Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    ৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হেৰিপ’টাৰৰ চলচ্চিত্ৰৰ দৰেই সেউজ চালজাৰ সাপৰ সন্ধান অৰুণাচলত

publisher by publisher
November 14, 2020
in India, News
Reading Time: 1 min read
0
হেৰিপ’টাৰৰ চলচ্চিত্ৰৰ দৰেই সেউজ চালজাৰ সাপৰ সন্ধান অৰুণাচলত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

বৰফ বুলোৱা শুভ্রতাই আবৰিছে অৰুণাচলক

দেখিবলৈ সুন্দৰ সাপডালৰ ৰং কেঁচা পাতৰ দৰে সেউজীয়া। সামান্য ৰঙা ৰঙেও আৱৰি ৰাখিছে শৰীৰটো৷ সাপডাল দেখাৰ পাছত জীৱ বিজ্ঞানৰ গৱেষকসকলৰ হেৰিপ’টাৰ উপন্যাসৰ চালজাৰ শ্লাইদাৰিনক বশ কৰা সেউজ বৰণৰ সাপডালৰ কথাই মনলৈ আহে ।জে কে ৰাউলিঙৰ উপন্যাসৰ হগৱাৰ্টৰ প্ৰফেছৰ চালজাৰে এনে সাপৰ স’তে বাৰ্তালাপো কৰিছিল।

ADVERTISEMENT

উপন্যাসৰ এই সাপডালৰে এইবাৰ বাস্তৱত সন্ধান পোৱা৷গৈছে অৰুণাচল প্ৰদেশৰ ঘন অৰণ্যত ৷ইয়াৰ পাছতে কাল্পনিক সাপডালক লৈ অধিক চৰ্চা আৰম্ভ হৈছে। বাস্তৱত এনে সাপে বশ নামানে বুলিও বিশ্বাস আছে ৷কোনোবা ওচৰলৈ গ’লেই সাপ ডালে ফোঁচ ফোঁচাবলৈ ধৰে ৷খোঁট মাৰিলেই অন্ত পৰে জীৱনৰ ।অতি বিষাক্ত এই সাপৰ দংশনত তৎকালে মগজুৰ সক্ৰিয়তা বন্ধ হৈ পৰে ।

এই সাপ কোব্ৰাৰ গোত্ৰত নপৰে ৷ “ভাইপাৰ” গোত্ৰৰ এই সাপে শৰীৰৰ উত্তাপ নিখুঁতভাৱে অনুভৱ কৰিব পাৰে ৷এই সাপৰ চকুৰ আৰু নাকৰ মাজত সৰু ছিদ্ৰৰ দৰে অতি সংবেদনশীল স্নায়ু থাকে ৷এই স্নায়ুৰ দ্বাৰা কোনো প্ৰাণী শৰীৰৰ উষ্ণ ৰক্তৰ উমান পালেই দংশন কৰে ৷অৰুণাচল প্ৰদেশৰ বন বিভাগৰ এজন বিষয়াই জনোৱা অনুসৰি বিজ্ঞানীয়ে নতুন প্ৰজাতিৰ এই সাপডালৰ নাম ৰাখিছে “চালজাৰ পিট ভাইপাৰ” ৷বৈজ্ঞানিক নাম ট্ৰি মাৰিচ’ৰাছ চালজাৰ” ।

২০১৯ ৰ জুলাইত বাংগালুৰ “নেছনেল চেন্টাৰ অৱ বায়’লজিকেল ছায়েন্স” আৰু বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি”ৰ এটা অধ্যয়নকাৰী দলে অৰুণাচল পাকে ব্যাঘ্ৰ প্ৰকল্পলৈ নতুন প্ৰজাতিৰো সন্ধান লাভ কৰে ৷ইয়াৰ ভিতৰতে এই সেউজ বৰণৰ সাপ। আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এই সাপৰ সন্ধানক লৈ যথেষ্ট আলোচনা হৈছে। সাপডালৰ বৈজ্ঞানিক নামক লৈও চৰ্চা অধিক হৈছে ।জু’লেজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া আৰু দিল্লী বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ গৱেষকসকলি সন্ধান লাভ কৰা এই প্ৰাণীৰ মানুহৰ দৰে মুখ আছে ৷ডি এন এ পৰীক্ষাৰ পাছত এই বেংক নতুন প্ৰজাতি হিচাপে স্বীকাৰ কৰা হয়। অৰুণাচলৰ নামটোৰ স’তেও এক ভৌগোলিক ব্যাখ্যা লুকাই আছে ৷

অৰুণাচলতে দেশৰ সূৰ্য উদয় হয় ।নামকৰণ সময়তো ই গুৰুত্ব পাইছিল ৷ইয়াৰ ভিত্তিতে বেংটোৰ নাম ৰখা ইওচ। গ্ৰীচৰ উষাকালৰ দেৱী সম্পূৰ্ণ নাম মাইক্ৰ’হাইলা ইওচ। এই বেং মাইক’হাইলা গোত্ৰৰ ।এই গোত্ৰৰ এই বেং নৱতম সদস্য ৷যোৱা বছৰৰ ছেপ্টেম্বৰত জুটেক্স জাৰ্ণেলত এই সন্ধানৰ কথা প্ৰকাশ পায় ৷ইয়াৰ পাছতে জীৱজগতৰ প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত হয় এই বেং ৷

জীৱ বিজ্ঞানী তথা বিভিন্ন গৱেষকে জনোৱা অনুসৰি ডিমা হাছাওৰ পাহাৰ অঞ্চলত বিচাৰিলে এতিয়াও নতুন প্ৰজাতিৰ সাপ,উভচৰ তথা পতংগ লাভ কৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে বাটপথৰ লগতে বিভিন্ন উন্নয়ন মূলক কাম আৰম্ভ হোৱাৰ পাছত এনে ক্ষেত্ৰত প্ৰভাৱ পৰিছে ।অনাগত সময়ত প্ৰাণীবিলাকে অধিক ঘন অৰণ্যলৈ আঁতৰি যোৱাৰ সম্ভাৱনাকো নুই কৰা নাই গৱেষকসকলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHHarry PotterSalazar SlytherinSnake
publisher

publisher

Related Posts

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d