Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আৰক্ষী-আবকাৰীক মেনেজ কৰি গোলাঘাটত আবাধ গতিত অৰুণাচলী সুৰাৰ চোৰাং বেহা

publisher by publisher
October 3, 2020
in Assam, News
Reading Time: 1 min read
0
আৰক্ষী-আবকাৰীক মেনেজ কৰি গোলাঘাটত আবাধ গতিত অৰুণাচলী সুৰাৰ চোৰাং বেহা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

আৰক্ষী আৰু আবকাৰী বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি কমিশ্যনৰ অংকৰে গোলাঘাট জিলাত অৰুণাচলী সুৰাৰ চোৰাং বেহা চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে যোৱা নিশা গোলাঘাট আৰক্ষীৰ অভিযানত হাতে-লোটে ধৰা পৰে এক চক্ৰ । একে নিশাৰ ভিতৰতে লেবেল সলনিৰে গোলাঘাটত অৰুণাচলী সুৰা হৈ পৰে অসমৰ সুৰা ।

ADVERTISEMENT

যোৱা নিশা গোলাঘাটৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অৰুণাচলী সুৰাৰ লেবেল সলনিৰে ৰমৰমীয়া কলা বেহা চলাই থকা ২ নং শেনচোৱাৰ এটা ঘাটি উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ গ্ৰেপ্তাৰ কৰে তিনিজন যুৱকক । উদ্বাৰ কৰে এ.এচ.০১ এল. চি-৪৭৮৯ নম্বৰৰ সুৰা ভৰ্তি গাড়ীসহ বহু আপত্তিজনক নথি পত্ৰ । গ্ৰেপ্তাৰ হোৱা যুৱককেইজন হৈছে মেৰাপানীৰ বিমান গগৈ,কছাৰীহাটৰ সঞ্জীৱ কলিতা আৰু ২ নং শেনচোৱাৰ প্ৰিঞ্চ পৰিক্ষীত বৰুৱা ।

অৰুণাচলৰ পৰা সুৰা ক্ৰয় কৰি আনি শেনচোৱাৰ প্ৰিন্স পৰিক্ষীত বৰুৱাৰ ঘৰত অৰুণাচলী সুৰাৰ লেবলৰ ষ্টিকাৰ সলনি কৰি অসমৰ লেবলৰ ষ্টিকাৰ লগাই অধিক দামত বিক্ৰী কৰি বেহা চলাই আহিছিল । আৰক্ষীয়ে AS-01LC-4789 নম্বৰৰ গাড়ীখনত উদ্বাৰ হোৱা কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা আৰু ষ্টিকাৰ। উল্লেখ্য যে, গোলাঘাট জিলাত আবকাৰী আৰু আৰক্ষীৰ একাংশ বিষয়াক মেনেজ কৰি প্ৰভাৱশালী সুৰা মাফিয়াই ৰমৰমীয়া কলা বেহা চলাই যাবলৈ সক্ষম হোৱাৰ অভিযোগ উঠিছে ।

অৰুণাচলৰ পৰা সুৰা কঢ়িয়াই অনা প্ৰতিখন ট্ৰাকে ভুৱা চালান ব্যৱহাৰ কৰি আৰক্ষী আৰু আবকাৰী বিষয়াক প্ৰতিখন সুৰা ভৰ্তি গাড়ীৰ বিপৰীতে নিৰ্দ্ধাৰিত কমিচন দিয়াৰ বাবে সংশ্লিষ্ট সকলোৱেই চকু মুদা কুলিৰ ভূমিকা পালন কৰা বুলিও অভিযোগ উঠিছে । ধৃত যুৱককেইজনক আৰক্ষীয়ে চলোৱা জেৰাৰ কালত কেতবোৰ বিস্ফোৰকৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাই পথৰ আৰক্ষী-আবকাৰী বিভাগৰ বিভিন্ন তালাচী চকী অতিক্ৰম কৰি উজনি অসমৰ গোলাঘাট, যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড় আদিৰ লগতে বিশেষকৈ নাগালেণ্ডৰ ডিমাপুৰলৈ চালান দি আহিছে অৰুণাচলী চোৰা‌ং সুৰা ।

অৰুণাচলী সুৰাৰ চোৰাং মাফিয়া চক্ৰই সৰবৰাহ কৰা প্ৰতিখন চোৰাং সুৰা ভৰ্তি ট্ৰাক অনায়াসে অতিক্ৰম কৰাৰ বাবদ আৰক্ষী-আবকাৰীৰ একাংশ বিষয়াক নিয়মীয়াভাৱে নিৰ্দ্ধাৰিত পৰিমাণৰ কমিচন আদায় দি অহাৰ বাবেই এনে চোৰাং বেহা চলাবলৈ সক্ষম হোৱা বুলি চৰ্চিত হৈ আহিছে । শেহতীয়াভাৱে অৰুণাচলৰ পৰা সৰু -সৰু গাড়ীত অৰুণাচলী সুৰা অসমলৈ আনি একাংশ অসাধু লোকে বৃহৎ কলা বজাৰ গঢ়ি তুলিছে গোলাঘাট জিলাত ।ইফালে আজি গ্ৰেপ্তাৰ কৰা তিনিজন যুৱকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Excise DepartmentGolaghat
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d