Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

    Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

    Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰসংগঃ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ

publisher by publisher
November 11, 2020
in India, News
Reading Time: 1 min read
0
প্ৰসংগঃ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

আজি উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি লয়। শুনানি লোৱাৰ সময়ত আদালতে কয় যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক শক্তিশালী বাৰ্তা দিয়াৰ আৱশ্যকতা আছে ৷ শুনানিৰ সময়ত ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক কটাক্ষ কৰি কয় যে এখন ৰাজ্য চৰকাৰে কোনো নাগৰিকক লক্ষ্য কৰি লোৱাটো দুখঃজনক লগতে এনেধৰণৰ ঘটনাই ন্যায়ক অৱমাননা কৰে ৷

ADVERTISEMENT

শুনানিৰ সময়ত ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে আমি সাংবিধানিক ন্যায়ালয়ৰ ৰূপত ব্যক্তি স্বাধীনতা নকৰিলে কোনো কৰিব?যদি ৰাজ্য চৰকাৰে জানি বুজি কোনো নাগৰিকক লক্ষ্য কৰি লয় তেন্তে চৰকাৰে পাহৰিব নালাগে যে নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰিবৰ কাৰণে শীৰ্ষ আদালত এতিয়াও আছে।

আনহাতে আদালতে মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশ্ন কৰে যে অৰ্ণৱ গোস্বামীক এনেদৰে জিম্মাত লৈ সোধপোছ কৰাটো প্ৰয়োজনীয় নেকি? ন্যায়াধীশ চন্দ্ৰচূড়ে মহাৰাষ্ট্ৰ পুলিচক প্ৰশ্ন কৰে যে “যদি অৰ্ণৱ গোস্বামীৰ সন্দৰ্ভত ধনৰ লেনদেন বা কোনোৱে ইয়াৰ কাৰণে আত্মহত্যা কৰে,তেন্তে এইটো বিষয়টো অপহৰণ কৰাৰ বিষয় হৈ পৰিব নেকি?বা যদি গোচৰ দিয়া আবেদন দীঘলীয়া হৈ গৈ থাকে,তেন্তে কি অৰ্ণৱে জামিন নাপাব ?

ইপিনে,অৰ্ণৱ গোস্বামীৰ অধিবক্তা হৰিশ ছাল্বেই এই সমগ্ৰ বিষয়টো CBI ৰ দ্বাৰা তদন্ত হোৱাটো বিছাৰিছে ।তেওঁ কয়”ৰাজ্যৰ শক্তিসমূহৰ অপব্যৱহাৰ হৈছে ।”

উল্লেখযোগ্য যে অৰ্ণৱ গোস্বামীক ইন্টেৰিয়ৰ ডিজাইনাৰ আনভয় নাইক আৰু তেওঁৰ মাতৃক আত্মহত্যা কৰিবলৈ প্ৰৰোচনা কৰাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ অৰ্ণৱক ৰায়গড়ৰ আলীবাগৰ এখন আদালতত উপস্থিত কৰোৱাৰ পাছত আদালতে অৰ্ণৱক ১৪ দিনৰ ন্যায়িক জিম্মাত পঠায়। ইপিনে অৰ্ণৱৰ জামিন আবেদনক বোম্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arnab GoswamiBailMaharashtra GovernmentSupreme Court
publisher

publisher

Related Posts

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ
Assam

September 12, 2026
Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে
Assam

Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

September 12, 2026
Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন
Assam

Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

September 12, 2026
Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ
Assam

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

September 12, 2026
Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত
Assam

Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

September 12, 2026
Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক
National

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d