Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তদন্তৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

publisher by publisher
October 9, 2020
in Assam, News
Reading Time: 1 min read
0
তদন্তৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

আৰক্ষী উপ-পৰিদৰ্শক (এছ আই) পদৰ বাতিল হােৱা লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িতৰ অভিযােগত ইজনৰ পাছত সিজন অভিযুক্তৰ জালত পৰাৰ পাছতাে মূল অভিযুক্তৰ কাষেই চাপিব পৰা নাই তদন্তকাৰী সংস্থাসমূহ । ইয়াকে লৈ প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি প্রশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডিকে ধৰি বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা কেউটা গােচৰৰ তদন্ত প্রক্রিয়াৰ খতিয়ান দাঙি ধৰে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ।

ADVERTISEMENT

এই প্রক্রিয়াত সহযােগ কৰে অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে । মুখ্যমন্ত্রী কার্যালয়ৰ সূত্ৰই এই কথা সদৰী কৰি জনােৱা মতে, আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত অব্যাহত থকা ছিণ্ডিকেটৰাজ উৎখাতৰ বাবে মুখ্যমন্ত্রী সােণােৱালে দিয়া নির্দেৰ্শৰ ভিত্তিতে যােৱা ২০ ছেপ্টেম্বৰত চি আই ডিয়ে ২১/২০২০ নম্বৰত এক গােচৰ ৰুজু কৰে ।

উক্ত গােচৰৰ তদন্তৰ ভিত্তিতে ইতিমধ্যে জালত পৰিছে দালাল চক্ৰটোৰ অন্যতম অভিযুক্ত প্রাক্তন ডি আই জি প্রশান্ত কুমাৰ দত্ত, বিজেপি নেতা দ্বিবন ডেকাকে ধৰি ১৪ জন অভিযুক্ত। অথচ ইয়াৰ পাছতাে মূল অভিযুক্তৰ কাষ চাপিব পৰা নাই চি আই ডিয়ে । ইয়াৰ ভিত্তিতে মুখ্যমন্ত্রী সােণােৱালে তলৱ কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক ।

প্রশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডিত ৰুজু হােৱা ২১/২০২০ নম্বৰ গােচৰৰ লগতে বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা সংলগ্ন প্রতিটো গােচৰ আৰম্ভণিৰে পৰা নিৰীক্ষণৰ দায়িত্বত আছে আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং। ইয়াৰ পৰিপ্ৰেক্ষিততে এ ডি জি পি সিঙৰ লগত পুৱা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত উপস্থিত হয় আৰক্ষী সঞ্চালকপ্ৰধান মহন্ত ।

পাছত মুখ্যমন্ত্রী সােণােৱালেৰে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দীর্ঘসময় ধৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালকপ্ৰধান মহন্ত আৰু অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান সিঙে। উক্ত সময়ছােৱাতে সংশ্লিষ্ট গােচৰৰ জেৰাৰ সময়ত ধৃত পি কে দত্ত আৰু সহযােগীসকলৰ লগতে বিজেপি নেতা দ্বিবন ডেকাই স্বীকাৰ কৰা সকলাে তথ্য মুখ্যমন্ত্রীক অৱগত কৰােৱা বুলি সূত্ৰটোৱে জনায়।

মুখ্যমন্ত্ৰীক কি খতিয়ান দাঙি ধৰিলে?

প্রশ্নকাকত ফাদিলৰ লগত প্রাক্তন ডি আই জি পি কে দত্ত প্রত্যক্ষভাৱে জড়িত থকাৰ বিষয়ে তথ্য সহকাৰে মুখ্যমন্ত্রীক অৱগত কৰে অতিৰিক্ত আৰক্ষী সঞ্চালকধান সিঙে । লগতে সম্পূর্ণ শৃংখল পদ্ধতিৰে যে প্রাক্তন ডি আই জিজনে এই কুকার্য সংঘটিত কৰিছিল সেই সম্পর্কত পি কে দত্তৰ সহযােগীসকলে জেৰাৰ সময়ত স্বীকাৰ কৰা তথ্যয়াে স্পষ্ট কৰাৰ কথা উল্লেখ কৰা বুলি সূত্ৰটোৱে জনায় । তদুপৰি বিজেপি নেতা দ্বিবন ডেকা আৰু ধৃত পি কে দত্তই ক’ত কেনেদৰে প্রশ্নকাকত পালে সেই সম্পর্কতাে প্রাথমিক তথ্য লাভ কৰাৰ কথাও অৱগত কৰা বুলি সূত্ৰটোৱে উল্লেখ কৰে।

খতিয়ান লৈ কি নির্দেশ দিলে মুখ্যমন্ত্ৰীয়ে ?

প্রশ্নকাকত ফাদিলৰ গােচৰত জড়িত কোনাে অভিযুক্তই যাতে সাৰি যাব নােৱাৰে সেই সম্পর্কত প্রয়ােজনীয় পদক্ষেপ গ্রহণৰ বাবে মুখ্যমন্ত্রী সােণােৱালে আজি নির্দেশ দিয়ে আৰক্ষী সঞ্চালকধানক। বিশেষকৈ, উৎকোচৰ বিনিময়ত চাকৰি ক্ৰয়ৰ চেষ্টা কৰা অভিযুক্তসকলৰ ক্ষেত্ৰতাে উৎকোচ গ্রহণ কৰাসকলৰ সমানে পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধানক নির্দেশ দিয়া বুলি সূত্ৰটোৱে জনায়। অৱশ্যে অনাগত দিনত প্রশ্নকাকত ফাদিল ঘটনাৰ মূল অভিযুক্ত জালত পৰে নে নপৰে সেয়া বাৰুকৈয়ে লক্ষ্যণীয় হ’ব বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBHASKAR JYOTI MAHANTASarbananda SonowalSI Exam
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d