Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পুৰুষৰ প্ৰতি জন্ম হােৱা চৰম ঘৃণাৰ বাবেই গঢ়ি উঠিছিল এখন মহিলাৰ গাঁও

publisher by publisher
January 11, 2021
in News
Reading Time: 1 min read
0
পুৰুষৰ প্ৰতি জন্ম হােৱা চৰম ঘৃণাৰ বাবেই গঢ়ি উঠিছিল এখন মহিলাৰ গাঁও
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

ভয়াৱহ খৰাংৱস্থাত কেনিয়াত জীৱ-জন্তুৰ মৃতদেহৰ শাৰী

পৃথিৱীত অন্তিমটো বগা জিৰাফ

পুৰুষৰ প্ৰতি জন্ম হােৱা চৰম ঘৃণাৰ বাবেই গঢ়ি উঠিছিল এখন গাঁও, যত একমাত্র মহিলাইহে বাস কৰে। কোনাে প্রাপ্তবয়স্ক পুৰুষৰ সেই গাঁৱত প্ৰৱেশাধিকাৰ নাই। কেনিয়াৰ এই গাঁওখনেই এতিয়া পৰিণত হৈছে পর্যটকৰ অন্যতম আকর্ষণত। এই গাঁওখন সৃষ্টিৰ প্ৰধান কাৰণ হৈছে ছাম্বুৰু আদিবাসীসকল। ছাম্বুৰু আদিবাসীসকলৰ গাঁওখনৰ নামাে ছাম্বুৰু। কেনিয়াৰ অতি ভিতৰুৱা অঞ্চলৰ এই গাঁওখনত ছায়ুৰুসকলৰ উপৰি তুর্কানা সহ আন একাধিক আদিবাসী লােকেও বাস কৰে।বিশ্বৰ অন্যান্য ঠাইৰ আদিবাসী মহিলাৰ দৰে ছাম্বুৰু মহিলাসকলাে আছিল সমাজৰ পিছ পৰি ৰােৱাসকলৰ শাৰীত। তেওঁলােকক দ্বিতীয় শ্রেণীৰ নাগৰিকৰূপেই গণ্য কৰা হৈছিল। ছায়ুৰুৰ পুৰুষতান্ত্রিক সমাজে সততে নাৰীসকলক নিজৰ ইচ্ছাত ব্যৱহাৰ কৰিছিল। কেতবােৰ সামাজিক কু-প্রথাৰ বাবে গাঁওখনৰ মহিলাসকলে যৌনাংগহানি, অকথ্য নির্যাতনৰ মাজত দিন কটাবলগীয়া হৈছিল নাবালিকাক বলপূর্বক বিয়া দিয়া হৈছিল। আনকি একাধিক পুৰুষৰ ধর্ষণৰাে বলি হৈছিল মহিলাসকল।অথচ তেওঁলােকৰ কথা শুনিবলৈ কাষত কোনাে নাছিল। আনকি স্বামীয়ে ইচ্ছা কৰিলে পত্নীক হত্যাও কৰিব পাৰিছিল। কোনেও মহিলাসকলৰ পক্ষত থিয় নিদিছিল, বৰঞ্চ স্বামী সমর্থনৰ বাবে সাজু থাকিছিল অনেক পুৰুষ। মহিলাৰ প্ৰতি ইমানেই নিষ্ঠুৰ আছিল ছাম্বুৰু পুৰুষ। গাঁওখনৰ মহিলাসকলে প্রাধানকৈ স্বামীৰ সম্পত্তিৰ দৰে জীৱন কটাইছিল। এনে অকথ নির্যাতন সহ্য কৰি কৰি অৱশেষত যেতিয়া ছাল্লুৰু মহিলাসকল এদিন ভাগৰুৱা হৈ পৰিল, তেতিয়াই তেওঁলােকৰ উদ্যোগত ছাম্বুৰু গাঁৱৰ সমীপতে গঢ়ি উঠিছিল আন এখন গাঁও।

