Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নিলম্বিত সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নকৰালৈকে ৰাজ্যসভা বৰ্জন কৰাৰ হুংকাৰ বিৰোধীৰ

publisher by publisher
September 22, 2020
in India, News, Politics
Reading Time: 1 min read
0
নিলম্বিত সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নকৰালৈকে ৰাজ্যসভা বৰ্জন কৰাৰ হুংকাৰ বিৰোধীৰ
1
SHARES
13
VIEWS
ShareShareShareShare

ৰাজ্যসভাৰ পৰা ৮ জনকৈ সাংসদ নিলম্বন হোৱাৰ পাছত আজি বিৰোধীয়ে ৰাজ্যসভা বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ নেতা গুলাম নবী আজাদে কয় যে, যেতিয়ালৈকে নিলম্বন কৰা বিধায়কসকলৰ নিলম্বন প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে বিৰোধীয়ে ৰাজ্যসভাৰ কাম-কাজত অংশ নলয় ।

ADVERTISEMENT

উল্লেখযোগ্য যে, দেওবাৰে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত ৮ জন বিৰোধী সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় । ইয়াৰ পাছত নিলম্বিত বিধায়কসকলে সোমবাৰে সমগ্ৰ নিশাটো সংসদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধীৰ নেতা আজাদে আজি নিলম্বিত বিধেয়কসকলক সাক্ষাৎ কৰে আৰু নিজৰ দাবী উত্থাপন কৰে ৷

RelatedPosts

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

এজনো কেবিনেট মন্ত্রী উপস্থিত নথকাত ১০ মিনিট স্থগিত ৰাজ্যসভা

তেওঁ কয়, “আমি কংগ্ৰেছ দলৰ ফালৰ পৰা তিনিটা দাবী উত্থাপন কৰিছো ।” প্ৰথমটো দাবী হ’ল চৰকাৰে এনে এখন বিল আনিব লাগে, যাতে কোনো বেচৰকাৰী সংস্থাই প্ৰকৃত মূল্যতকৈ তলত কৃষকৰ পৰা কোনো পন্য সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব । দ্বিতীয় দাবীটো হ’ল স্বামীনাথন সূত্ৰৰ অধীনত প্ৰকৃত মূল্য স্থিৰ কৰিব লাগে ।

তৃতীয়টো দাবী হ’ল ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ফুড কৰ্পৰেশ্যনে এইটো নিশ্চিত কৰিব লাগে যে নিৰ্ধাৰিত প্ৰকৃত মূল্য অনুযায়ী কৃষকৰ সামগ্ৰী ক্ৰয় কৰা হ’ব । এই তিনিটা দাবী মানি নোলোৱা পৰ্যন্ত সদন বৰ্জন কৰিব বিৰোধীয়ে । গুলাম নবী আজাদে লগতে কয় যে চলিত চৰকাৰ ভিতৰত একতাৰ অভাৱ ।

উল্লেখযোগ্য যে দেওবাৰে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক সোমবাৰে নিলম্বন কৰা হয় ।

যিসকল সাংসদক নিলম্বন কৰা হ’ল তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন, সঞ্জয় সিং, ডোলা সেন, ৰাজীৱ চাটব, ৰিপুন বৰা আদি । ভেংকয়া নাইডুয়ে TMCৰ সাংসদ ডেৰেক অ’ ব্ৰায়নক সংসদৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷

এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিয়ে কয়, “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো  ৷ উপসভাপতিৰ মতে অশ্লীল শব্দও কয় নিলম্বিত সাংসদসকলে ৷”

নাইডুয়ে লগতে কয় যে, “সংসদৰ মাইক ভঙাটো নিন্দাজনক ঘটনা ৷ ইয়াৰ পাছতেই সোমবাৰে সমগ্ৰ নিশা নিলম্বিত সাংসদ সকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয় ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ParliamentRajya Sabha
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d