■ পুনৰ নতুনকৈ ৪৪,৩৭৬ জন কৰ’নাত আক্ৰান্তৰ ঘটনাই অভিলেখ সৃষ্টি কৰিছে ভাৰতত ।
■ বিগত ২৪ ঘন্টাত ৪৮১ জন লোকৰ মৃত্যু হয় ।
■ যোৱাকালিৰ তুলনাত ক’ভিড আক্ৰান্তৰ সংখ্যা দেশত দৈনিক হিচাপত ১৬.৮ শতাংশ বৃদ্ধি পাইছে ।
■ এই পর্যন্ত ভাৰতত মুঠ ৯৯.২২ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ১,৩৪,৬৯৯ জন লোকৰ মৃত্যু হৈছে আৰু ৮৬.৪ লাখ লোক সুস্থ হৈ উঠিছে।
■ যদিও দেশত আগৰ তুলনাত ৫০ হেজাৰতকৈ কম লোক কৰ’নাত আক্ৰান্ত হৈছে তথাপি আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমানো ক’ভিডৰ চিকিৎসা চলি আছে ।
ADVERTISEMENT





























