■বিগত ২৪ ঘণ্টাত ১২ হেজাৰ ৬৮৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হয় ।
■ভাৰতত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ছয় লাখ ৮৯ হেজাৰ ৫২৭ জন ।
■কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মুঠ এক লাখ ৫৩ হেজাৰ ৭২৪ জন লোকে প্ৰাণ হেৰুৱাইছে ।
■বিগত ২৪ ঘণ্টাত ১৩৭ জন ক’ভিড আক্ৰান্ত হৈ লোকৰ মৃত্যু হৈছে ।
■সৰ্বমুঠ সুস্থতাৰ সংখ্যা হৈছে এক কোটি তিনি লাখ ৩০৫ জন ।
■যোৱা ২৪ ঘণ্টাত ১৩ হেজাৰ ৩২০ জন লোক সুস্থ হৈছে ।
■সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৭৬ হেজাৰ ৪৯৮ জন ।
■যোৱা ২৪ ঘণ্টাত পাঁচ লাখ ৫০ হেজাৰ ৪২৬ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
ADVERTISEMENT





























