●বিগত ২৪ ঘণ্টাত ভাৰতত ১৪ হেজাৰ ৯৮৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১১ লাখ ৩৯ হেজাৰ ৫১৬ জন ।
●যোৱা ২৪ ঘণ্টাত ভাৰতত ৯৮ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
●ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৭ হেজাৰ ৩৮৬ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ঘণ্টাত সাত লাখ ৮৫ হেজাৰ ২২০ জন লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছে।





