ADVERTISEMENT

উমােজা নামৰ মহিলাসকৰ নিজস্ব গাঁওখনত পুৰুষৰ প্ৰৱেশ সম্পূর্ণৰূপে ১৯৯০ত ৰেবেকা ললােছলি নামৰ এগৰাকী মহিলাই আন একাংশ নির্যাতিতা আৰু আশ্রয়হীন মহিলাক লৈ এই পুৰুষমুক্ত গাঁওখন গঢ়ি তুলিছিল। ৰেবেকা নিজেও আছিল গেৰাকী নির্যাতিতা। ছাম্বুৰুত নিয়ােজিত সেনাৰ জোৱানসকলেও গাঁওখনৰ মহিলাসকলৰ ওপৰত অকথ্য যৌন নিপীড়ন চলাইছিল।সেনাই মহিলাসকলক ইচ্ছা অনুসৰি উপভােগ কৰিছিল। প্রায় একে সময়তে প্রায় ডেৰ হেজাৰ ছাল্লুৰু মহিলা ধর্ষিতা হৈছিল। কিন্তু এই নির্যাতিতাসকলে দুঃসময়ত নিজৰ স্বামীকো কাষত পােৱা নাছিল।বিপৰীতে তেওঁলােকক গৃহহীন কৰা হৈছিল। ৰেবেকাও আছিল সেই নির্যাতিতাৰ দলত। কিন্তু তেওঁৰ মনটোৱে এনে অবিচাৰ সহ্য কৰিব নােৱাৰিলে। স্বামী বা আন পুৰুষৰ প্রতি তেওঁৰ মনত জন্ম হৈছিল চৰম ঘৃণাৰ। তেতিয়াই আন ১৫ গৰাকী আশ্রয়হীনা মহিলাক লৈ ৰেবেকাই নিজৰ বাবে এক আশ্রয়স্থল গঢ়ি তােলে। সম্প্রতি ছাম্বুৰুৰ সকলাে নির্যাতিতা মহিলাই এই উমােজাতেই আশ্রয় লয়। এই গাঁৱত কেৱল মহিলাৰ কথাহে চলে। মর্যাদা সহকাৰে মূৰ দাঙি জীৱন-যাপন কৰে তেওঁলােকে।অনেক অন্তঃসত্ত্বা মহিলায়াে এই গাঁৱত আশ্রয় লয়। অৱশ্যে এটা চর্তত। তেওঁলােকৰ কোনােৱে পুত্র সন্তান জন্ম হলে মাত্র ১৮ বছৰ বয়স হােৱালৈকেহে মাতৃৰ কাষত পাৰিব। ১৮ বছৰ পাৰ হােৱাৰ লগে লগে সেই পুত্র সন্তানে মাতৃৰ পৰা বিচ্ছেদ হৈ উমােজা গাঁও ত্যাগ কৰিব লাগিব। উমােজা গাঁও গঢ়ি তােলাটো মহিলাসকলৰ বাবে সহজসাধ্য কাম নাছিল। মহিলাসকলৰ আধিপত্য কোনাে প্ৰকাৰে মানি ল’প পৰা নাছিল পুৰুষসকলে। ফলত ৰেবেকাহঁতে অনেক ভাবুকিৰাে সন্মুখীন হৈছিল। ততাপি তেওঁলােক একত্ৰিত হৈ সংগ্রাম অব্যাহত ৰাখিছিল।উমােজাৰ মহিলাসকলে গাঁৱৰ বাহিৰলৈকো গৈছিল। বজাৰ কৰা, ফুৰিবলৈ যােৱা আদি সকলাে কামেই তেওঁলােকে কৰিছিল। তেওঁলােকৰ কাহিনী দ্রুতগতিৰে সমগ্র বিশ্বতে বিয়পি পৰাত এটা সময়ত গাঁওখন পর্যটনৰ অন্যতম কেন্দ্রস্থল হৈ পৰিল। পর্যটন উদ্যোগ গঢ়ি উঠাৰ ফলত তেওঁলােকৰ উপার্জনৰ পথাে মুকলি হৈ পৰে। কলাে দিশৰ পৰাই উমােজাৰ মহিলাসকল স্ব-নিৰ্ভৰশীল হৈ উঠে। ছাম্বুৰুৰ পুৰুষসকলে এই কথা মানি ল’ব পৰা নাছিল। তেওঁলােকেও এক পৃথক পুৰুষৰ গাঁও স্থাপন কৰি পৰ্যটকৰ দৃষ্টি আকষণৰ চেষ্টা কৰিছিল, যাতে মহিলাসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে।