Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘লাভ জেহাদ’ বিতৰ্কৰ মাজতে অসমত নতুন আইনৰ খচৰাৰ প্ৰস্তুতি

publisher by publisher
December 2, 2020
in India, News
Reading Time: 1 min read
0
‘লাভ জেহাদ’ বিতৰ্কৰ মাজতে অসমত নতুন আইনৰ খচৰাৰ প্ৰস্তুতি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

দেশজুৰি ‘লাভ জেহাদ’ বিতর্ক আৰু ইয়াক ৰােধৰ বাবে কঠোৰ আইন প্রণয়নৰ প্রক্রিয়া অব্যাহত থকাৰ সময়তে বিয়াৰ বাবে প্রস্তুতি চলাই থকা ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে অপেক্ষা কৰিছে এটি নতুন খবৰে। নিজে পছন্দ কৰাই হওঁক অথবা পৰিয়ালে বাছি উলিওৱা ল’ৰা-ছােৱালীৰ ক্ষেত্ৰতে নহওঁক কিয়, বিবাহ অনুষ্ঠিত হােৱাৰ কমেও এমাহ পূর্বে দুয়ােপক্ষই আনুষ্ঠানিকভাৱে নিজৰ সকলাে তথ্য পৰস্পৰাৰ মাজত বিনিময় কৰিব লাগিব। তাৰ বাবে চৰকাৰীভাৱে এলানি নীতি-নিয়ম বলবৎ কৰা হ’ব। অসম চৰকাৰে শীঘ্ৰে এনে এখন আইন প্রণয়নৰ তৎপৰতা অব্যাহত ৰাখিছে।

ADVERTISEMENT

এই সন্দৰ্ভত ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই কয় যে ল’ৰাৰ লগতে ছােৱালীয়েও এনেবােৰ তথ্য দাখিল কৰাটো বাধ্যতামূলক হ’ব। শৰ্মাই কয়, সেই তথ্য কেৱল ধৰ্মৰ ক্ষেত্ৰতে নহয়, উপাৰ্জনৰ উৎস, পৰিয়ালৰ সম্পূর্ণ বিৱৰণ, শিক্ষাগত অহর্তা, বৃত্তি, স্থায়ী বাসিন্দাৰ তথ্য আদি সকলাে আনুষ্ঠানিকভাৱে অৱগত কৰিব লাগিব। কাৰণ বহু সময়ত দেখা যায় যে বিশেষকৈ মহিলাসকল স্বামীৰ সন্দৰ্ভত যথেষ্ট অজ্ঞ হৈ থকাত বিয়াৰ পাছত নানা সমস্যাৰ সন্মুখীন হয়। স্বামী অবৈধ জীৱিকাত জড়িত থকাৰ বিষয়েও বিয়াৰ পাছতহে অৱগত হয় পত্নীসকল। এইবােৰ দিশৰ প্রতি লক্ষ্য ৰাখিয়ে এনে এখন আইনৰ প্রক্রিয়া চলাই থকা হৈছে।

এই আইনে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতাে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। উল্লেখ্য যে উত্তৰ প্ৰদেশকে ধৰি দেশৰ একাংশ ৰাজ্যত ‘লাভ জেহাদ’ৰ বিৰুদ্ধে আইন প্রণয়ন কৰা হৈছে। এনে ক্ষেত্ৰত অসমৰ প্রস্তাৱিত আইনখনাে তেনে ধৰণৰে হ’ব নেকি বুলি চৰ্চা আৰম্ভ হৈছে। অৱশ্যে মন্ত্রীজনে কয় যে প্রস্তাৱিত আইনখনত সেই ধৰণৰ কথা নাই। অসমৰ আইনখন লাভ জেহাদ বিৰােধীও নহ’ব। কাৰণ বহু সময়ত দেখা গৈছে যে একে ধৰ্মৰ ল’ৰা-ছােৱালীৰ মাজত বিয়া হােৱাৰ পাছতাে ছােৱালীয়ে স্বামী অবৈধ জীৱিকাত জড়িত থকা বুলি অৱগত হয়। অৱশ্যে প্রস্তাৱিত আইনখনত উত্তৰ প্ৰদেশৰ লাভ জেহাদ বিৰােধী আইনখনৰ প্রয়ােজনীয় বিষয়বােৰ অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা মন্ত্রীজনে ব্যক্ত কৰে। সম্প্রতি প্রস্তাৱিত আইনখনৰ খচৰা প্রস্তুতি প্রক্রিয়া অব্যাহত আছে। আইনত পৰিণত হােৱাৰ পাছতে সকলাে বিবাহৰ ক্ষেত্ৰত ই বাধ্যতামূলক হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indialove jihadUttar Pradesh
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d