Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ফ্রান্সৰ গির্জাত আল্লাহু আকবৰ ধ্বনি দি মহিলাক শিৰচ্ছেদ সন্ত্রাসবাদীৰ

publisher by publisher
October 30, 2020
in News
Reading Time: 1 min read
0
ফ্রান্সৰ গির্জাত আল্লাহু আকবৰ ধ্বনি দি মহিলাক শিৰচ্ছেদ সন্ত্রাসবাদীৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ফ্রান্সৰ ভূমধ্য সাগৰ স্পর্শ কৰি থকা নগৰী নিইচেৰ এক গির্জাঘৰত সন্ত্রাসবাদীৰ নৃশংস আক্রমণত এগৰাকী মহিলাসহ তিনিজন লােকে প্রাণ হেৰুৱায়। হাতত উদ্যত ছুৰী লৈ ‘আল্লাহু আকবৰ’ ধ্বনি দি আক্রমণকাৰীয়ে গির্জাঘৰটোত এগৰাকী মহিলাক শিৰচ্ছেদ কৰাৰ লগতে আন এজনক হত্যা কৰে ।

ADVERTISEMENT

স্থানীয় আৰক্ষী আৰু বিষয়াসকলে এই তথ্য সদৰী কৰিছে। নিইচেৰ মেয়ৰ খ্ৰীষ্টিয়ান এষ্ট্রছিয়ে এই আক্ৰমণৰ ঘটনাক সন্ত্রাসবাদী আক্রমণ আখ্যা দিয়ে। তেওঁ কয় যে আক্রমণকাৰীয়ে উচ্চস্বৰত চিঞৰিছিল। বাৰে বাৰে ‘আল্লাহু আকবৰ’ অর্থাৎ ঈশ্বৰ মহান বাণী আওৰাইছিল। আৰক্ষীয়ে আটক কৰাৰ পাছতাে তেওঁ এইদৰে বাৰম্বাৰ চিঞৰিছিল ।

ঘটনাত গির্জাৰ ভিতৰত নিহত এজন লােক গির্জাঘৰটোৰ ৱাৰ্ডেন আছিল বুলি এষ্ট্রছিয়ে কয়। তেওঁ কয় যে আন এগৰাকী মহিলাই গির্জাৰ ভিতৰৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰি তাৰ বিপৰীত দিশত থকা এখন বাৰলৈ গৈছিল ।

মেয়ৰে জনােৱা মতে, সন্দেহজনক ছুৰিকাঘাতকাৰীক আৰক্ষীয়ে গুলীয়াই আটক কৰে আৰু বর্তমান আক্রমণকাৰী চিকিৎসাধীন অৱস্থাত আছে । যথেষ্ট হৈছে । আমাৰ অঞ্চলৰ পৰা ইছলামিক ফেচিবাদ মষিমূৰ কৰিবলৈ ফ্রান্সে শান্তিৰ আইনৰ পৰা নিজকে সলনি কৰাৰ সময় হৈছে । এইদৰে কয় মেয়ৰ এষ্ট্রছিয়ে ।

সম্প্রতি গির্জাৰ চৌপাশে কটকটীয়া নিৰাপত্তাৰ বেহু গঢ়ি তােলা হৈছে। মনকৰিবলগীয়া যে এই  গির্জা নগৰীখনৰ মূল বজাৰ্থলীতে অৱস্থিত। মেয়ৰ এষ্ট্রছিয়ে জনােৱা মতে, ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰ’নে নিইচে ভ্রমণলৈ আহিব । ইপিনে, এই ঘটনাৰ বলিসকলৰ প্রতি সহমর্মিতা প্রদর্শন কৰি পেৰিছত ৰাষ্ট্ৰীয় বিধানসভাৰ প্রতিনিধিসকলে এক মিনিটৰ মৌনতা অৱলম্বন কৰে ।

আৰক্ষীয়ে জনােৱা মতে, এই আক্রমণত তিনিজনৰ মৃত্যু হােৱাটা নিশ্চিত হৈছে আৰু আন বহুজন আহত হৈছে । ফ্রান্সৰ সন্ত্রাসবাদ বিৰােধী প্রছিকিউটৰ বিভাগে এই নৃশংস ঘটনা তদন্ত কৰিব । এষ্ট্রছিয়ে কয় যে অতি নৃশংস ৰূপত দুর্গতসকলক হত্যা কৰা হৈছে ।

তেওঁ কয় যে চলিত মাহৰ আৰম্ভণিৰ ফালে পেৰিছৰ এক উপকণ্ঠ অঞ্চলত এগৰাকী ফৰাচী শিক্ষকক যি পদ্ধতিৰে শিৰচ্ছেদ কৰা হৈছিল একেদৰেই আজিৰ ঘটনা সংঘটিত কৰা হৈছে। ছেমুৱেল পেটী নামৰ শিক্ষকজনৰ আক্ৰমণকাৰীয়ে স্বীকাৰােক্তিত কয় যে হজৰত মহম্মদৰ কার্টুন প্রদর্শন কৰাৰ বাবে তেওঁ পেটীক শাস্তি দিব বিচাৰিছিল। এছিয়ে জনােৱা মতে, আজিৰ নৃশংস আক্ৰমণত মহিলাগৰাকীক শিৰচ্ছেদ কৰা হৈছে। অৱশ্যে এই আক্ৰমণৰ ঘটনাৰ কার্টুনৰ স’তে জড়িত হয় নে নহয় সেয়া নিশ্চিত হােৱা নাই।

মনকৰিবলগীয়া যে শিক্ষক পেটীক হত্যাৰ পাছত ফৰাচী বিষয়াকে ধৰি অন্যান্য বহু সাধাৰণ নাগৰিকে কার্টুন প্রদর্শন কৰিবলৈ অধিক দৃঢ় হয় আৰু এনে কার্টুন প্রদর্শন কৰি সমদল কৰে। এনে ঘটনাই মুছলিম বিশ্বৰ বিভিন্ন অংশত ক্ষোভৰ সৃষ্টি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: France mosque attack
publisher

publisher

Related Posts

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d