Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধুবুৰীত দুৰ্নীতিৰ অভিযোগত লাট মণ্ডলক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ

publisher by publisher
February 8, 2021
in Assam, India, News
Reading Time: 1 min read
0
ধুবুৰীত দুৰ্নীতিৰ অভিযোগত লাট মণ্ডলক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ
3
SHARES
31
VIEWS
ShareShareShareShare

এশ গৰু মাৰিলে এদিন বাঘৰো মৰণ বুলি কথা এসাৰ আছে। আজি ধুবুৰী আৰক্ষীয়ে তাকেই প্ৰমাণ কৰি দিলে। ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যলয়ত দুৰ্নীতিৰ বেহা চলে বুলি সঘনে বাতৰিৰ শিৰোনামা দখল কৰি আহিছিল। ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, নোমেজ উদ্দীন আহমেদক আজি ধুবুৰী আৰক্ষীয়ে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ADVERTISEMENT

ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আজি সাংবাদিকক জনোৱা মতে, গোচৰ নং :- ১৩০/২০২০ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৬৮/৪৭১/৪২০ তাৰিখ : ০৮/০২/২০২১ ভিত্তিত, গৌৰীপুৰৰ আলমগঞ্জ খণ্ড নং :- ১ বাসিন্দা তথা ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, নোমেজ উদ্দীন আহমেদ(৫৬) ক সিৰাজুল হক নামৰ এজন ব্যক্তিৰ এজাহৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সিৰাজুল হকৰ ১৩ বিঘা ০২ কঠা ০৩ লেছা মাটি, বেলেগ এজন মানুহৰ নামত নামজাৰী কৰি দিছিল।

RelatedPosts

Dhubri:স্বাধীনতা দিৱসৰ দিনা চৰকাৰী বিদ্যালয়ত গাছপাৰা পঞ্চায়তৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অৰ্ধ নগ্ন হৈ অশ্লীল নৃত্য সন্দৰ্ভত আটক ৬ জন

Dhubri: ধুবুৰীত পুনৰ ৰহস্যজনক দেৱাল লিখনি

Bangladeshi citizen arrested in Golokganj:গোলকগঞ্জত আটক বাংলাদেশী নাগৰিক

ধুবুৰী আৰক্ষীৰ ফালৰ পৰা বহুবাৰ সোধ-পোচৰ বাবে থানা লৈ মতা হৈছিল নোমেজ উদ্দীন আহমেদক। কিন্তু তেওঁ আৰক্ষীৰ লগত সহযোগ নকৰি আৰক্ষীক অমান্যহে কৰিছিল। সেই বাবেই আজি ধুবুৰীৰ আৰক্ষীয়ে নোমেজ উদ্দীন আহমেদক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ধুবুৰীৰ তদান্তিন উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে যোৱা ২৫ জানুৱাৰীত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, দুৰ্নীতিগ্ৰস্ত তথা বহু বিতৰ্কিত লাট মণ্ডল নোমেজ উদ্দীন আহমেদ, জাহানুৰ ৰহমান, আবুল হুছেইন আৰু সুজিত সেনগুপ্তাক ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ পৰা বদলি কৰিছিল । যদিও আজিলৈকে ধুবুৰী চক্ৰ বিষয়া মীনাক্ষী দাসে কিহৰ স্বাৰ্থত এই চাৰি গৰাকী লাট মণ্ডলক ধুবুৰী চক্ৰৰ পৰা বদলি নকৰিলে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে।

সচেতন মহলে ক’ব খোজে এই চাৰিগৰাকী নাট মণ্ডলৰ লগত এক গোপন বুজা-বুজি কৰি পুনৰ ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়লত পুনৰ ৰাখিব বিচাৰিছে চক্ৰ বিষয়াগৰাকীয়ে।

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, লাট মণ্ডল আবুল হুছেইনে উৎকোচ লোৱাৰ সময়ত মিডিয়াত ফটোসহ প্ৰচাৰ হৈছিল।

