Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এন আৰ চিক প্ৰসংগত মুখ্যমন্ত্ৰী সোনোৱালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিছে:ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ 

publisher by publisher
October 15, 2020
in Assam, India, News
Reading Time: 1 min read
0
এন আৰ চিক প্ৰসংগত মুখ্যমন্ত্ৰী সোনোৱালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিছে:ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ 
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিক লৈ বিজেপিয়ে পুনৰ ৰাজ্য অস্থিৰ কৰিব বিচাৰিছে ৷ এই অভিযোগ ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ নামৰ এক বেচৰকাৰী সংস্থাৰ । আজি বঙাইগাঁও প্ৰেচ ক্লাবত আয়োজিত এক সংবাদমেলত সংস্থাটোৰ সভাপতি জমশ্বেৰ আলীয়ে কয় যে যোৱা দহ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ এক সভাত সদম্ভে ঘোষণা কৰিছিল যে NRC খন গ্ৰহণ যোগ্য নহয় ।

ADVERTISEMENT

যদি সেয়াই হয় তেন্তে ৰাজ্য চৰকাৰৰ যি ৫৫ হেজাৰ কৰ্মচাৰীয়ে এই ভুল এনআৰচি প্ৰস্তুত কৰাৰ বাবে তেওঁলোকক বৰ্খাস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সোনোৱালকো
পদত্যাগ কৰাৰ দাবী জনায়। কাৰণ অসম চৰকাৰৰ প্ৰথম প্ৰতিশ্ৰুতিয়ে আছিল অসমবাসীক এখন শুদ্ধ এন আৰ চি দিয়া ।

কিন্ত তাত চৰকাৰখন সম্পূৰ্নৰূপে বিফল হোৱা বুলি নিজেই তাৰ প্ৰমান দি আছে বুলি মন্তব্য কৰে সভাপতি জমেশ্বৰ আলীয়ে৷এই এন আৰ চি প্ৰত্যক্ষভাৱে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছিল।আলীয়ে লগতে কয় যে ইতিমধ্যে চৰকাৰৰ পৰা এন আৰ চি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰাত উচ্চতম ন্যায়ালয়ে পোনতে এন আৰ চিৰ পুনৰীক্ষণৰ বিষয়টো অগ্ৰাজ্য কৰিছে ।

তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে পুনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অগ্ৰাজ্য কৰি আকৌ ৰাজনীতিৰ মেৰপেচত আনি এই এন আৰ চিৰ গ্ৰহণযোগ্যতা নাই বুলি কৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিছে বুলি অভিযোগ কৰে জনশ্বেৰ আলীয়ে । উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায়ালয় অৱমাননাৰ গোচৰ ল’ব লাগিছিল ।

জনেশ্বৰ আলীয়ে কয় “এন আৰ চি খন এই কাৰণেই সম্পূৰ্ণ শুদ্ধ যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছে৷ এন আৰ চি খন সম্পূৰ্ণ কৰাৰ পিচত বহু কেইটা পৰ্য্যায়ত পৰীক্ষা হোৱাৰ পিচতহে ইয়াক প্ৰকাশ কৰা হৈছে । এতিয়া যদি কোনোবাই নিজৰ ৰাজনৈতিক স্বাৰ্থত কয় এই এন আৰচি গ্ৰহণযোগ্য নহয় তেন্তে এয়া অসমৰ মানুহৰ বাবে গ্ৰহতথণযোগ্য হ’ব নোৱাৰে।”

ইফালে যি সকলৰ নাম সকলো নথি থকাৰ পিচতো বাদ পৰিছে সেই সকলৰ নাম কিয় অন্তৰ্ভুক্ত নকৰে বুলি প্ৰশ্ন কৰি আলীয়ে কয় যে বহু লোকৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্ত তেওঁলোকৰ সন্তানৰ নাম বাদ পৰিছে।তদুপৰি যিসকল লোকক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বুলি প্ৰমাণ দিছে তেওঁলোকৰ নামো এন আৰ চিত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

তেওঁ লগতে কয় যে এন আৰ চিৰ পুণৰীক্ষণৰ সময়ত আধাৰ কাৰ্ড দিয়া হ’ব বুলি কৈ বায়’মেট্ৰিক লৈছিল । তেওঁলোকক আধাৰ কাৰ্ড দিয়া নহ’ল কিন্ত এতিয়া তেওঁলোকে আধাৰ কাৰ্ডৰ বাবে গ’লে বায়’মেট্ৰিক নলয় । তাৰ বাবে লাখ লাখ অসমীয়া লোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । চৰকাৰে এই বিষয়েও গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায় সংবাদমেলত ।

ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক নন্দ ঘোষে কয় যে প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে এন আৰ চি সন্দৰ্ভত দায়িত্বহীন মন্তব্য দিছে । বিজেপি দল তথা চৰকাৰে তেওঁলোকৰ নেতা কৰ্মীৰ জৰিয়তে বিভিন্ন সময়ত অসমত বেমেজালি সৃষ্টিৰ বাবে মন্তব্য দিয়া বুলি অভিযোগ কৰে । তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত হোৱা এন আৰ চিৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিল যত ১২ লক্ষাধিক লোক হিন্দু । বিজেপিয়ে হিন্দুৰ কথা কৈ এন আৰচিৰ ক্ষেত্ৰত হিন্দুৰ বিষয়ে মাত নামাতে বুলি অভিযোগ কৰে নন্দ ঘোষে ।

ঘোষে লগতে প্ৰশ্ন কৰে যে আজি ইমান পৰীক্ষা নিৰীক্ষাৰ অন্তত সমগ্ৰ অসমবাসীৰ ত্যাগৰ বিনিময়ত প্ৰস্তুত কৰা এন আৰ চি যদি নস্যাৎ কৰে তেন্তে এই এন আৰ চিৰ কামত হোৱা ক্ষতি আৰু নিহত লোকৰ ক্ষতিপূৰণ চৰকাৰে দিবনে ? । এন আৰ চি হোৱাৰ পিচতো স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক বিদেশী ন্যায়াধিকৰণে জাননী দিছে ।

সৰভোগৰ এজন লোকক একপক্ষীয়ভাবে বিদেশী কৰাৰ পিচত আত্মহত্যা কৰিলে । চৰকাৰে এখন শুদ্ধ এন আৰ চি নিবিচাৰে বুলি আমাৰ সন্দেহ হৈছে । চৰকাৰখনে এই বৃহৎ সমস্যাটো লৈ ৰাজনীতি কৰিব বিচাৰিছে । অসমবাসীৰ বাবে কাম নকৰি কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে নন্দ ঘোষে । তেওঁ আৰু কয় যে সকলো নথি থকাৰ পিচতো সাধাৰণ দৰিদ্ৰ কৃষক শ্ৰেণীৰ লোকক বিদেশী বুলি জাননী দিয়া হয় আৰু তাৰ পিচত লাখ লাখ টকা খৰচ কৰি নিজকে স্বদেশী কৰাৰ সংগ্ৰাম কৰিব লগীয়া হৈছে ।

চৰকাৰে সাধাৰণ এই সকল লোকক কিয় ইমান কষ্ট দিয়ে বুলিও অভিযোগ কৰে । তেওঁ আৰু কয় যে ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোক ক্ষতিগ্ৰস্ত হৈছে । গতিকে যিসকল লোক বিদেশী তেওঁলোকক চিনাক্ত কৰি সংশ্লিষ্ট দেশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰক চৰকাৰে । ইয়াকে নকৰি হিটলাৰৰ নীতিৰে বন্দী শিবিৰৰ ব্যৱস্থাটো উঠাই দিয়াৰো দাবী জনায় ঘোষে ।

এন আৰ চিৰ পৰা যিদৰে মানুহৰ নাম কৰ্তন কৰা হৈছে সেই দৰেই যিসকল নাগৰিক তেওঁলোকৰ নাম সন্নিবিষ্ট কৰাৰো দাবী জনায় । এন আৰ চিক লৈ একপক্ষীয়ভাবে চৰকাৰে কৰা প্ৰতিটো কথা অসম বাসীয়ে লক্ষ্য কৰি আছে । নিশ্চয়কৈ অসম বাসীয়ে সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলিও কয় ঘোষে।

বিদেশী ন্যায়াধিকৰণত অন্যায় ভাৱে তথা বৈষম্যমূলক ভাৱে কাম কৰি থকাৰ অভিযোগ কৰে ঘোষে । মুঠতে অসম বাসীৰ নাগৰিকত্ব লৈ ৰাজনীতি নকৰি সকলো জাতি জনগোষ্ঠীৰ লোকক লৈ অসমখনক উন্নতিৰ বাবে কাম কৰাৰ বাবে দাবী জনায়৷

আজিৰ এই সংবাদ মেলত ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সভাপতি জমশ্বেৰ আলী,কাৰ্যকৰি সভাপতি বিশেষৰ মৈত্ৰী,সাধাৰণ সম্পাদক নন্দ ঘোষ, মানৱাধিকাৰ কৰ্মী তথা বিশিষ্ট অধিবক্তা অভিজিত চৌধুৰী উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NRCSarbananda Sonowal
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d