● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৮৯ হেজাৰ ১২৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,২৩,৯২,২৬০ জন ।
● ইতিমধ্যে এক লাখ ৬৪ হেজাৰ ১১০ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৭১৪ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
● ইতিমধ্যে ২৪ কোটি ৬৯ লাখ ৫৯ হেজাৰ ১৯২ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১০ লাখ ৪৬ হেজাৰ ৬০৫ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ সাত কোটি ৩০ লাখ ৫৪ হেজাৰ ২৯৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৪২ লাখ ৬৫ হেজাৰ ১৫৭ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।
ADVERTISEMENT





























