Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মৃত্যুৰ ৪৫ মিনিট পাছতে ওভতাই পালে জীৱন

publisher by publisher
November 18, 2020
in News, world
Reading Time: 1 min read
0
মৃত্যুৰ ৪৫ মিনিট পাছতে ওভতাই পালে জীৱন
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

জেহাদি নিধনৰ নতুন অধ্যায়?

ভাৰতীয় সৌৰ সামগ্ৰীৰ ওপৰত যুক্তৰাষ্ট্ৰৰ ১২৬ শতাংশ শুল্ক আৰোপ

মৃত্যুৰ ৪৫ মিনিট পাছতে পুনৰ জীৱন ওভতাই পালে এজন লোকে । ঘটনাটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ । কোনোৱে ইয়াক বিশ্বাস নকৰিলেও কিন্তু বাস্তৱত সংঘটিত হোৱা ঘটনাটোক লৈ স্বাভাৱিকতে উৎসুকতাৰ সৃষ্টি হৈছিল । লোকজন এজন পৰ্বতাৰোহী । নাম মাইকেল নাপিনাস্কি । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাউণ্ট ৰেইনাৰ নেছনেল পাৰ্কত সম্পূৰ্ণভাৱে বৰফে গোট মৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছিল নাপিনাস্কিক ।

ADVERTISEMENT

উদ্ধাৰ কৰাৰ সময়তো অৱশ্যে জীৱিত আছিল নাপিনাস্কি; কিন্তু হাস্পতালত ভৰ্তি কৰাৰ সময়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছিল । অৱশ্যে শেষ পৰ্যন্ত চিকিৎসকৰ চেষ্টাত জীৱন ঘূৰাই পায় নাপিনাস্কিয়ে । ৪৫ বছৰীয়া নাপিনাস্কিয়ে বন্ধুসকলৰে স’তে মাউণ্ট ৰেইনাৰ পৰ্বতত আৰোহণ কৰিবলৈ গৈছিল; কিন্তু মাজপথত বন্ধুসকলৰ পৰা তেওঁ বিচ্ছিন্ন হৈ পৰে ।

ইয়াৰ পাছত নিৰ্দিষ্ট লক্ষ্যত পুনৰ বন্ধুসকলক লগ পোৱাৰ আশাৰে আৰোহণ কাৰ্য অব্যাহত ৰাখে । অৱশ্যে বতৰেও সহায় নকৰিলে নাপিনাস্কিক । এসময়ত বতৰ অতিকৈ বেয়া হোৱাত চকুৰে প্ৰায় একো নেদেখাৰ দৰে পৰিৱেশৰ সৃষ্টি হয় । নাপিনাস্কিয়ে সন্ধিয়ালৈ লক্ষ্যত উপনীত হোৱাৰ আশা কৰিছিল যদিও ভৱা মতে একো এটা সম্ভৱ নহ’ল । ইয়াৰ পাছতে নাপিনাস্কিয়ে সন্ধানহীন হোৱাৰ খবৰ প্ৰেৰণ কৰে বন্ধুসকলে । অনেক চেষ্টাৰ পাছত হেলিকপ্টাৰ যোগে উদ্ধাৰ কৰা হয় নাপিনাস্কিক । উদ্ধাৰৰ পাছত ছিয়াটেলৰ এখন হাস্পতাললৈ নিয়া হয় নাপিনাস্কিক ।

হাস্পতালত চিকিৎসকসকলে পৰীক্ষা কৰাৰ পাছত দেখা পায় নাপিনাস্কিৰ হৃদযন্ত্ৰই কাম কৰা বন্ধ কৰি দিছে । চিকিৎসকে নাপিনাস্কিক চি পি আৰৰ সহায়ত জীৱন ৰক্ষাৰ চেষ্টা চলোৱাৰ লগতে অতিৰিক্তভাৱে অক্সিজেন দিয়াৰো ব্যৱস্থা কৰে । তেজত জমা হোৱা অতিৰিক্ত কাৰ্বনডাই অক্সাইড বাহিৰ কৰ দিব পৰাকৈ ‘পাম্প’ কৰাৰো ব্যৱস্থা কৰে চিকিৎসকে ।

একেধাৰে ৪৫ মিনিটজোৰা চিকিৎসকৰ প্ৰচেষ্টাৰ অন্তত হৃদস্পন্দন উভতি আহে নাপিনাস্কিৰ । ঘটনাৰ দুদিন পাছতহে তেওঁ জ্ঞান ওভতাই পায় । হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি, জীৱন ওভতাই পোৱাৰ পাছত ফেকুৰী উঠিছিল নাপিনাস্কিয়ে । তেওঁক ঘেৰি ধৰা বন্ধুসকলৰো একে অৱস্থা হৈছিল । সজল হৈ পৰিছিল প্ৰতিজনৰ চকু । সকলোৱে আনন্দ লাভ কৰিছিল । চিকিৎসক-নাৰ্ছৰ যৌথ প্ৰচেষ্টাই সফলতা লাভ কৰাত । এনে নাটকীয় ঘটনা পূৰ্বে নেদেখা বুলিও উপস্থিতসকলে সমস্বৰে মন্তব্য কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Michael KnapinskiMount RainierNational ParkUnited States
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d