●বিগত ২৪ ঘণ্টাত ভাৰতত ১৬ হেজাৰ ৭৩৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১০ লাখ ৮৬ হেজাৰ ৯১৪ জন ।
●ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি সাত লাখ ৩৮ হেজাৰ ৫০১ জন ।
●বিগত ২৪ ঘণ্টাত ১১ হেজাৰ ৭৯৯ জন লোক ক’ভিড মুক্ত হৈছে ।
●যোৱা ২৪ ঘণ্টাত ভাৰতত ১৩৮ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।





























