Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মই সভাপতি হৈ থাকোতে দুৰ্নীতিপৰায়ণ হাগ্ৰামাক বিজিপিত লৈ বিজেপিক নুডুবাও : ৰঞ্জিত দাস

publisher by publisher
November 16, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
মই সভাপতি হৈ থাকোতে দুৰ্নীতিপৰায়ণ হাগ্ৰামাক বিজিপিত লৈ বিজেপিক নুডুবাও : ৰঞ্জিত দাস
5
SHARES
50
VIEWS
ShareShareShareShare

RelatedPosts

BTC Election:বিটিচি নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১৩ আগষ্টত

BTC Election:বিটিচিৰ গুমা সমষ্টিত বিজেপিৰ সভাত  অন্ত:কন্দল 

Gossaigaon Visit Minister Ashok Singhal: গোসাইগাঁৱৰ ২ গুমা সমষ্টিত বিজেপিৰ বিশাল যোগদান কাৰ্য্যসূচী:উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল

চিৰাং জিলাৰ ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ আনন্দ বজাৰ পথাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত আজি উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সহ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া । সভাত মন্ত্ৰী ড° হিমন্ত বিশ্বই কয় যে অসম কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচনৰ সকলো কাম শেষ কৰিব অৰ্থাৎ ভোটগ্ৰহণ আৰু ভোট গণনা শেষ হ’ব ১৫ ডিচেম্বৰৰ পূৰ্বে।

ADVERTISEMENT

তেওঁ লগতে কয় যে বিটিচিত বিজেপিৰ হাত থকা বাবেই ইমান দিনে হাগ্ৰামাই ৰাজত্ব কৰিব পাৰিলে । ইয়াত সকলো বিপিএফৰ কথা মতেই চলিল আৰু যিমান পাৰো বিপিএফক সহায় কৰিলো । কিন্তু খবৰ লৈ জানিব পাৰিলো যে ইয়াত ভূমি সংক্ৰান্তীয় বহু খেলি-মেলি আছে অৰ্থাৎ মাটি কিনা-বেচাত অসুবিধা, ভূমিপট্টা প্ৰদান কৰা নাই বিপিএফে । সেয়ে আমি ইয়াত আহিব লগীয়া হ’ল । সাধাৰণ মানুহক ইমান অত্যাচাৰ হোৱাটো আমি নিবিচাৰো । সেয়ে আমি এইবাৰ বিটিচি গঠন কৰিম । আমি বিটিচি গঠনৰ পিছতে ১৫ দিনৰ ভিতৰত ভূমি সংক্ৰান্তীয় কাম শেষ কৰিম বুলিও কয় শৰ্মাই । ইয়াৰ উপৰিও হাগ্ৰামাক কটাক্ষ কৰি প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত বিপিএফে দুৰ্নীতি কৰা বুলিও অভিযোগ কৰে ।

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সভাত উপস্থিত হৈ কয় যে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব সেয়া খাটাং। উগ্ৰপন্থী মুক্ত বিটিচি গঢ়াটো বিজেপিৰ কৃতিত্ব । বিটিচি বাসী ৰাইজে আমাক আশীৰ্বাদ দিব। আমাৰ লগত ৰাইজ আছে । সেয়ে আমি কাৰো স’তে মিত্ৰতা কৰা নাই। বিগত সময়ত আমি কিছু সাধাৰণ ভুলৰ বাবে হাৰিছিলো ।

বিটিচিৰ মুখ্য কোন হ’ব সেই বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও বড়ো প্ৰধান লোকেই বিটিচিৰ মুখ্য হ’ব এই সন্দৰ্ভত কয় ৰঞ্জিত দাসে । মই সভাপতি হৈ থকা অৱস্থাত দুৰ্নীতি পৰায়ণ হাগ্ৰামা মহিলাৰীক বিজেপিত নলঁও বুলি স্পষ্ট কৰে ৰঞ্জিত দাসে । তেওঁ লগতে কয় যে হাগ্ৰামা মহিলাৰীক লৈ আমি বিজেপিক নুডুবাও । ৰাইজৰ দল, অজিত ভূঞাৰ দল বা নৱ শৰণীয়াৰ দলৰ বিষয়ে ৰাইজে যদি ৯৯ শতাংশ লোকে ক’ব পাৰে মই সভাপতিৰ পদ এৰি যাম বুলি প্ৰত্যাহ্বান জনায় ৰঞ্জিত দাসে।

আনহাতে, বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ জনে কয় যে বিটিচিত এইবাৰ তিনিতৰপীয়া চৰকাৰ হ’ব । কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি আৰু বিটিচিতো বিজেপি হ’ব বুলি দাবী কৰে সাংসদ গৰাকীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTC Electionchirang assam
publisher

publisher

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d