Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাশী বিশ্বনাথ মন্দিৰ ভাঙি জ্ঞানবাপী মছজিদ সাজিছিল ঔৰংগজেৱে !

উত্তৰ বিচাৰিবলৈ পুৰাতত্ত্ব বিভাগক নির্দেশ আদালতৰ

publisher by publisher
April 10, 2021
in India, News
Reading Time: 1 min read
0
কাশী বিশ্বনাথ মন্দিৰ ভাঙি জ্ঞানবাপী মছজিদ সাজিছিল ঔৰংগজেৱে !
10
SHARES
96
VIEWS
ShareShareShareShare

RelatedPosts

Allahabad High Court Orders Resumption Of Survey At Gyanvapi Mosque:জ্ঞানব্যাপী মছজিদত পুনৰ জৰীপ আৰম্ভ কৰাৰ নিৰ্দেশ এলাহবাদ উচ্চ ন্যায়ালয়ৰ

Gyanvapi Masjid : জ্ঞানবাপী গোচৰৰ ৰায় বাৰাণসী আদালতত

Gyanvapi Mosque : জ্ঞানবাপী মছজিদৰ ‘শিৱলিংগৰ’ কার্বন ডেটিং পৰীক্ষাত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

তিনি দশকৰ পূৰ্বৰ এক অভিযােগৰ সন্দৰ্ভত অৱশেষত জ্ঞানবাপী মছজিদ সম্পর্কে এক নির্দেশ দিলে আদালতে। পুৰাতাত্ত্বিক সর্বেক্ষণক এই সন্দৰ্ভত পাঁচজনীয়া এখন কমিটী গঠনৰ নির্দেশ দিছে বাৰানসী আদালতে।

ADVERTISEMENT

মােগল সম্রাট ঔৰংগজেৱে বিশ্বনাথ কাশী মন্দিৰ ভাঙি এই মছজিদ নির্মাণ কৰাৰ অভিযােগ চালি-জাৰি চোৱাৰ বাবেই এই কমিটী গঠনৰ নির্দেশ দিয়া হৈছে। প্রায় তিনি দশকৰ পূর্বে এক গােচৰত অভিযােগ কৰা হৈছিল যে ঔৰংগজেৱে কাশীৰ বিশ্বনাথ মন্দিৰ ভাঙি জ্ঞানবাপী মছজিদ নির্মাণ কৰিছিল।

সেই অভিযােগ সঠিক হয় নে নহয়, সেই ক্ষেত্ৰত সমীক্ষা চলােৱাৰ বাবে পাঁচজনীয়া কমিটী গঠন কৰিবলৈ পুৰাতাত্ত্বিক সর্বেক্ষণক নির্দেশ দিয়ে ফাষ্ট ট্রেক আদালতৰ ন্যায়াধীশ আশুতােষ তিৱাৰীয়ে। আদালতে নির্দেশ দিছে যে বিশেষজ্ঞ আৰু দুই ধৰ্মৰ বিশিষ্ট লােকক লৈ এই কমিটী গঠন কৰিব লাগিব।

উল্লেখ্য যে প্রায় এমাহৰ পূর্বে প্লেচেছ অৱ ৱৰশ্বিপ (স্পেচিয়েল প্ৰভিজনছ)এক্ট, ১৯৯১ৰ। সাংবিধানিক বৈধতাক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক জনস্বার্থ মামলা ৰুজু হৈছিল, সেই বিষয়তে কেন্দ্ৰৰ পৰা জবাব তলব কৰিছে শীর্ষ আদালতে। এই আইনখনৰ মতে, ১৯৪৭ৰ ১৫ আগষ্টৰ পাছত কোনাে ধর্মীয়স্থলৰ স্বৰূপ সলনি কৰিব পৰা নাযাব।

অর্থাৎ সেই দিনাৰ পৰা বিতর্ক থকা কোনাে মছজিদ ভাঙি মন্দিৰ নির্মাণ কৰা নহ’ব বা মন্দিৰ ভাঙি মছজিদ নির্মাণ কৰিব নােৱাৰিব। অৱশ্যে এইক্ষেত্ৰত গােচৰ চলি থকাৰ পৰিপ্ৰেক্ষিতত অযােধ্যাক সেই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছিল।

উল্লেখ্য যে কাশী বা বাৰানসীৰ বিখ্যাত বিশ্বনাথ মন্দিৰৰ গাতে লাগি আছে। জ্ঞানবাপী মছজিদ। ঐতিহাসিকসকলৰ একাংশৰ মতে, একাধিকবাৰ বিদেশী আক্ৰমণকাৰীৰ আক্ৰমণত মন্দিৰটো ক্ষতিগ্রস্ত হৈছিল। ১৬৬৯ত মূল মন্দিৰটো দখল কৰি তৎকালীন মােগল সম্রাট ঔৰংগজেৱে তাত জ্ঞানবাপী মছজিদ নির্মাণ কৰে।

এতিয়াও মছজিদৰ দেৱালত হিন্দু দেৱ-দেৱীৰ খােদিত চিত্র দেখা যায়। অষ্টাদশ শতিকাত হিন্দুসকলৰ আবেগক প্রাধান্য দি মছজিদৰ কাষতে বর্তমান বিশ্বনাথ মন্দিৰটো নিৰ্মাণ কৰে মাৰাঠা ৰাজ্য মালওৱাৰ ৰাণী অহল্যাবাঈ হােলকাৰে। ২০১৮ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কাশী বিশ্বনাথ কৰিড’ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে।

প্রায় ছশ কোটি টকীয়া সেই প্রকল্পত বিশ্বনাথ মন্দিৰৰ পৰা গংগাৰ ঘাট পর্যন্ত পথ সম্প্রসাৰণৰ কাম আৰম্ভ হয়। ফলত জ্ঞানবাপী মছজিদৰ ওচৰ-পাজৰৰ বহুতাে গৃহ ভাঙি পেলােৱা হয়। মছজিদৰ তদাৰককাৰী ছাঈদ য়াছিনে এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত আশংকা ব্যক্ত কৰিছিল যে মছজিদৰ চাৰিওফাল খালী হৈ পৰাত সমাবেশৰ আশংকাও বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে বাবৰি মছজিদ ধ্বংসৰ পূর্বেও একেদৰে বিতর্কিত আন্তঃগাঁথনিটোৰ চাৰিওকাষ খালী কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gyanvapi MosqueKashi Vishwanath
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d