Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নিমাতীঘাটৰ দুই নম্বৰ বুলহেডত ভয়ংকৰ গৰাখহনীয়া : ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ আশংকা

ব্ৰহ্মপুত্ৰৰ দক্ষিণমুৱা গতি-প্ৰবনতাই লৈছে ভয়ংকৰ ৰূপ

samimsultana by samimsultana
March 6, 2021
in Assam, News
Reading Time: 1 min read
0
নিমাতীঘাটৰ দুই নম্বৰ বুলহেডত ভয়ংকৰ গৰাখহনীয়া : ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ আশংকা
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ব্ৰহ্মপুত্ৰৰ দক্ষিণমুৱা গতি-প্ৰৱণতাৰ বাবে ঐতিহাসিক নিমাতীঘাটৰ মানচিত্ৰ সলনি হোৱাৰ দিশে আগবাঢ়িছে। যোৱা বাৰিষাত ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা খহনীয়াৰ কোপত নিমাটি ঘাটলৈ যোৱা পকী পথটোৰ বহু অংশ ক্ষতি সাধন কৰাৰ পাছত বৰ্তমান নামনি অংশত অৱস্থিত থকা দুই নম্বৰ বুলহেডটো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে।

ADVERTISEMENT

উল্লেখযোগ্য যে যোৱা কে’বাবছৰ ধৰি বিশাল জল ৰাশি ব্ৰহ্মপুত্ৰৰ দক্ষিণলৈ গতি কৰা দেখা গৈছে। জল সম্পদ বিভাগৰ মতে মাজুলীৰ দিশে শৈল ষ্পাৰ নিৰ্মাণ কৰাৰ পাছৰে পৰা ব্ৰহ্মপুত্ৰৰ মূল ধাৰটোৱে নিমাটি ঘাটকে ধৰি নদীখনৰ দক্ষিণ দিশৰ বিভিন্ন অংশত খুন্দা মৰা দেখা গৈছে। ফলত সমগ্র অঞ্চলটোতে বছৰৰ অধিকাংশ সময় খহনীয়া গৈ হৈ থাকিবলৈ লয়। এই বুলহেডতে খুন্দা মাৰে আৰু বুলহেডত লাগি মূল ধাৰটোৰ তীব্ৰতা কিছু হ্ৰাস পায়।

কিন্তু নিমাতিঘাটৰ বাবে ৰক্ষা কৱচ স্বৰূপ এই বুলহেডটো ক্ৰমে দুৰ্বল হৈ আহিছে আৰু সন্মুখ ভাগ পানীৰ মাজলৈ সোমাই যাবলৈ ধৰিছে। তাৰ পাছতো কিন্তু ৰহস্যজনকভাৱে জল সম্পদ বিভাগে নিমাতিঘাটৰ বাবে ৰক্ষা কৱচ স্বৰূপ বুলহেডৰ কোনো মেৰামতি কৰা নাই। মুখ্যমন্ত্ৰী হৈয়ে সৰ্বানন্দ সোনোৱালে বাৰিষাৰ পূৰ্বেই জল সম্পদ বিভাগক মথাউৰি নিৰ্মাণ, খহনীয়া প্ৰতিৰোধ আদি কামসমূহ শেষ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল যদিও সেয়া বাস্তৱত ৰূপায়ন হোৱা দেখা নগল।

উল্লেখযোগ্য যে ২০০১ তে নিমাটি ৰক্ষাৰ স্বাৰ্থত ৩১ কোটি টকা ব্যয় সাপেক্ষে দুটা বুলহেড আৰু তিনিটা শৈল স্পাৰ নিৰ্মাণ কৰিছিল। তাৰে প্রথমটো বুলহেদে সঠিক ভাৱে কাম কৰাৰ ফলত ওপৰৰ অংশ কিছু বৰ্তমানেও সুৰক্ষিত হওঁ আছে। কিন্তু দ্বিতীয় বুলহেডটো নিজে দুৰ্বল হৈ পৰাত আৰু বিভাগীয় কৰ্তৃপক্ষই সঠিক ভাবে মনোনিবেশ নকৰাত এতিয়া জোৰ পুৰি হাত পালেহি।

খুব খৰতকীয়াকৈ যদি বুলহেডটোৰ মেৰামতি কৰা নহয়, তেন্তে সমাগত বাৰিষাত নিমাটিৰ সুৰক্ষাৰ চৰম ভাবুকি নামি আহিব। কেৱল ঐতিহাসিক নিমাতীঘাটেই নহয়, খহনীয়াই যোৰহাটৰ ৰক্ষা কৱচ স্বৰূপ বৰ আলি স্পৰ্শ কৰিব। তেতিয়া আৰু ব্ৰহ্মপুত্ৰক কোনেও ৰুধিব নোৱাৰিব। সমগ্ৰ উত্তৰ যোৰহাট ভয়ংকৰ বান পানীৰ কৱলত পৰিব। আনকি দেৰগাঁও নগৰ পৰ্যন্ত সেই বানে ক্ষতি কৰাৰ আশংকা কৰিছে বান বিশেষেজ্ঞসকলে।

অথচ সেইটো হবলৈকে আগবাঢ়িছে। খবৰ নাই চৰকাৰ তথা জল সম্পদ বিভাগৰ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজ্যৰ প্ৰাক্তন জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই এই খহনীয়া পৰিদৰ্শন কৰি যায়হি যদিও তাৰ বাবে কোনো আঁচনি ঘোষণা কৰা নাই। অৱশ্যে বিভাগীয়ভাৱে বুলহেডটো সুৰক্ষাৰ বাবে এল আঁচনি প্ৰস্তুত কৰি চৰকাৰৰ ঘৰত জমা দিয়া হৈছে বুলি জল সম্পদ বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBrahmaputraNimati Ghat
samimsultana

samimsultana

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d