● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত এক লাখ ২৬ হেজাৰ ৭৮৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,২৯,২৮,৫৭৪ জন ।
● ইতিমধ্যে এক লাখ ৬৬ হেজাৰ ৮৬২ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৬৮৫ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ২৫ কোটি ২৬ লাখ ৭৭ হেজাৰ ৩৭৯ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১২ লাখ ৩৭ হেজাৰ ৭৮১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ৯,০১,৯৮,৬৭৩ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৩১ লাখ ২১ হেজাৰ ১৯৯ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।
ADVERTISEMENT





























