Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

বলীউডৰ চিৰ সেউজ অভিনেত্ৰী ৰেখালৈ জন্ম দিনৰ অলেখ শুভেচ্ছা

publisher by publisher
October 10, 2020
in Entertainment, India
Reading Time: 1 min read
0
বলীউডৰ চিৰ সেউজ অভিনেত্ৰী ৰেখালৈ জন্ম দিনৰ অলেখ শুভেচ্ছা
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

প্রাক্তন প্রেয়সী ৰেখাৰ সহায় ল’ব অমিতাভে !

হেপী বাৰ্থডে বিৰাট কোহলী

 এটা যুগৰ অৱসানঃ শতাধিক ছবিত অভিনয় কৰি হঠাতে গ’লগৈ চকলেট হিৰো ঋষি কাপুৰ 

আজি বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাৰ ৬৬ সংখ্যক জন্মদিন ৷১৯৫৪ ৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাই ।৬৬বছৰ বয়সতো ৰেখাৰ সৌন্দৰ্য হ্ৰাস পোৱা নাই ।ৰেখাৰ সৌন্দৰ্যই আজিও বলীউডৰ বহু অভিনেত্ৰীৰ সৌন্দৰ্যক ম্লান কৰি দিয়ে ৷

ADVERTISEMENT

ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি ছবিৰ কেৰিয়াৰলৈকে ৰেখাৰ জীৱনত বহু উত্থান পতনেৰে ভৰপূৰ। এসময়ত জীৱনৰ উত্থান পতনত ৰেখা ভাগি পৰিছিল। কিন্তু হাৰ মনা নাছিল ৰেখাই ।জীৱনৰ প্ৰত্যাহ্বানসমূহক অতিক্ৰম কৰে আগুৱাই গৈছিল ৰেখা ।

১৯৬৬ ৰ দক্ষিণ ভাৰতৰ ছবি “ৰংগুলা ৰতন্ম”ৰ জৰিয়তে ৰেখাই ছবি জগতত আত্ম প্ৰকাশ কৰিছিল। ৰেখাই প্ৰায় ১৭৫ খন বলীউড আৰু বহু দক্ষিণ ভাৰতৰ ছবিত অভিনয় কৰিছিল ।ইয়াৰ ভিতৰত “খুবচুৰত,”খুন ভৰী মাংগ,খুন অ’ৰ পচীনা,মুকদ্দৰ কা চিকন্দৰ আৰু উমৰাও জান”  আদি ছবিত অভিনয় কৰিছে ।

ৰেখাই তিনিবাৰ ফিল্মফেয়াৰ আৰু এবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল । তদুপৰি ৰেখাক ভাৰত চৰকাৰৰ ফালৰ পৰা পদ্মশ্ৰী উপাধিও প্ৰদান কৰা হৈছে ।

১৯৯০ ত  দিল্লীৰ উদ্যোগপতি মুকেশ আগৰৱালৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৰেখা। অৱশ্যে এই বিয়া বেছিদিন নিটিকিল। কিছুদিনৰ পাছত মুকেশ অগ্ৰৱালে আত্মহত্যা কৰে। কিন্তু ৰেখাই আজিও শিৰত সেন্দুৰ লয়।

ৰেখাই নিজৰ বিয়াৰ পূৰ্বে নীতু সিং আৰু ঋষি কাপুৰৰ বিয়াত সেন্দুৰ লৈ যায় ।ইয়াৰ পাছত ২০০৮ ত এৱাৰ্ড সমাৰোহতো ৰেখাই সেন্দুৰ লোৱা দেখা যায় । কিন্তু এতিয়াও ৰেখাই কিয় সেন্দুৰ লয় সেয়া ৰহস্য হৈয়ে আছে ৷

ৰেখাৰ লগত প্ৰেমৰ সম্পৰ্কত নবীন নিশ্ৰল,জীতেন্দ্ৰ,বিনোদ মেহৰা,বিশ্বজিৎ আৰু শত্ৰুঘ্ন সিন্হাৰ দৰে ব্যক্তি আহিছিল। কিন্তু ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ লগত থকা ৰেখাৰ সম্পৰ্কই বহু চৰ্চা লাভ কৰে ৷

কিন্তু কেতিয়াও দুয়োজন নিজৰ সম্পৰ্কৰ কথা স্বীকাৰ নকৰিলে।দুয়োজনক শেষবাৰৰ কাৰণে “চিলচিলা”নামৰ ছবিখনত একেলগে দেখিবলৈ পোৱা যায় ।এই ছবিখনত জয়া বচ্চনে অভিনয় কৰিছিল।উল্লেখযোগ্য যে ,এই ছবিখন ৰেখা,অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ জীৱনৰ ওপৰত কেন্দ্ৰীত বুলি চৰ্চা লাভ কৰি আহিছে ৷

amitabh rekha jaya 571 855

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Happy birthdayRekhaRishi Kapoor
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য
News

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

May 8, 2026
বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ
News

বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

May 8, 2026
ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d