Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মাত্ৰ ৮৫ টকাত এটা ঘৰ

publisher by publisher
November 1, 2020
in India, News
Reading Time: 1 min read
0
মাত্ৰ ৮৫ টকাত এটা ঘৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি

তীব্ৰ গৰমত ইউৰোপত মৃত্যু আঠ জন!

PM Modi Meets French President Emmanuel Macron at the 50th G-7 Summit:ইটালীত অনুষ্ঠিত G-7 সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

এক ইউৰ’ অর্থাৎ ভাৰতীয় মুদ্রাত মাত্র ৮৫ টকাত লাভ কৰিব পাৰি এটি বৃহৎ ঘৰ। তাকো আকৌ ইটালীৰ দৰে দেশত । ভাৰতৰ দৰে দেশত কথাটো শুনিবলৈ আচৰিত যেন লাগিলেও ইটালীত সম্প্রতি এয়া বাস্তৱত পৰিণত হৈছে। ইটালীৰ চিচিলিৰ দক্ষিণ-পশ্চিমত অৱস্থিত চালেমি চহৰত ঘৰ এটা বিক্ৰী কৰিবলৈ বিচাৰিলেও গ্রাহক লাভ কৰাটো অসম্ভৱ প্ৰায় হৈ উঠিছে ।

ADVERTISEMENT

বিগত কে’বাবছৰ ধৰি দেশখনৰ সৰু সৰু নগৰ-চহৰত জনসংখ্যা হ্রাস পাবলৈ লৈছে। এনে নগৰ-চহৰবিলাক পৰিত্যাগ কৰি বহু বাসিন্দাই ডাঙৰ চহৰবিলাকলৈ উঠি যাবলৈ লৈছে। সেয়েহে সৰু নগৰ-চহৰবিলাকত বহু ঘৰ পৰিত্যক্ত অৱস্থাতে আছে । এনে নগৰ-চহৰবিলাকত জন ঘনত্বও হ্রাস পাবলৈ লােৱাটো চিন্তাৰ বিষয়ত পৰিণত হৈছে । ফলত গ্রাহকৰ অভাৱত অতি কম মূল্যতে পৰিত্যক্ত ঘৰবিলাক বিক্রী কৰিবলৈ গৰাকীসকলে বাধ্য হৈছে। চিচিলিৰ ঐতিহাসিক স্থানবিলাকৰ ভিতৰত চালেমিৰ গুৰুত্ব ততােধিক ।

আঙুৰৰ বাগিচাৰ বাবে চহৰখনৰ ইতিহাসত স্থানে আছে। ১৬ শতিকাৰ বহু নিদর্শন আজিও চহৰখনত দেখিবলৈ পােৱা যায়। এটা সময়ত বহু মানুহে চহৰখনত বসবাস কৰিছিল; কিন্তু ১৯৬৮ পৰা চালেমি চহৰৰ স্বাভাৱিক ছবিখনৰ পৰিৱৰ্তন হ’বলৈ লয়। ভয়াবহ ভূমিকম্পই চহৰখনৰ একাধিক স্থানৰ বৃহৎ ক্ষতিসাধন কৰে। ইয়াৰ পাছত কামৰ সন্ধানত চহৰখনৰ পৰা চাৰি হেজাৰৰাে অধিক লােকে ডাঙৰ চহৰলৈ উঠি যায়। ফলত খালী হােৱা ঘৰবিলাক কালক্ৰমত পৰিত্যক্ত অৱস্থালৈ গতি কৰে । শেষ পর্যন্ত গ্রাহক লাভ নকৰাত ঘৰবিলাক বিক্ৰী কৰিবলৈ লয় পানীৰ দামত; কিন্তু এনে অৱস্থাতাে গ্রাহক লাভ কৰাটো অসম্ভৱ হৈ উঠিল। কৰ’না সংক্রমণে এই ক্ষেত্ৰত অধিক সমস্যাৰ সৃষ্টি কৰিলে।

অৱশেষত পৰিত্যক্ত ঘৰবিলাকৰ দায়িত্ব নগৰ পৰিষদে গ্রহণ কৰে । এতিয়া নগৰ পৰিষদেই ঘৰবিলাকৰ বিক্ৰীৰ বাবে সচেষ্ট হৈছে। চহৰখনত জনসংখ্যা হ্রাস পাবলৈ লােৱা সমস্যাৰ পৰাও নগৰ পৰিষদবিলাকে তৎকালীনভাৱে পৰিত্ৰাণ পাবলৈ চেষ্টাত অৱতীর্ণ হৈছে। ভাৰতত যি সময়ত সকলােৰে বাবে এটা নিজৰ ঘৰ সপােন স্বৰূপ তেনে অৱস্থাত মাত্র ৮৫ টকাত এটা ঘৰ লাভ কৰিব পৰাটো অবাক হ’বলগীয়া ঘটনা ।

একমাত্র নিয়ন্ত্রিত জনসংখ্যাৰ বাবেই দেশখনত এনে এক অৱস্থাৰ সৃষ্টি হৈছে বুলি মত ব্যক্ত কৰা হৈছে। জনসংখ্যাৰ ফলৰে অহা কেইটামান বছৰৰ পাছতে ভাৰতে চীনক অতিক্ৰম কৰি সর্বাধিক জনসংখ্যাৰ দেশলৈ পৰিণত হ’বলগীয়া অৱস্থাত বহু ভাৰতীয়ৰ বাবে এটা ঘৰৰ সপােন অসম্পূর্ণ অৱস্থাতে থাকি যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Italy
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d