●বিগত ২৪ ঘণ্টাত ভাৰতত ক’ভিডত আক্ৰান্তৰ মুঠ লোকৰ সংখ্যা ১,০৬,১০,৮৮৩ জন।
ADVERTISEMENT
●কৰ’নাত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা ১,০২,৬৫,৭০৬
●যোৱা ২৪ ঘণ্টাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা হৈছে ১৫,২২৩ জন
● কৰ’নাৰ ফলত বিগত ২৪ ঘণ্টাত ১৫১ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●যোৱা ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ১৯,৯৬৫ জন।





























