●বিগত ২৪ ঘণ্টাত ভাৰতত চাৰি হেজাৰ ছশ ১২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ন লাখ ১৬ হেজাৰ ৫৮৯ জন ।
●ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি ছয় লাখ ২১ হেজাৰ ৬৩৭ জন ।
●যোৱা ২৪ ঘণ্টাত ভাৰতত ৯০ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
●ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে এক লাখ ৫৫ হেজাৰ ৭৩২ জন ।
●সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক ৩৯ হেজাৰ ৬৩৭ জন ।
ADVERTISEMENT






























