Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শালবাৰীৰ আনন্দ বজাৰত অৰ্ধশতাধিক অবড়ো-বিপিএফৰ ইউ পি পি এলত যোগদান

publisher by publisher
November 12, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
শালবাৰীৰ আনন্দ বজাৰত অৰ্ধশতাধিক অবড়ো-বিপিএফৰ ইউ পি পি এলত যোগদান
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত ইউ পি পি এল দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে পূৰ্বৰ বিপিএফ আৰু অবড়ো সুৰক্ষা সমিতিৰ দুৰ্গ স্বৰূপ আনন্দ বজাৰ হাটখোলাত আজি ইউ পি পি এলৰ শালবাৰী ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন দলীয় সভাত আনন্দ বজাৰ, হাটখোলা অঞ্চলৰ বহু সংখ্যক বিপিএফ, অবড়ো সুৰক্ষা সমিতি, গণ সুৰক্ষা সমিতিৰ কৰ্মী সমৰ্থকে ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

ADVERTISEMENT

বিপিএফৰ সমৰ্থক নয়ন তালুকদাৰ, বন্দনা তালুকদাৰ, গণ সুৰক্ষা পাৰ্টিৰ প্ৰভা দাসৰ লগতে মাধৱী চৌধুৰী, জয়শ্ৰী ভড়ালী, ভাগৱতী তালুকদাৰ, হিমানী দাস, চম্পা ঘোষ, মমতা ঘোষ, মনালিছা উজিৰ, জিতুমণি বৈশ্য, কামাখ্যা কলিতা, ধ্ৰ্ৱ তালুকদাৰ, জগন্নাথ তালুকদাৰ, ৰাজমোহন নাথ, দক্ষ কলিতাকে ধৰি মুঠ ৫৭ গৰাকীয়ে ইউ পি পি এল দলত যোগদান কৰে ৷ নতুনকৈ ইউ পি পি এলত যোগদান কৰা সকলক গামোচাৰে আদৰণি জনায় শালবাৰী সমষ্টিৰ ইউ পি পি এলৰ মনোনীত প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ৷

যোগদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইউ পি পি এলৰ শালবাৰী ব্লক সমিতিৰ সভাপতি চক্ৰধৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাৰ্থী বিনোদ মুছাহাৰী, ইউ পি পি এলৰ কেন্দ্ৰীয় সদস্য কনক চন্দ্ৰ বড়ো, শালবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদকদ্বয় জিতেন কলিতা, মুকুন্দ দাস, শালবাৰী জিলা অনুসূচিত জাতি কোষৰ সভাপতি গৌৰচান্দ দাস, জিলা যুৱ শাখাৰ সভাপতি সত্যজিত বড়োৱেও ভাষণ আগবঢ়ায় ৷

প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ভাষণত কয় যে বিটিচিত বিগত ১৭ টা বছৰ ধৰি বিপিএফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনৰ ৰাজনীতি চলিল ৷ কিন্তু ইউ পি পি এল দলে জন্ম লগ্নৰে পৰাই দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, বড়ো-অবড়ো আদি নিকৃষ্ট ৰাজনীতিৰ পৰা ৰাইজক মুক্ত কৰি সুশাসন প্ৰতিষ্ঠাৰ বাবেহে ৰাজনীতি কৰিছে ৷ এইবাৰ বিটিচিত ইউ পি পি এলৰ চৰকাৰ হোৱাৰ লগে লগে অন্ত পৰিব দুৰ্নীতি, অপশাসন, বড়ো-অবড়োৰ ৰাজনীতি ৷ আৰম্ভ হ’ব উন্নয়ন, সমন্বয়ৰ ৰাজনীতিহে ৷”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTC ElectionUPPL
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d