Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত নতুন কৃষি বিধেয়কৰ বিৰোধিতাৰে তীব্র প্ৰতিবাদ কৃষকৰ

publisher by publisher
September 25, 2020
in India, News
Reading Time: 1 min read
0
পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত নতুন কৃষি বিধেয়কৰ বিৰোধিতাৰে তীব্র প্ৰতিবাদ কৃষকৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

হাৰিয়ানাকে ধৰি পঞ্জাৱ আৰু দেশৰ কে’বাখনো ৰাজ্যত নতুন কৃষি বিধেয়কৰ বিৰোধিতাৰে কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ । ৰাজপথ আৰু ৰেলপথসমূহ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে । হাজাৰ হাজাৰ কৃষকে কৃষি বিধেয়কৰ বিৰোধিতাৰে উগ্ৰ বিৰোধ প্ৰদৰ্শনৰ আৰম্ভ কৰাৰ বাবে সম্প্ৰতি অতিৰিক্ত আৰক্ষীক মোতায়ন কৰা হৈছে । লগতে ৰাজ্যৰ কিছু কিছু সীমাৰ অঞ্চল ছিল কৰি দিয়া হৈছে ।

ADVERTISEMENT

আনহাতে, এই বিধেয়ক বাতিল নকৰা পর্যন্ত তেওঁলোকৰ আন্দোলন তীব্রতৰ হৈ থাকিব বুলি হুংকাৰ দিছে কৃষকসকলে । কংগ্ৰেছ, আৰজেডি আৰু তৃণমূলৰ দৰে বিৰোধী দলৰ লগতে ১০ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে কৃষকসকলক সমৰ্থন কৰি মাত মাতিছে ।

চাওঁ আহক নতুন কৃষি বিধেয়কৰ সন্দৰ্ভত কেইটামান শেহতীয়া তথ্য-

■আজি বিজেপি নেতাসকলৰ মাজত অনুষ্ঠিত হোৱা ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ইতিহাসৰ সৃষ্টি কৰিছে । এই সংশোধিত বিধেয়কখনৰ দ্বাৰা কৃষকসকল লাভৱান হ’ব’ । লগতে কয় যে, ‘যিসকলে কৃষকসকলক মিছা কৈছে তেওঁলোকে কৃষকসকলৰ কান্ধত বন্দুক থৈ গুলি মাৰিছে’ ।
■ প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়া সত্বেও সমগ্র দেশজুৰি আন্দোলন তীব্রতৰ হৈ উঠিছে । প্ৰধানকৈ পাঞ্জাৱ আৰু হাৰিয়ানাকে ধৰি উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ আৰু কৰ্ণাটকত ব্যাপক ৰূপত আন্দোলন আৰম্ভ হৈছে ।
■ ভাৰতীয় কিষান ইউনিয়ন বেনাৰৰ অন্তৰ্গত ৩১ টা কৃষকৰৰ সমূহে পঞ্জাৱত সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছে ।
■ অমৃতসৰ আৰু ফিৰোজপুৰ জিলাত বৃহস্পতিবাৰে কৃষকসকলে ৰেলৰ ট্ৰেকত বহি প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ ফলস্বৰূপে সেই স্থানত যান বাহনৰ সমস্যাই দেখা দিছে । ইয়াৰ কাৰণে ৰেল বিভাগে ফিৰোজপুৰৰ সকলো ৰেলসেৱা বাতিল কৰে ।
■ কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধীয়ে নতুন কৃষি বিধেয়কৰ সন্দৰ্ভত আজি পুনৰ টুইট কৰি কয় যে, ‘নতুন কৃষি বিধেয়কখনে আমাৰ কৃষকসকলক গোলাম বনাব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agri BillFarmer Protestindia
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d