অৱশ্যে পুৰুষ গাঁৱৰ পৰিকল্পনাই সফলতা নাপালে। ইয়াৰ বিপৰীতে উমােজাৰ ক্রমবর্ধমান জনপ্রিয়তা পুৰুষসকলৰ বাবে অধিক হিংসাৰ কাৰণ হৈ উঠে। একাধিকবাৰ উমােজাত আক্রমণ চলাই মহিলাসকলৰ ঘৰ-বাৰী ভাঙি পেলােৱা হৈছিল। আদালতত গােচৰ তৰি মহিলাসকলৰ দখলত থকা সেই ভূমিৰ অধিকাৰ কাঢ়ি লােৱাৰাে চেষ্টা কৰিছিল। কিন্তু মহিলাসকলক যিমান বেছি আঘাত কৰা হৈছিল, সিমানবাৰেই সেই আঘাত বুমেৰাং হৈ ঘূৰি আহিছিল পুৰুষলৈ। এই খবৰ সদৰী হােৱাৰ পাছতে মহিলাসকলৰ সাহায্যার্থে আগবাঢ়ি আহে ৰাষ্ট্ৰসংঘ আৰু কেনিয়াৰ সাংস্কৃতিক মন্ত্রণালয়।আইন অনুসাৰেই এতিয়া সেই ভূমি মহিলাসকৰ নামত হৈছে। অর্থ সাহায্যৰ সমান্তৰালকৈ এতিয়া গাঁওখনত উপার্জনৰ বিভিন্ন উপায় বুজাবলৈ মহিলাসকলক প্রশিক্ষণাে দিয়া হয়। পর্যটনৰ সমান্তৰালকৈ তেওঁলােকে সম্প্রতি ক্ষুদ্র উদ্যোগ আৰু খেতি কৰিও অনেক উপার্জন কৰে। নিজ নিজ ভূমিত তেওঁলােকে কাঁটাতাঁৰৰ বেৰা দি ঘেৰি ৰাখিছে। তাৰ ভিতৰতে মাটি, গােবৰ আৰু ঘাঁহেৰে সৰু সৰু ঘৰ সাজি তেওঁলােকে বাস কৰে।মহিলাৰ অধিকাৰ ৰক্ষাৰ উপৰি তেওঁলােক এতিয়া বহু সামাজিক কাম-কাজতাে যুক্ত হৈ আছে। অনাথ শিশুক তেওঁলােকে লালন-পালন কৰে। এতিয়া ছাম্বুৰু পুৰুষসকলকো গাঁৱত প্ৰৱেশৰ অনুমতি দিছে উমােজাই।অৱশ্যে কেৱল দৰ্শনৰ বাবেহে। নিশা যাপনৰ অনুমতি তেওঁলােকৰ নাই।২০১৫ত উমােজাত লােকপিয়ল হৈছিল। সেই সময়ত উমােজাত বাস কৰিছিল ৪৭গৰাকী মহিলা আৰু প্রায় দুশটি শিশু।

ছাম্বুৰুৰ শিশুসকলে যি সময়ত গৰু-ছাগলী চৰাই দিন অতিবাহিত কৰে, সেই সময়ত উমােজাৰ শিশুসকলে পাঠশালাত পাঠগ্রহণ কৰে। উমােজাত শিশুৰ বাবে বিদ্যালয়ে আছে। ২০১৫তে উমােজা গাঁও প্রদর্শন কৰি আপ্লুত হৈ পৰিছিল বাৰাক অবামা। তেতিয়াই অবামাই কৈছিল, সমগ্র বিশ্বতে মহিলাক অৱনমিত কৰি ৰখাৰ এটা ৰীতি আছে। মহিলাসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰূপে গণ্য কৰা হয়। এই সকলােবােৰ কু-ৰীতিনীতি সলনি কৰাৰ প্রয়ােজন হৈছে। অংগহানি, বাল্য বিবাহৰ দৰে প্রথাবােৰ অতি প্রাচীন। এই শতাব্দীত এইবােৰ প্ৰথাৰ কোনাে স্থান থকাৰ কথা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kenyawoman village
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d