●বিগত ২৪ ঘণ্টাত নতুনকৈ ১৪ হেজাৰ ৫৪৫ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●ভাৰতৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা এক কোটি ছয় লাখ ৫৪৫ জন ।
●ক’ভিডত আক্ৰান্ত হয় মুঠ এক লাখ ৫৩ হেজাৰ ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৬৩ জনৰ ।
●সৰ্বমুঠ ক’ভিড ৰোগীৰ সুস্থতাৰ সংখ্যা হৈছে এক কোটি দুই লাখ ৮৩ হেজাৰ ৭০৮ জন ।
●যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ১৮ হেজাৰ দুইজন লোক ।
●সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৮৮ হেজাৰ ৬৮৮ জন ।
●বিগত ২৪ ঘণ্টাত আঠ লাখ ২৪২ জন লোকৰ ক’ভিড পৰীক্ষণ কৰি হৈছে ।
ADVERTISEMENT





























