Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Business

বিটকইনত বিপুল বিনিয়োগ ও লেনদেনৰ সিদ্ধান্ত ইলন মাস্কৰ

বৃদ্ধি হ'ল বিটকইনৰ মূল্য

publisher by publisher
February 10, 2021
in Business, News, TechWorld
Reading Time: 1 min read
0
বিটকইনত বিপুল বিনিয়োগ ও লেনদেনৰ সিদ্ধান্ত ইলন মাস্কৰ
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

মহাকাশ পর্যটনত প্রতিদ্বন্দ্বীহীন হ’ল মাস্ক!

বিশ্ব অৰ্থনীতিৰ কেন্দ্ৰ সলনি! আমেৰিকাক পিছ পেলাই দ্বিতীয় স্থানত ভাৰত

ইলন মাস্কৰ দুটা সিদ্ধান্তৰ ফলত বিটকইনে ৰেকৰ্ড ভংগ কৰিলে । ৪৮ হেজাৰ মাৰ্কিন ডলাৰো অতিক্ৰম কৰিলে বিটকইনে । মাস্কে জানুৱাৰীত বিটকইন বিনিয়োগ কৰাৰ পাছতে ঊৰ্ধগামী হৈছিল বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰীপ্তকাৰেঞ্চীৰ বজাৰ । সম্প্ৰতি ক্ৰেতাসকলৰ পৰা বিটকইন গ্ৰহণৰ সিদ্ধান্ত লৈছে মাস্কৰ বৈদ্যুতিক বাহন প্ৰস্তুতকাৰী সংস্থা টেছলাই ।

ADVERTISEMENT

টেছলাই বিটকইনত সম্প্ৰতি ১৫০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছে । সোমবাৰে এই বিষয়ে ঘোষণা কৰে মাস্কৰ সংস্থাই । টুইটাৰত মাস্কে লিখে, ‘ভৱিষ্যতে স্থিতিশীলতা অটুট ৰাখিবলৈ আৰু লাভ বৃদ্ধিৰ উদ্দেশ্যে আমি নগদ বিনিয়োগৰ নীতিত কিছু পৰিৱৰ্তন আনিছো ।’ সেই টুইটত ১৫০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ ঘোষণা কৰা হয় । ফলত হঠাৎ বৃদ্ধি হৈ যায় বিটকইনৰ মূল্য । জানুৱাৰীৰ আৰম্ভণিতে এটা বিটকইনৰ মূল্য আছিল ৪০ হেজাৰ মাৰ্কিন ডলাৰ, মংগলবাৰে ইয়াৰ মূল্য বৃদ্ধি হয় ৪৮ হেজাৰলৈ যিটো সৰ্বকালৰ উচ্চতম মূল্য ।

skynews elon musk fake tweet 4257696 696x522 1

ইয়াৰ পাছতেই আন এক সিদ্ধান্তৰ ঘোষণা কৰে টেছলাই । এক বিবৃতিত প্ৰকাশিত, ‘অতি শীঘ্ৰে আমাৰ বাহন ও অন্যান্য পণ্যৰ মূল্য বিটকইন মাধ্যমত গ্ৰহণ কৰা হ’ব । সকলো আইন অৱলম্বন কৰি প্ৰথমতে কিছু নিয়ন্ত্ৰণ ৰাখি আৰম্ভ কৰা হ’ব ।’

ক’ভিডৰ সময়ত সমগ্ৰ বিশ্বৰ অৰ্থনীতিয়ে নিম্নগামী হৈছিল । সেই সময়ত বিটকইনসহ অন্যান্য ক্ৰীপ্তকাৰেঞ্চীৰো মূল্য নিম্নগামী হৈছিল । কিন্তু ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ লগে-লগে পুনৰ ক্ৰীপ্তকাৰেঞ্চীৰ মূল্য ঊৰ্ধগামী হয় ।

ব্লুমবাৰ্গৰ এক ৰিপ’ৰ্ট অনুযায়ী, ২০২০ত প্ৰায় ৩৫ শতাংশ বৃদ্ধি হৈছে বিটকইনৰ মূল্য । টেছলাই মূলতঃ বৈদ্যুতিক, বেটেৰী ও সৌৰশক্তি চালিত বাহন প্ৰস্তুত কৰে । গোলকীয় উষ্ণতা বৃদ্ধি আৰু আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য ক্ৰমে বৃদ্ধি পোৱাৰ বাবে বিকল্প শক্তি চালিত বাহনৰ চাহিদা বৃদ্ধি পাইছে । লগতে বৃদ্ধি পাইছে টেছলাৰ সম্পত্তিও ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bitcoinElon MuskTesla
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d