
ADVERTISEMENT
ডিব্ৰুগড়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বোকাখাত সমষ্টিৰ ৮৪ নম্বৰ জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত কন্যাৰ স’তে ভোটাধিকাৰ সাব্যস্ত কৰিলে অতুল বৰাই

গহপুৰত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰে ৰিপুন বৰাই

ঢকুৱাখনাত ভোটাধিকাৰ সাব্যস্ত কৰিলে নৱ কুমাৰ দলে

কলিয়াবৰত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰে কেশৱ মহন্তই

যোৰহাটত ভোটাধিকাৰ সাব্যস্ত কৰে গৌৰৱ গগৈয়ে

তিনিচুকীয়াত ভোটাধিকাৰ সাব্যস্ত কৰে লুৰীণজ্যোতি গগৈয়ে

বটদ্ৰবাত আঙুৰলতা ডেকাই সাব্যস্ত কৰে ভোটাধিকাৰ

আমগুৰিত ভোটাধিকাৰ সাব্যস্ত কৰে অংকিতা দত্তই






























