Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চত্তিছগড়ৰ অংগামতী দেৱীক তুষ্ট কৰাৰ প্রয়াস

publisher by publisher
November 26, 2020
in India, News
Reading Time: 1 min read
0
চত্তিছগড়ৰ অংগামতী দেৱীক তুষ্ট কৰাৰ প্রয়াস
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

Private Plane Crash in Chhattisgarh:ছত্তীশগড়ৰ যশপুৰত ব্যক্তিগত বিমান দুৰ্ঘটনাগ্রস্ত

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

পথৰ ওপৰত পেট তল কৰি শুই আছে একাংশ মহিলা। তেওঁলােকৰ পিঠিৰ ওপৰেৰে খােজ কাঢ়ি পাৰ হৈ গৈছে পুৰােহিত আৰু ওজাৰ এটি দল চত্তিছগড়ৰ এখন ধর্মীয় মেলাত দেখিবলৈ পােৱা গ’ল এনে এক আশ্চর্যকৰ দৃশ্য। অঞ্চলটোৰ আদিবাসী মহিলাসকলৰ এক বিশ্বাস অনুসৰি এনে এক প্রক্রিয়াৰ মাজেৰে পাৰ হ’ব পাৰিলে সন্তান লাভৰ আকাংক্ষা পূর্ণ হয় ৰাজ্যখনত এই প্রথা অতি প্রাচীন।

ADVERTISEMENT

কিন্তু বর্তমান আধুনিক কালত এই প্ৰথাক ধর্মীয় কুসংস্কাৰ হিচাপেই আখ্যা দিছে সচেতনসকলে। যােৱা শনিবাৰে কৰ’না স্বাস্থ্য বিধিক সম্পূর্ণভাৱে উলংঘা কৰি ৰাজ্যখনৰ ধমতী জিলাত হৈ অহা ধর্মীয় মেলাখন পুনৰবাৰ অনুষ্ঠিত হয়। সামাজিক দূৰত্ব অথবা মুখত মাস্ক পৰিধান কৰাৰ দৰে সজাগতাকো সম্পূর্ণভাৱে এৰাই চলা হয়মেলাখনত। মেলাত কাষৰীয়া ৫২ খন গাঁৱৰ মহিলাসকল আহি উপস্থিত হয়। অংগামতী দেৱীৰ মন্দিৰৰ সন্মুখৰ পথত সন্তানৰ কামনাৰে দুই শতাধিক মহিলাই শুই পৰে। এই মহিলাসকলৰ শৰীৰৰ।ওপৰৰে মন্ত্র পাঠ কৰি পুৰােহিত আৰু ওজাৰ দলটোৱে হাতে হাতে পতাকা লৈ আগবাঢ়ি যায়।এনেদৰেই দেৱীৰ সন্মুখত প্রার্থনা।জনাই মহিলাসকলে সন্তান সম্ভৱা হােৱাৰ আশা কৰে।

স্থানীয় লােকসকলৰ মাজত বদ্ধমূল ধাৰণা আছে যে এনে কৰিলে সন্তান লাভ কৰিব পাৰি। প্ৰতি বছৰে দ্বীপান্বিতাৰ পাছৰটো শুকুৰবাৰৰ পৰা এই মেলা আৰম্ভ হয়। স্থানীয় লােকসকলৰ মতে পাঁচশ বছৰৰ ইতিহাস আছে মেলাখনৰ। ইয়াৰ মাধ্যমত অংগাৰমতী দেৱীৰাে আৰাধনা কৰা হয়। মেলাত হেজাৰ হেজাৰ লােকৰ সমাগম হয়।শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এই প্রথাক তীব্রভাৱে সমালােচনা কৰা হৈছে; কিন্তু এনে সমালােচনাক গুৰুত্ব দিব বিচৰা নাই মেলাৰ উদ্যোক্তা তথা আদিশক্তি মা অংগামতী ন্যাসৰ সচিব আৰ এন ধ্ৰুৱই।

সচিবজনে কয়, মানুহে শ্রদ্ধাভাবৰে মেলাত অংশগ্রহণ কৰে। ইয়াৰ ভুল ব্যাখ্যা কৰা উচিত নহয়। সুপ্রাচীন এই প্ৰথাক লৈ প্রশ্ন উত্থাপন কৰিলেও নিজৰ ঐতিহ্য ধৰি ৰাখিবলৈ দৃঢ় বুলি জনাই সচিব ধ্ৰুৱই কয়, এই মেলাখন পাঁচশ বছৰ ধৰি চলি আছে। আমি মাত্র এই ঐতিহ্যক আগবঢ়াইহে লৈ গৈছাে। অতীতত বহু মহিলাই এই মেলাত অংশগ্রহণ কৰাৰ পাছত সন্তান সম্ভৱা হৈছে।ইয়াৰ স’তে অলৌকিকতাও জড়িত হৈ আছে। বিজ্ঞানৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ৰাজ্যখনৰ এজন চিকিৎসক দীনেশ মিশ্রই এই প্ৰথাক ধর্মীয় কুসংস্কাৰৰ আখ্যা দিছে।

ডাঃ মিশই কয়, ‘বিজ্ঞানৰ যথেষ্ট অগ্রগতি হৈছে। সন্তান ধাৰণৰ বাবেও বহু উপায় আছে। সেয়েহে এনে প্ৰথাক উৎসাহিত কৰাটো উচিত নহয়। এই বিষয়ত সহমত ব্যক্ত কৰিছে ৰাজ্যখনৰ মহিলা আয়ােগৰ অধ্যক্ষা কিৰণময়ী নায়কেও। এনে প্রথাই মহিলাসকলৰ স্বাস্থ্য হানি কৰাৰ অভিযােগ কৰি নায়কে ইয়াক বন্ধ কৰাৰ দাবী জনায়। ধর্মীয় ভাৱাৱেগত আঘাত নকৰাকৈ স্থানীয় মহিলাসকলৰে কথা-বার্তা হােৱাটো নায়কে আগ্রহ ব্যক্ত কৰে।অৱশ্যে সম্পূর্ণ বিষয়টোত মতামত দিয়াৰ পৰা বিৰত থাকে জিলাখনৰ আৰক্ষী অধীক্ষক জয়প্রকাশ মৌর্যই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chhattisgarhindia
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d