৰোগী
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীনস্থ গোলাঘাট ক’ভিড চিকিৎসালয়ৰ পৰা চিকিৎসাধীন অৱস্থাত থকা এজন ক’ভিড আক্ৰান্ত ৰোগী অৰ্ন্তধান হোৱা ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰে । গোলাঘাট জিলাৰ কমাৰবন্ধা বামুণ গাঁৱৰ কৰ্ণ তাঁতী (৭০) নামৰ ৰোগীজন অৰ্ন্তধান হোৱা ঘটনাই চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি কৰে ‌। অৱশ্যে আশ্বৰ্যকৰ বিষয় যে,ক’ভিড চিকিৎসালয়ৰ চাৰিবেৰৰ মাজৰ পৰা এজন ৰোগী অৰ্ন্তধান হোৱাৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ হাতত কোনো তথ্যই নাছিল ।

ADVERTISEMENT

চিকিৎসাধীন ক’ভিড আক্ৰান্ত ৰোগীজনৰ পৰিয়ালৰ লোকেহে সমগ্ৰ বিষয়টো আজি পোহৰলৈ আনে । প্ৰাপ্ত তথ্য অনুসৰি আন ৰোগত আক্ৰান্ত কৰ্ণ তাঁতীক যোৱা ১৭ ছেপ্তেম্বৰত তেওঁৰ পুত্ৰ ৰাজেশ তাঁতীয়ে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকৎসাললৈ চিকগৎসাৰ বাবে অনাৰ পাচত চিকিৎসকে প্ৰথমতে ক’ভিড পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়ায় ।

সেই আনুসৰি পুত্ৰ ৰাজেশ তাঁতীয়ে পিতৃৰ ক’ভিড পৰীক্ষা কৰোৱাত পিতৃ কৰ্ণ তাঁতীৰ দেহত ক’ভিড১৯ ধৰা পৰে । গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ১০৮ যোগে লগে-লগে গোলাঘাট ক’ভিড চিকিৎসালত ভৰ্তি কৰোৱা হয় আক্ৰান্ত লোকজনক । কিন্তু আজি পুত্ৰ আৰু পৰিয়ালৰ লোকে কৰ্ণ তাঁতীৰ স্বাস্থ্যৰ খবৰ কৰিবলৈ আহি হতভম্ব হৈ পৰে।

পিতৃৰ খবৰ কৰিবলৈ অহা পুত্ৰ আৰু পৰিয়ালে ক’ভিড চিকৎসালয়ত খবৰ লোৱাত পিতৃ চিকিৎসালয়ত নাই বুলি তথ্য লাভ কৰে । ঘটনাৰ সবিশেষ জানিবলৈ পুত্ৰ আৰু পৰিয়ালৰ লোকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃসূৰেণ তামূলীৰ কাষ চপাত কোনো সুদুত্তৰ লাভ কৰিবলৈ সক্ষম নহ’ল ।

লক্ষ্যনীয় বিষয় যে, ক’ভিড চিকৎসালয়ৰ চাৰিবেৰৰ মাজত নিৰাপত্তামূলক ব্যৱস্থাৰ মাজত চিকিৎসাধীন হৈ থকা ৰোগীজন অৰ্ন্তধান হোৱাৰ কথা কথা গমকে নাপায় চিকিৎসালয় কৰ্তৃপক্ষই । অৱশ্যে অৱশেষত উন্মোচিত হয় প্ৰকৃত ৰহস্য ।

ক’ভিড-১৯ ভাইৰাছ ধৰা পৰাৰ পাছত গোলাঘাট ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰে যদিও কোনোবা তলকত যোৱা ১৭ ছেপ্তেম্বৰত ক’ভিড চিকিৎসালয়ৰ কোঠাৰ পৰা চিকিৎসাধীন হৈ থকা কৰ্ণ তাঁতী ওলাই গৈ প্ৰায় ১০ কিলোমিটাৰ নিলগৰ ৰঙাজানস্থিত বিবাহিত কন্যাৰ ঘৰ পায়গৈ । কিন্তু ৰোগীজনে এনেদৰে চিকিৎসালয়ৰ কোঠাৰ পৰা পলায়ন কৰাৰ পাছতো গমকে নাপায় চিকিৎসালয় কৰ্তৃপক্ষই ।

আজি কৰ্ণ তাঁতীৰ পুত্ৰ,বোৱাৰী,আত্মীয়ই প্ৰয়োজনীয় সামগ্ৰী দিবলৈ আহি চিকিৎসালয় চৌহদত উপস্থিত হোৱাৰ পাচতহে কৰ্ণ তাঁতী চিকিৎসালয়খনৰ পৰা অৰ্ন্তধান হোৱাৰ তথ্য উন্মোচিত হয়।ইয়াৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষ আৰু পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত ৰঙাজানৰ কন্যাৰ ঘৰত নাটকীয়ভাৱে আৱিস্কৃত হয় ।

অৱশেষত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ১০৮ এম্বুলেঞ্চৰ জৰিয়তে ক’ভিড আক্ৰান্ত কৰ্ণ তাঁতীক ৰঙাজানৰ কন্যাৰ ঘৰৰ পৰা আনি ইতিমধ্যে গোলাঘাট ক’ভিড চিকিৎসালয়ত পুনৰ ভৰ্তি কৰিছে । এনে ঘটনাই গোলাঘাট ক’ভিড চিকিৎসালয়ৰ প্ৰশাসনীয় দিশৰ চৰম দায়িত্বজ্ঞানহীনতাকো উদঙাই দেখুওৱা বুলিও একাংশই মন্তব্য কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona Viruscovid19Golaghat
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d