●ভাৰতত দৈনিক ক’ভিড-১৯ত সংক্ৰমিতৰ সংখ্যা হৈছে ১৮,৭৩২ জন ।
●ভাৰতৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,০১,৮৭,৮৫০ জন ।
●কৰ’নাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে ২,৭৮,৬৯০ জন ।
●ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা হৈছে ৬৫৫ জন যিটো যোৱা চাৰি মাহৰ ভিতৰতে সৰ্বনিম্ন আৰু ইয়াৰ পৰাই এক ইতিবাচক বাৰ্তা লাভ কৰিব পাৰি ।
● কৰ’নাৰ ফলত বিগত ২৪ ঘণ্টাত ২৭৯ জন লোকে প্ৰাণ হেৰুৱাইছে । সম্প্ৰতি ভাৰতত মুঠ মৃতকৰ সংখ্যা হৈছে ১,৪৭,৬২২ জন ।
ADVERTISEMENT





