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত লাট মণ্ডলবোৰৰ প্ৰায় পাঁচ-ছয় জনকৈ ব্যক্তিগত দালাল আছে। এই দালালবোৰৰ দ্বাৰা এক মোটা অংকৰ ধনৰ বিনিময়ত, ভূমিৰ নামজাৰী তথা ভূমি সংক্ৰান্তীয় কামবোৰ সমাধা কৰে।

একাংশ ৰাইজে অভিযোগ কৰে যে, ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত লাট মণ্ডলবোৰৰ ভিতৰত হজৰত আলি মণ্ডল আৰু আবুল হোছেইনে নিজ নিজ লাটৰ মানুহবোৰৰ পৰা ভূমিৰ কাম কৰি দিয়াৰ বাবত বহুত উৎকোচ সংগ্ৰহ কৰি দুৰ্নীতিৰ পাহাৰ গঢ়ি নামি – বেনামী সম্পত্তিৰ গৰাকী হৈ পৰিছে সেয়া সৰ্ব জন বিদিত ।

এই ক্ষেত্ৰত তেওঁলোকক পৰোক্ষভাৱে সহযোগ কৰে এচাম দলালে। ইয়াত দলাল সকলৰো এক অংশ ভাগ থকাৰ উপৰিও এচাম বিভাগীয় বিষয়াৰো ভাগ থাকে বুলি সচেতন ৰাইজে ক’ব খোজে।

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যলয়ত, একাংশ লাট মণ্ডলৰ বাবে এতিয়া সোণৰ কণী দিয়া হাঁহ হিচাবে পৰিণত হৈছে। কাৰ ছত্ৰ-ছায়াত কিহৰ স্বাৰ্থত হজৰত আলি মণ্ডল আৰু আবুল হোছেইন নামৰ লাট মণ্ডলৰ লগতে কাৰ্য্যলয়টোৰ একাংশ কৰ্মচাৰীয়ে নিজ নিজ দালাল ৰাজ অব্যাহত ৰাখিছে এয়া এক ৰহস্যৰ বিষয় ।

এতিয়া কথা হ’ল যে, কাৰ ছত্ৰ ছায়াত, কিহৰ স্বাৰ্থত, জিলা প্ৰশাসনৰ লগতে উৰ্ধতম কতৃপক্ষক মেনেজ কৰি বিভাগটোৰ একাংশ কৰ্মচাৰীৰ লগতে হজৰত আলি মণ্ডল আৰু আবুল হোছেইনে এনেধৰণৰ দুৰ্নীতি সংঘটিত কৰি নামি-বেনামি সম্পত্তিৰ গৰাকী হ’ব পাৰিলে সেয়া লক্ষণীয় দিশ।

অৱশ্যে, বহু বিতৰ্কিত তথা দুৰ্নীতিৰ সম্ৰাট হজৰত আলি মণ্ডল নামৰ লাট মণ্ডল জনক ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ পৰা কিয় বদলি কৰা নহ’ল সেয়া লক্ষণীয় দিশ।

জিলা প্ৰশাসনৰ লগতে বিভাগীয় মন্ত্ৰীয়ে বিভাগটোৰ দুৰ্নীতিসমূহ তদন্ত কৰি দোষী ব্যক্তিসকলক শাস্তি বিহাৰ সাহস গোটাব পাৰিব নে নাই সেয়া সময়ে ক’ব।

স্থানীয় ৰাইজে, বিভাগটোত নিতৌ সংঘটিত দুৰ্নীতিসমূহ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বচ্ছ, নিকা, দুৰ্নীতি মুক্ত তথা উৎকোচ বিহীন এখন বিভাগ প্ৰতিষ্ঠা কৰাৰ বাবে দাবী উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: dhubri circle officedhubri policeNumej Uddin Ahmed
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d