Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 বিপিএফে ইউপিপিএল পাৰিষদ সকলক এশকোটীৰে কিনাৰ চেষ্টা কৰিছিল :ৰঞ্জিত বসুমতাৰী

publisher by publisher
December 26, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
 বিপিএফে ইউপিপিএল পাৰিষদ সকলক এশকোটীৰে কিনাৰ চেষ্টা কৰিছিল :ৰঞ্জিত বসুমতাৰী
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

BTC:বিটিচিৰ এমচিএলএৰ বাবে ছয় সদস্য মনোনীত ৰাজ্যপালৰ

এতিয়াও অব্যাহত আছে বিটিচি পৰিষদ গঠনক লৈ চৰ্চা। চলিত বৰ্ষৰ চাৰি এপ্ৰিলত অনুষ্টিত হবলগীয়া পৰিষদীয় নিৰ্ব্বাচন ক’ভিডৰ বাবে পিচুৱাই অনুষ্টিত হ’ল ডিচেম্বৰ মাহৰ সাত আৰু ১০ তাৰিখে । ১২ ডিচেম্বৰত ভোট গণনা অনুষ্টিত হোৱাৰ পাছতে  পৰিষদ গঠনক লৈ যেন আৰম্ভ হয় মহা যুদ্ধৰ ।

ADVERTISEMENT

বিপিএফ দলে ১৭ টা আসন পাইয়ো গঠন কৰিব নোৱাৰিলে পৰিষদ । বিজেপি দলে পৰিষদ গঠনৰ বাবে বিজেপি ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ সৈতে মিত্ৰতা কৰি পাৰিষদ সকলক গুৱাহাটীৰ হোটেলত বন্দি কৰি থোৱাৰ লগতে শ্বিলংলৈয়ো স্থানান্তৰিত কৰিবলগীয়া হৈছেল।

বিটিচি পৰিষদৰ নৱ নিৰ্ব্বাচিত কাৰ্য্যবাহি সদস্য ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেঙ্গা) য়ে আজি বিস্ফোৰক মন্তব্য আগবঢ়ায় যে বিপিএফ দলে পৰাজিত হোৱাৰ পিচত ইউপিপিএলৰ নিৰ্ব্বাচিত পাৰিষদ সকলৰ ঘৰে ঘৰে গৈ পাৰিষদ সকলৰ পৰিয়ালক দাবী ধমকি দিয়াৰ লগতে ৫০ কোটীৰ পৰা এশ কোটীলৈ দি হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল ।

বিপিএফৰ বাবে প্ৰয়োজনীয় চাৰিজন কৈ পাৰিষদৰ বাবে ৪০০ কোটীৰ লগতে প্ৰতিজনকে কাৰ্য্যবাহি সদস্য পদ দিয়াৰো চেষ্টা চলাইছিল বিপিএফে। যিহেতু পাৰিষদ সকলক গুৱাহাটীৰ হোটেল লিলিত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ লগতে পিচলৈ শ্বিলংলৈ স্থানান্তৰিত কৰিছিল বুলিও জানিবলৈ দিয়ে বসুমতাৰীয়ে ।

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে এই দৰে হৰ্চট্ৰেডিঙৰ চেষ্টা চলোৱা বুলিও জনায় ৰঞ্জিত বসুমতাৰীয়ে। বিপিএফ নেতৃত্বই ইউপিপিএলৰ নেতা সকলৰ ওচৰতো প্ৰস্তাৱ লৈ যোৱাৰ কথাও জনায় নেতা জনে। বিপিএফে ছমাহৰ পিচতে পুণৰ পৰিষদ গঠনৰ যি দাবী কৰিছে তাক উদ্দেশ্যহীন আৰু গুৰুত্ব হীন বুলি মন্তব্য কৰাৰ লগতে বিপিএফ নেতৃত্বই জাতীক লৈ পুণৰ এনে ধৰনৰ কাণ্ড নকৰো বুলি প্ৰতিশ্ৰুতিয়ো দিয়াৰ কথাও কয় কাৰ্য্যবাহি সদস্য জনে।

বিপিএফে হৰ্চট্ৰেডিঙৰ বাবে ব্যৱহাৰ কৰিব বিচৰা এই সমুহ বৃহৎ পৰিমানৰ ধন কত পাইছিল বুলিও আচৰ্য্য প্ৰকাশ ৰঞ্জিত বসুমতাৰীৰ । বিজেপিয়ে ইতিমধ্যে হৰ্চট্ৰেডিং কৰি কংগ্ৰেছৰ এজন আৰু বিপিএফৰ একজনকৈ পাৰিষদক লোৱাৰো অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ আৰু বিপিএফৰ পৰা ।

কাৰ্য্যবাহি সদস্য জনে বিস্ফোৰক ভাৱে জনায় যে নতুন পৰিষদৰ কোনো লোকে বিটিচি পৰিষদীয় সচিবালয়ত কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰে এনেকি পানীয়ো । কাৰণ বিপিএফৰ ফলীয়া সচিবালয়ৰ কৰ্মচাৰী সকলে কোন সময়ত কি কৰে তাৰ কোনো নিশ্চয়তা নাই।

https://dainikagradoot.in/wp-content/uploads/2020/12/WhatsApp-Video-2020-12-26-at-12.12.37-PM.mp4

অসমৰ্থিত সুত্ৰত প্ৰকাশ যে বিপিএফৰ পৰা ভাৱুকি দিছে যিকো পন্থা অৱলম্বন কৰিব বুলি। খাদ্যৰ সৈতে যে কিবা মিহলাই নুখুৱাব তাৰ কোনো নিশ্চয়তা নাই। যিহেতু দীৰ্ঘদিন বিপিএফৰ নেতৃত্বত থকা বিটিচি সচিবালয়ত দুৰ্ণীতিৰ পাহাৰ গঢ়ি উঠিছিল। যিকোনো বিভাগতে টকা নহলে কোনো কাম নহৈছিল।

বিষয়া সকলৰ কথা বাদেই চকিদাৰ পিয়নকো ফাইল অনা নিয়াৰ বাবে টকা দিবলগীয়া হৈছিল মুকলি ভাৱে । কোনো কওতা বা ধৰোতা নাছিল বিটিচি সচিবালয়ত । ইউপিপি এলে এই সন্দৰ্ভত পৰিৱৰ্তন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। প্ৰয়োজনত সলনি কৰিব সচিবালয়ৰ বিষয়া কৰ্মচাৰীক । কোনো পধ্যেই প্ৰশ্ৰয় নিদিব দুৰ্ণীতি তথা দুৰ্ণীতিগ্ৰস্থ লোকক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFBR FerengaBTC
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d