Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নিৰ্জন দ্বীপৰ গছত অসংখ্য ‘পুতলা’

publisher by publisher
November 11, 2020
in News, world
Reading Time: 1 min read
0
নিৰ্জন দ্বীপৰ গছত অসংখ্য ‘পুতলা’
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

জৰুৰীকালীন অৱতৰণৰ সময়ত দুৰ্ঘটনা ! মেক্সিকোত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও সাতজন লোকৰ মৃত্যু

মেক্সিকোত মহিলাৰ কোলালৈ আহিল ‘এআই’ নিৰ্দেশত নৱজাতক

পৃথিৱীৰ ৰহস্যময় স্থান ‘জ’ন অৱ ছাইলেন্স’

পানীৰ মাজত সেউজ বনে আৱৰি ৰখা এটা দ্বীপ দূৰৰ পৰা চালে সেউজ বৰণে চকু ভৰাই পেলায় । অথচ দ্বীপটোত উপস্থিত হোৱাৰ সময়ত সিহৰিত হৈ পৰিবলগীয়া হয় । কিয়নো দ্বীপটোৰ প্ৰতিডাল গছতে ছাঁ আৰু পোহৰৰ খেলৰ মাজত একাধিক শিশুক ওলমি থকা যেন দেখি । এই শিশুসকলৰ আকৌ কোনোবাটোৰ যদি মূৰ নাই, কোনোবাটোৰ হাত-ভৰি কটা অথবা সৰ্বশৰীৰটোৱে যেন ফালি লৈ গৈছে কোনোবাই । যিমান দূৰলৈ চকু যায় সিমান দূৰলৈ একেই দৃশ্য । ভালদৰে চালে বুজিব পাৰি দেখি থকা শিশুবিলাক কিন্তু জীৱন্ত নহয় পুতলাহে ।

ADVERTISEMENT

সকলোবিলাক গছতে আছে এনে সৰু-ডাঙৰ নানান পুতলা । কিন্তু নিৰ্জন দ্বীপটোত ক’ৰ পৰা আহিল এইবিলাক পুতলা । কোনে গছত ওলমাই দিলে? ইয়াৰ বাবে উভতি যাব লাগিব কে’বা বছৰ পূৰ্বলৈ । মেক্মিকো চিটিৰ পৰা দক্ষীণত থকা এই দ্বীপটোৰ নাম ‘দ্য আইলেণ্ড অৱ ড’লছ’ । পৰিয়াল ত্যাগ কৰি মানুহ নথকা দ্বীপটোত এসময়ত বসবাস কৰিবলৈ আৰম্ভ কৰে ডন জুলিয়ান চান্তনা বৰেৰা নামৰ এজন লোকে । এই লোকজনৰ জীৱনৰ লগতে পুতলা দ্বীপটোৰ ৰহস্যও লুকাই আছে । যোৱাটো শতিকাৰ মাজভাগতে পত্নীসহ পৰিয়াল ত্যাগ কৰিছিল জুলিয়ানে ।

পৰিয়ালৰ লগতে জুলিয়ানে সমাজকো পৰিত্যাগ কৰিছিল দ্বীপটোলৈ যোৱাৰ পূৰ্বে । দ্বীপটোত বসবাস কৰিবলৈ লোৱাৰ কেইদিনমানৰ ভিতৰতে জুলিয়ানে শিশু কন্যা এটিৰ মৃতদেহ উদ্ধাৰ কৰিছিল । এটা নলাত আছিল মৃতদেহটো । জুলিয়ানে দাবী কৰা অনুসৰি কাষৰ কোনো দ্বীপৰ পৰা পানীত ভাহী আহিছিল মৃতদেহটো ।

আনহাতে মৃতদেহটো উদ্ধাৰ হোৱাৰ আৰু কেইদিনমান পাছত নলাটোত এটা পুতলা লাভ কৰা হৈছিল । ইয়াৰ পাছৰে পৰা জীৱন সলনি হৈ যায় জুলিয়ানৰ । সমগ্ৰ দিনটো ধৰি শিশু কন্যাৰ মাত-কথা শুনি থাকিবলৈ আৰম্ভ কৰে । ফলত ভীতিগ্ৰস্ত হৈ পৰা জুলিয়ানে শিশু কন্যাৰ আত্মাক শান্তি কৰিবলৈ এটি উপায় বিচাৰি উলিয়ালে । নলাৰ পৰা পুতলাটো তুলি আনি ওলমাই দিয়ে এডাল গছত । জুলিয়ানে ইয়াৰ পাছত নিজকে দ্বীপটোৰ ৰক্ষা কৰ্তা হিচাপে ভাৱিবলৈ লয় ।

পৰৱৰ্তী ৫০ বছৰ দ্বীপটোতে থকা জুলিয়ানে বিভিন্ন স্থানৰ পৰা পৰিত্যক্ত পুতলা সংগ্ৰহ কৰি আনি গছবিলাকত ওলমাই যাবলৈ আৰম্ভ কৰে । এটা সময়ত প্ৰতিডাল গছেই পুতলাৰে ভৰি পৰে । ২০০১ত জুলিয়ানৰ মৃত্যু হয় ৰহস্যজনক পৰিস্থিতিত । শিশু কন্যাৰ মৃতদেহটো উদ্ধাৰ হোৱা স্থানতে জুলিয়ানৰ মৃতদেহ নলাৰ পানীত ভাহি আছিল ।

অৱশ্যে ইয়াৰ পাছতো দ্বীপটোৰ কোনো ৰহস্যৰ উত্তৰ পোৱা নগ’ল । জুলিয়ানৰ পত্নীয়ে পাছত সদৰী কৰা অনুসৰি মানসিকভাৱে কিছু অসুস্থ আছিল তেওঁৰ স্বামী । এনে কাৰণতে ঘৰ এৰি গৈছিল । জুলিয়ানৰ লগতেই বন্ধ হৈ গ’ল ৰহস্যৰ দুৱাৰ । দ্বীপটোলৈ বৰ্তমান পৰ্যটকৰ আগমন হয় । এটা সংগ্ৰহালয়ো আছে দ্বীপটোত ।

সংগ্ৰহালয়টোত দ্বীপটো সংক্ৰান্ত বহু তথ্য ৰখা হৈছে । জুলিয়ানে লাভ কৰা প্ৰথমটো পুতলাও আছে সংগ্ৰহালয়টোত । পৰ্যটকসকলে জুলিয়ানলৈ সন্মান জনাই দ্বীপটোৰ গছত পুতলা ওলমাই দি যায় । দ্বীপটোকলৈ প্ৰস্তুত কৰা এখন তথ্যচিত্ৰ আমেৰিকান টেলিভিছন ট্ৰেভেল চেনেল ‘ঘোষ্ট এডভেঞ্চাৰ’ত সম্প্ৰচাৰ কৰা হৈছিল । এমাজন প্ৰাইমৰ ‘লোৰ’ ধাৰাবাহিকতো দ্বীপটোৰ ৰহস্য দেখুওৱা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Island of the DollsMexico
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d