Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গাঁও কৰ্তন হাগ্ৰামাৰ কথাত নহ’ব আয়োগেহে সিদ্ধান্ত গ্ৰহণ কৰিবঃৰণগৌৰা নাৰ্জাৰী

publisher by publisher
November 1, 2020
in Assam, News
Reading Time: 1 min read
0
গাঁও কৰ্তন হাগ্ৰামাৰ কথাত নহ’ব আয়োগেহে সিদ্ধান্ত গ্ৰহণ কৰিবঃৰণগৌৰা নাৰ্জাৰী
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হেলিকপ্টাৰৰ তেল শেষ, গাড়ী ভাড়াত লৈ মিটিঙত উপস্থিত হাগ্ৰামা মহিলাৰী

Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

চিৰাঙত ইউ পিপিএলৰ দলে জিলাখনৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত পৰিৱৰ্তন যাত্ৰা সমদল বাহিৰ কৰে । সমষ্টিটোৰ অন্তৰ্গত ছাতিপুৰ প্ৰাইমাৰী ইউপিপিএল দলৰ কাৰ্যালয়ৰ পৰা প্ৰায় ৫০০ শতাধিক লোক লৈ আৰম্ভ হয় এই পদযাত্ৰা ৷ ইউপিপিএল দলৰ উপ সভাপতি তথা ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে উদ্বোধনী ভাষণত কয় যে ৰাইজৰ পদধূলি গছকি গাঁৱৰ ঘৰে ঘৰে ইউপিপিএল দলে নিৰ্ব্বাচনী প্ৰচাৰ চলাব৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰী বিপিএফ আৰু বড়ো-অবড়োৰ বিভাজন আনি ৰাজনীতি কৰিব বিচৰা জিএছপি দলৰ বিৰুদ্ধে জণগণক একত্ৰিত কৰি বিটিআৰত এক সুস্থ-সবল নিকা আৰু গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠাৰ মানসেৰে ৰাইজৰ পদুলিলৈ ওলাই আহিছে দলটোৱে ৷

ADVERTISEMENT

হাগ্ৰামা মহিলাৰীয়ে কোৱা ধৰণে যে বিটিচিৰ পৰা এটাও গাঁও কৰ্তন কৰিব দিয়া নহ’ব ৷এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰকাশ কৰি তেওঁ কয় যে গাঁও কৰ্তন হাগ্ৰামাৰ কথাত নহয় । এই গাঁও কৰ্তন বা অন্তৰ্ভুক্তিৰ বাবে চৰকাৰে আয়োগ নিৰ্মাণ কৰিছে৷ বিটিচিত বিগত দিনত বিপিএফে অগাধ দুৰ্নীতি কৰিলে । চৰকাৰী আঁচনি আনি বিপিএফৰ নেতৃত্বই খালে আৰু ঠিকাদাৰৰ টকাৰে বিভিন্ন উন্নয়নৰ কাম কৰি ধন আদায় দিয়া নাই বুলি কয় ৰণগৌৰা নাৰ্জাৰীয়ে ।

বিটিআৰ চুক্তিৰ দফা সংশোধন নকৰিলে বড়ো -অবড়োৰ সংঘাতৰ বিষয়ে হাগ্ৰামা মহিলাৰীয়ে কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰমগৌৰা নাৰ্জাৰীয়ে কয় যে বিটিআৰ চুক্তি লৈ হাগ্ৰামাই ৰাজনীতি কৰি আছে । এই চুক্তিত কোনো এটা জনগোষ্ঠীৰ বাবে ক্ষতিকাৰক কোনো দিশ নাই। বড়ো -অবড়ো বিটিচি চুক্তিৰ পৰাহে সৃষ্টি হৈছে ।

কোনো জনগোষ্ঠীৰ য’ত কোনো আপত্তি নাই তাত হাগ্ৰামাই হে ৰাজনীতি কৰি আছে ইয়াৰ বাদে একো নহয়। তেওঁ লগতে কয় যে বিপিএফ দলৰ এই বাৰ পূৰ্বৰ ৰেকৰ্ডৰ পৰা বুজা যায় যে প্ৰথমবাৰ ৩৯ খন, দ্বিতীয়বাৰ ২৯ খন আৰু তাৰ পিচত ১৯ খন আসন পাইছিল সেই অনুসৰি এইবাৰ ৯ খনহে আসন পাব বিপিএফ দলে ।

তেওঁ অঞ্জলী দৈমাৰীক সমালোচনা কৰি কয় যে এনডিএফবিৰ এজন নেতাক আনি চৰকাৰে শান্তি চুক্তি কৰিলে আৰু এতিয়া তেওঁক মোকলাই অনাৰ কাম চলি আছে । এই সময়ত তেওঁৰ ভগ্নীয়ে যদি এইদৰে এই বিষয়েও সমালোচনা কৰে ৰাজনীতি কৰে তাতকৈ দুৰ্ভাগ‍্যজনক একো নাই বুলিও কয় ইউপিপিএল দলৰ উপ সভাপতিজনে ৷ উল্লেখযোগ্য যে বি পিএফ দলৰ বিগত সময়ৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ, অপশাসন, দাদাগিৰি আদিৰ পৰা মুক্তিৰ বাবে শিল দৌল ভাঙি আজি পৰিৱৰ্তনৰ বাবে মানুহ ইউপিপিএল দলত যোগদান কৰিছে ।

বিটিচিত এইবাৰ ইউপিপিএল দলেই পৰিষদ গঠন কৰিব সেয়া ভোটাৰসকলে নিশ্চিত কৰিছে বুলিও কয় ৰণগৌৰা নাৰ্জাৰীয়ে । এই পদযাত্ৰাত ইউপিপিএল দলৰ সাংগঠনিক সম্পাদক চাইবুল হ’ক ,আবুল কালাম আজাদ, ৰজৱ আলি, ফিৰোজা খাতুন সহ আইটি চেলৰ ডা: ফাৰিয়া উপস্থিত থাকে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFBTCHagrama MohilaryUPPL
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d