Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ ম্যানমাৰৰ পথত ওলাই আহিছে হেজাৰ হেজাৰ চিকিৎসক-ইঞ্জিনিয়াৰ-শিক্ষক

publisher by publisher
February 9, 2021
in News, Politics
Reading Time: 1 min read
0
গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ ম্যানমাৰৰ পথত ওলাই আহিছে হেজাৰ হেজাৰ চিকিৎসক-ইঞ্জিনিয়াৰ-শিক্ষক
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Aung San Suu Kyi : তিনি বছৰলৈ কাৰাদণ্ডৰ ম্যাদ বৃদ্ধি আং ছান ছু কি-ৰ

ছ্যু কীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতিৰ অভিযোগ সেনাৰ

দুবছৰ পাছত সাধাৰণ নির্বাচন : প্রধানমন্ত্রী পদত বহি ঘােষণা ম্যানমাৰৰ সেনাপ্রধানৰ

ম্যানমাৰৰ গণতন্ত্ৰকামী ৰাইজৰ প্ৰতিবাদৰ আজি তৃতীয় দিন । ৰাজধানী নেপিদৰ ৰাজপথত হেজাৰ হেজাৰ লোক ওলাই আহিছে । ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ ৰক্ষা বিষয়ক পূৰ্বেই আহ্বান জনাইছিল, ‘ম্যানমাৰৰ সাধাৰণ লোকৰ শান্তিপূৰ্ণ প্ৰতিবাদীসকলক অধিকাৰৰ মৰ্যাদা দিবই লাগিব । সংযত থাকিব লাগিব সেনা-আৰক্ষীসকল । কোনো প্ৰকাৰে বল প্ৰয়োগ কৰিব নোৱাৰিব ।’ অভিযোগ উত্থাপন হৈছে যে, চৰকাৰে প্ৰৰোচনাৰে সেনাবাহিনীৰ সহায়ত ৰাজধানীৰ আন্দোলনকাৰীসলক পানী নিক্ষেপ কৰি আঁতৰোৱাৰ চেষ্টা কৰিছে ।

ADVERTISEMENT

এনএলডি নেত্ৰী তথা ৰাজ্যিক পাৰিষদ অঙ্গ ছান ছ্যু কীসহ আটক নেতা-নেত্ৰীসকলৰ মুক্তি আৰু দেশত গণতন্ত্ৰ প্ৰতিস্থাৰ দাবী জনায় প্ৰতিবাদীসকলে । সেয়ে সকলো চহৰতে সাধাৰণ নাগৰিকে ধৰ্মঘট কৰা পৰিলক্ষিত হ’ল । এনএলডি কৰ্মী-সমৰ্থকৰ লগতে ৰাজধানীৰ ৰাজপথ আজি শ্ল’গান, প্লেকাৰ্ডেৰে মুখৰিত হ’ল চিকিৎসক, ইঞ্জিনিয়াৰ, শিক্ষকৰ বৃহৎ অংশৰে । জল নিক্ষেপৰ সন্মুখীন হোৱাৰ পূৰ্বে এজন চৰকাৰী চিকিৎসকে সমদলৰ পৰাই কয়, ‘দেশৰ স্বাৰ্থতে আমি আজি ধৰ্মঘট কৰিছো । দৰমহা কটা যাওক স্বত্ত্বেও আমি চৰকাৰী চিকিৎসক, শিক্ষকসকলে কামত নাযাওঁ ।’

দুদিন নেট বন্ধ থকাৰ পাছত, কালিৰ পৰা দেশৰ বহু ঠাইত ইণ্টাৰনেট পৰিসেৱা পুনৰ আৰম্ভ হৈছে । অনলাইনতযুগে ধৰ্মঘটৰ আহ্বান জনোৱা হৈছিল । সেয়ে, ছ’ উইনে তেওঁৰ ল’ৰা-ছোৱালী, ভতিজা-ভতিজিক লৈ য়াঙ্গুনৰ পথত ওলাই আহে । তেওঁ কয়, ‘আপোনালোকে চাওক, নৱ প্ৰজন্মইয়ো কিন্তু গণতন্ত্ৰৰ শত্ৰু সেনাৰ শাসন নিবিচাৰে ।’

গণতন্ত্ৰ প্ৰতিস্থাৰ দাবীত আজি বৌদ্ধ সন্ন্যাসীৰো এটা বৃহৎ অংশ পথত ওলাই আহে । ইয়াৰ ভিতৰত অনেকেই ২০০৭ৰ ‘গেৰুৱা বিপ্লৱ’ দেখিছে । সেইবাৰো সেনা শাসনৰ অপসাৰণ আৰু গণতন্ত্ৰৰ দাবীত শান্তিপূৰ্ণ দাবীত যোগ দিছিল বৌদ্ধ সন্ন্যাসীসকলে । ম্যানমাৰৰ গণতান্ত্ৰিক সংস্কাৰৰ গতি বৃদ্ধি কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ‘গেৰুৱা বিপ্লৱ’এ । ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই সেনা অভ্যুত্থানত গণতান্ত্ৰিক অধিকাৰ পুনৰ থমকি গৈছে । নিৰ্বাচিত চৰকাৰক আঁতৰাই দেশৰ অধিকাৰ দখল কৰিলে সেনাই ।

বিমানবন্দৰ, পথ অৱৰোধ কৰি এবছৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে সেনাই । এবছৰ পাছত তেওঁলোকেই ভোট গ্ৰহণ কাৰ্য অনুষ্ঠিত কৰিব বুলি জনায় সেনাই । সেনাৰ এই মনোভাৱৰ তীব্ৰ সমালোচনা কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে । ম্যানমাৰৰ নৱেম্বৰৰ ভোটত ছ্যু কীৰ দলে বিপুল সংখ্যাগৰিষ্ঠতাৰে ক্ষমতাত আহিছিল । কিন্তু সেনাই কাৰচুপিৰ অভিযোগ উত্থাপন কৰি দেশ দখল কৰিছে । প্ৰতিবাদ, বিক্ষোভ স্বত্ত্বেও ক্ষমতা ত্যাগ নকৰে সেনাই ।

ইয়াৰ মাজতেই সেনাই আন্দোলনকাৰীক বাধা প্ৰদান কৰিবৰ বাবে জল নিক্ষেপ কৰা পৰিলক্ষিত হ’ল সংবাদ মাধ্যমত । এজন আন্দোলনকাৰীৰ দাবী, সতৰ্কবাৰ্তা প্ৰেৰণ নকৰাকৈয়ে দুবাৰ জল নিক্ষেপ কৰে সেনা বাহিনীয়ে । কিছুসংখ্যক প্ৰতিবাদকাৰী আহত হয় । সেনাৰ অধীনস্থ চৰকাৰী টেলিভিছন চেনেলত আজি আন্দোলনকাৰীসকলক উদ্দেশ্যি এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰে সেনাই, ‘আন্দোলনৰ নামত আইন ভংগ কৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব প্ৰশাসনে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aung San Suu Kyimyanmar protestNational League for Democracy
publisher

publisher

Related Posts

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d